Business আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰ উজ্বলিল অসমৰ জীয়াৰী February 5, 2026 Dipshikha আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰ উজ্বলিল অসমৰ জীয়াৰী। এলিফেণ্টা আইলেণ্ডৰ পৰা গেটৱে অৱ ইণ্ডিয়ালৈ সাঁতুৰি বিশ্ব অভিলেখ গঢ়িলে অসমৰ কন্যাই। কিউচেংঘান ফুকনে মাত্ৰ ৩ ঘণ্টা ২৯ মিনিটত প্ৰায় ১৩ কিলোমিটাৰ দীঘল এই…
Business ৰাজ্য কঁপাই যোৱা অভিজিৎ নাথ আৰু নীলোৎপল দাস হত্যাকাণ্ডৰ আজি অন্তিম শুনানি February 5, 2026 Dipshikha ৰাজ্য কঁপাই যোৱা অভিজিৎ নাথ আৰু নীলোৎপল দাস হত্যাকাণ্ডৰ গোচৰটো এতিয়া অন্তিম পৰ্যায়ত উপনীত হৈছে। আজিৰে পৰা ৬ আৰু ৭ ফেব্ৰুৱাৰীলৈ নগাঁৱৰ ছেছন আদালতত গোচৰটোৰ অন্তিম শুনানি অনুষ্ঠিত হ’ব।উল্লেখযোগ্য যে,…
Business শান্তি-সম্প্ৰীতিৰ আহ্বান: গোবিন্দাজী মন্দিৰত নতুন মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থনা February 5, 2026 Sonakshi Sarkar মণিপুৰৰ নতুন মুখ্যমন্ত্রী য়ুমগাম খেমচান্দ সিঙে শপত গ্ৰহণৰ এক দিন পাছত শ্ৰীগোবিন্দাজী মন্দিৰত জনসাধাৰৰ কল্যাণ আৰু শান্তিৰ বাবে প্ৰাৰ্থনা জনালে। তেওঁ মহানুভৱতাৰ, একতা আৰু উন্নয়নৰ প্ৰতিশ্রুতিৰ সতে ভগৱানৰ আশীৰ্বাদ বিচাৰিছে।…
Business ভাৰতত বিক্ৰী হোৱা ৫০ হাজাৰ ইউনিট অতিক্ৰম কৰিলে কাইলাকে স্কোডাৰ বেষ্ট-চেলাৰ February 5, 2026 Business Bureau স্কোডা অটো ইণ্ডিয়াই ২০২৫ চনত নিজৰ বিক্ৰীৰ আটাইতকৈ সফল বছৰ পঞ্জীয়ন আৰু নতুন কুশ্বাক বাহন মুকলি কৰাৰ পিছত নিজৰ বৰ্ধিত সামগ্ৰী পৰ্টফলিঅ’ৰে নিজৰ স্থিতি অক্ষুণ্ণ ৰাখিছে। ব্ৰেণ্ডটোৱে নিজৰ সৰ্বাধিক বিক্ৰী…
Business ভোটাৰ তালিকাত বিশেষ নিৰীক্ষণৰ সিদ্ধান্ত, নিৰ্বাচনৰ পাছত এছ আই আৰ প্ৰক্ৰিয়া আৰম্ভ হ’ব: মুখ্যমন্ত্ৰী February 5, 2026 Sonakshi Sarkar অসমত বিধানসভা নিৰ্বাচনৰ পাছতে ভোটাৰ তালিকাৰ বিশেষ নিৰীক্ষণৰ এক ব্যাপক আৰু সঠিক প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ ৰাজ্য চৰকাৰে পৰিকল্পনা কৰিছে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই জানিবলৈ দিয়ে যে বৰ্তমান চলি থকা…
