Assam ২০২৭ত ৰাষ্ট্ৰীয় ক্ৰীড়াৰ ৩৯ তম সংস্কৰণ আয়োজন কৰিব মেঘালয়ে February 12, 2025 Sonakshi Sarkar ২০২৭ৰ ফেব্ৰুৱাৰী-মাৰ্চত ৰাষ্ট্ৰীয় ক্ৰীড়াৰ ৩৯ তম সংস্কৰণ আয়োজন কৰিব মেঘালয়ে। ভাৰতীয় অলিম্পিক সংস্থাৰ (আইঅএ) সভাপতি পি টি ঊষাই মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাক এই কথা জনাইছে। উত্তৰাখণ্ডত অনুষ্ঠিত হোৱা ৩৮ সংখ্যক…
Assam দুৰ্নীতি সূচকত ১৮০খন দেশৰ ভিতৰত ৯৬ তম স্থানত ভাৰত February 12, 2025 Sonakshi Sarkar ট্ৰেন্সপাৰেন্সি ইণ্টাৰনেচনেলৰ প্ৰতিবেদন অনুসৰি ২০২৪ চনৰ বাবে দুৰ্নীতি ধাৰণা সূচকত (চিপিআই) ১৮০খন দেশৰ ভিতৰত ভাৰত ৯৬ তম স্থানত আছে, কিয়নো ভাৰতৰ সামগ্ৰিক নম্বৰ এক পইণ্ট হ্ৰাস হৈ ৩৮ হৈছে।ৰাজহুৱা খণ্ডত…
Assam অস্কাৰলৈ মনোনীত ছবিয়ে প্ৰকাশ কৰিব লাগিব এ আইৰ বিৱৰণ February 11, 2025 Sonakshi Sarkar চলচ্চিত্ৰত কৃত্ৰিম বুদ্ধিমত্তাৰ (এআই) ব্যৱহাৰ দ্ৰুতগতিত বৃদ্ধি পাইছে, আৰু যিসকল চলচ্চিত্ৰ নিৰ্মাতাৰ ছবি অস্কাৰৰ বাবে মনোনীত হৈছে, তেওঁলোকে এতিয়া কৃত্ৰিম বুদ্ধিমত্তাৰ বিৱৰণ প্ৰকাশ কৰিব লাগিব। যোৱা কেইদিনমানত অস্কাৰ মনোনীত ছবি…
Assam দুদিনীয়া ভ্ৰমণসূচীৰে ছিংগাপুৰলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা February 10, 2025 Sonakshi Sarkar অসমত অনুষ্ঠিত হ’বলগীয়া দুদিনীয়া বিনিয়োগকাৰী সন্মিলনৰ প্ৰচাৰৰ বাবে সোমবাৰে ছিংগাপুৰলৈ দুদিনীয়া ভ্ৰমণসূচীৰে যাত্ৰা আৰম্ভ কৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীয়ে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ‘এক্স’ত এক পোষ্টত কয়- মই দুদিনৰ…
Assam উত্তৰ পূৱ মণ্ডল আন্তঃবিশ্ববিদ্যালয় যুৱ মহোৎসৱত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীৰ তিনিটাকৈ স্বৰ্ণ পদক লাভ February 8, 2025 Sonakshi Sarkar ত্ৰিপুৰাৰ ৰাজধানী আগৰতলাত থকা আই চি এফ এ আই বিশ্ববিদ্যালয়ত বিশ্ববিদ্যালয় কৰ্তৃপক্ষ আৰু ভাৰতীয় বিশ্ববিদ্যালয় সংস্থাৰ যৌথ উদ্যোগত পাঁচদিনীয়াকৈ অনুষ্ঠিত উত্তৰ পূব মণ্ডল আন্তঃবিশ্ববিদ্যালয় যুৱ মহোৎসৱত গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰাস্থিত…
Assam ৬ৰ পৰা ৯ ফেব্ৰুৱাৰীলৈ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বার্ষিক অধিবেশন February 5, 2025 Sonakshi Sarkar শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বার্ষিক অধিবেশন যোৰহাট জিলাৰ ম’হবন্ধা এৰালতলি পথাৰৰ বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্রত ৬ ফেব্ৰুৱাৰীৰ পৰা ৯ ফেব্ৰুৱাৰীলৈ চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব। ইয়াৰ প্ৰস্তুতি…
Assam দুসপ্তাহৰ ভিতৰত অসমৰ ডিটেনচন চেণ্টাৰত বন্দী হৈ থকা ৬৩ জনক বিতাড়নৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ February 4, 2025 Sonakshi Sarkar উচ্চতম ন্যায়ালয়ে মঙলবাৰে অসম চৰকাৰক বিদেশী ঘোষণা কৰা লোকসকলক বিতাড়ন কৰাৰ পৰিৱৰ্তে অনিৰ্দিষ্ট কালৰ বাবে ডিটেনচন চেণ্টাৰত ৰখাৰ বাবে তীব্ৰ সমালোচনা কৰে আৰু কয় যে আপোনালোকে কিবা মুহুৰ্তৰ বাবে অপেক্ষা…
Assam চিকিৎসা মহাবিদ্যালয়ৰ স্নাতকোত্তৰত নাথাকিব বাসস্থানৰ আধাৰত সংৰক্ষণৰ সুবিধা January 30, 2025 Sonakshi Sarkar উচ্চতম ন্যায়ালয়ে সমগ্ৰ দেশৰ চিকিৎসা মহাবিদ্যালয়সমূহত নামভৰ্তিৰ বাবে সংৰক্ষণ ব্যৱস্থাৰ ওপৰত এটা ডাঙৰ ৰায়দান দিয়ে। দেশৰ উচ্চতম ন্যায়ালয়ে তেঁওলোকৰ ৰায়দানত কয় যে চিকিৎসা মহাবিদ্যালয়সমূহত স্নাতকোত্তৰ (পিজি) পাঠ্যক্ৰমত বাসস্থানৰ আধাৰত সংৰক্ষণৰ…
Assam মাইক্ৰছফ্টে ক্ৰয় কৰিব টিক টক January 28, 2025 Sonakshi Sarkar আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ইংগিত দিছে যে প্ৰযুক্তি প্ৰতিষ্ঠান মাইক্ৰছফ্টে টিক টকৰ আমেৰিকাৰ ব্যৱসায় ক্ৰয় কৰিব পাৰে। ট্ৰাম্পে কৈছে যে তেওঁ টিক টক ক্ৰয় কৰিবলৈ নিবিদাৰ প্ৰতিযোগিতা চাবলৈ অধিক…
Assam পুনৰ আৰম্ভ হ’ব কৈলাশ মানসৰোবৰ যাত্ৰা January 28, 2025 Sonakshi Sarkar ভাৰত আৰু চীনে সম্পৰ্ক পুনৰ শক্তিশালী কৰি গ্ৰীষ্মকালত কৈলাশ মানসৰোবৰ যাত্ৰা পুনৰ আৰম্ভ কৰিবলৈ সন্মত হৈছে। ইয়াৰ লগতে পোনপটীয়া বিমান চলাচল পুনৰ আৰম্ভ কৰিবলৈ নীতিগতভাৱে দুয়োখন দেশ সন্মত হৈছে। বৈদেশিক…