Category: Assam

অৰ্ধপৰিবাহী প্ৰকল্পবোৰে ২৫,০০০ প্ৰত্যক্ষ চাকৰি সৃষ্টি কৰিব: বিত্ত মন্ত্ৰালয়

অহা মাহৰ আৰম্ভণিতে কেন্দ্ৰীয় বাজেটৰ পূৰ্বে বিত্ত মন্ত্ৰালয়ে মঙলবাৰে কেন্দ্ৰীয় চৰকাৰৰ অৰ্ধপৰিবাহী কাৰ্যসূচীৰ অধীনত সৃষ্টি কৰা বিনিয়োগ আৰু নিযুক্তিৰ সুযোগ আৰু ইলেক্ট্ৰনিক্স সামগ্ৰী নিৰ্মাণৰ বাবে প্ৰডাকচন লিংকড ইনচেণ্টিভ (পিএলআই) আঁচনিৰ…

সীমিত সংখ্যক বনকৰ্মীয়ে পহৰা দি আহিছে ৰাণী বনাঞ্চল

আজাৰা, ২১ জানুৱাৰী : গুৱাহাটী মহানগৰীৰ পশ্চিম প্রান্তৰ ঐতিহাসিক দীপৰ বিলৰ পৰা আৰম্ভ কৰি অসম-মেঘালয় সীমান্তৰ শুকুৰবেৰীয়া হৈ প্রায় লোহাৰঘাটৰ সমীপলৈকে সামৰি থকা ৬৬২৪ হেক্টৰ মাটিকালিৰে পৰিৱেষ্টিত ৰাণী সংৰক্ষিত বনাঞ্চলখন…

ৰাণী বন বিষয়া কাৰ্যালয়ৰ অভিযানত জব্দ বহু মূল্যবান চোৰাং কাঠ

২১জানুৱাৰী : অসম চৰকাৰৰ বন বিভাগৰ গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ ৰাণী বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ বনকৰ্মী সকলে অবৈধ বনজ সম্পদৰ সৰবৰাহৰ বিৰূদ্ধে অভিযান চলাই আহিলেও একাংশ চতুৰ সৰবৰাহকাৰীয়ে মাজে সময়ে নতুন নতুন…

বিবাহত বহিল নীৰজ চোপ্ৰা

ভাৰতৰ জেভলিন থ্ৰ’য়াৰ নীৰজ চোপ্ৰাই হিমানী ম’ৰৰ সৈতে যুগ্ম জীৱনৰ পাতনি মেলিছে। ২৭ বছৰীয়া তাৰকা খেলুৱৈগৰাকীয়ে তেওঁৰ ছ’চিয়েল মিডিয়া হেণ্ডেলত বিবাহৰ কথা ঘোষণা কৰে। তেওঁ কয় যে মই মোৰ পৰিয়ালৰ…

২০২৪ত তিনিগুণলৈ বৃদ্ধি বিশ্বজুৰি বিলিয়নেয়াৰৰ সম্পত্তি

বিশ্বব্যাপী বিলিয়নেয়াৰৰ সম্পত্তি ২০২৪ চনত ২০০০ আমেৰিকান ডলাৰ বৃদ্ধিৰে ১৫,০০০ আমেৰিকান ডলাৰ হৈছে, যি ২০২৩ চনৰ তুলনাত তিনিগুণ অধিক। এই কথা ‘অক্সফাম ইণ্টাৰনেচনেল’ৰ দ্বাৰা বিশ্বব্যাপী বৈষম্যৰ শেহতীয়া প্ৰতিবেদনত প্ৰকাশ পাইছে।…

ফুলগুৰি আঞ্চলিক উচ্চ মাধ্যমিক বিদ্যালয়ত ভোগালী মেলা

পশ্চিম গুৱাহাটীৰ ৰাণী শিক্ষা খণ্ডৰ অন্তৰ্গত ফুলগুৰি আঞ্চলিক উচ্চ মাধ্যমিক বিদ্যালয় চৌহদত ভোগালী বিহুৰ লগত সংগতি ৰাখি ১২ জানুৱাৰীত প্রথমবাৰৰ বাবে অনুষ্ঠিত হয় প্ৰাক ভোগালী মেলা। ছাত্র-ছাত্রীৰ লগতে শিক্ষক -শিক্ষয়ত্ৰীৰ…