Business জুবিন গাৰ্গ মৃত্যুকাণ্ডঃ চিংগাপুৰ কৰ’নাৰ্ছ ক’ৰ্টত শুনানি শেষ, ১৩ ফেব্ৰুৱাৰীত ৰায় February 5, 2026 Sonakshi Sarkar বুধবাৰে চিংগাপুৰৰ কৰ’নাৰ্ছ ক’ৰ্টত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ সন্দৰ্ভত শুনানি প্ৰক্ৰিয়া সম্পন্ন হয়। বিচাৰপতিয়ে গোচৰ আইনৰ সঠিক ৰূপায়ণ নিশ্চিত কৰাৰ বাবে ১৩ ফেব্ৰুৱাৰীত চূড়ান্ত ৰায়দানৰ দিন ধাৰ্য…
Business মানৱতাবাদী সাহসৰ উদাহৰণঃ মৌমাখিৰ আক্ৰমণৰ মাজতে কণমানিক বচাই প্ৰাণ হেৰোৱালে কাঞ্চন বায়ে February 5, 2026 Sonakshi Sarkar এক জন অংগনৱাড়ী কৰ্মীয়ে মৃত্যুৰ মুখত পৰিও ২০ টাকৈ শিশুক নতুন জীৱন দান কৰাৰ এক মহানুভৱতাৰ নিদৰ্শন দাঙি ধৰিছে। ঘটনাটো মধ্যপ্ৰদেশৰ মাদৱাড়া পঞ্চায়তৰ অংগনৱাড়ী কেন্দ্ৰত সংঘটিত হয়, য’ত শিশুসকলে খেলি…
Business ৰাজা ৰঘুবংশী হত্যাকাণ্ডঃ দুই অভিযুক্ত দোষমুক্ত ঘোষণা February 4, 2026 Sonakshi Sarkar মধ্যপ্ৰদেশৰ ইন্দোৰত পৰিবহণ ব্যৱসায়ী ৰাজা ৰঘুবংশীৰ হত্যাকাণ্ডৰ অনুসন্ধানত মেঘালয় পুলিচৰ পৰা নতুন তথ্য পোৱা গৈছে। দুষ্কৃতীক গোপন তথ্যৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হলেও, তদন্তত সেই তথ্যসমূহৰ কোনো দৃঢ় প্ৰমাণ নাপোৱা হৈছেগা।…
Business উধামপুৰ সংঘৰ্ষত দুজন জৈছ সন্ত্ৰাসবাদী নিধন, উদ্ধাৰ মাৰাত্মক অস্ত্ৰ-শস্ত্ৰ February 4, 2026 Sonakshi Sarkar বুধবাৰে জম্মু-কাশ্মীৰৰ উধামপুৰ জিলাৰ ৰামনগৰ অঞ্চলৰ জফৰ বনাঞ্চলত বাংলাদেশভিত্তিক সংগঠন জৈছ-ই-মহম্মদৰ দুজন দুধৰ্ষ কমাণ্ডাৰ নিহত হয়। ভাৰতীয় সেনা, চিআৰপিএফ আৰু জম্মু-কাশ্মীৰ আৰক্ষীৰ একক অভিযানৰ ফলত এ কে ৪৭ ৰাইফল আৰু…
Business স্পেইনত কঠোৰ সিদ্ধান্তঃ ১৬ বছৰৰ তলৰ কিশোৰ-কিশোৰীৰ বাবে ছ’চিয়েল মিডিয়াত নিষেধাজ্ঞা February 4, 2026 Sonakshi Sarkar স্পেইন চৰকাৰে শিশু আৰু কিশোৰসকলৰ ছ’চিয়েল মিডিয়া ব্যৱহাৰৰ ওপৰত সম্পূৰ্ণ নিষেধাজ্ঞা জাৰি কৰিবলৈ কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে। প্ৰধানমন্ত্ৰী পেড্ৰ’ ছানচেজৰ মতে, এই আইনটি অবৈধ সমল আৰু যৌন নিৰ্যাতনৰ পৰা নৱপ্ৰজন্মক…