Category: Assam

ব্যৱসায়িক চিলিণ্ডাৰৰ নাটনিৰে মহানগৰীত হাহাকাৰ! বন্ধ হৈ পৰিব গুৱাহাটীৰ হোটেল-ৰেস্তোৰাঁ

ইৰাণ-ইজৰাইলৰ যুদ্ধৰ প্ৰভাৱত এতিয়া ৰাজ্যৰ শক্তিখণ্ডত তীব্ৰ সংকটৰ সৃষ্টি হৈছে। বিশেষকৈ বাণিজ্যিক চিলিণ্ডাৰৰ যোগান ব্যাহত হোৱাৰ ফলত গুৱাহাটী মহানগৰীৰ প্ৰায় ৭,০০০ সৰু-ডাঙৰ হোটেল-ৰেস্তোৰাঁৰ ভৱিষ্যত এতিয়া অনিশ্চয়তাৰ মাজলৈ গতি কৰিছে। সোমবাৰে…

ছুটি দিবলৈ অস্বীকাৰ কৰিছিল বেংক মেনেজাৰে! খঙৰ ভমকতে ছিকিউৰিটি গাৰ্ডে সংঘটিত কৰিলে ভয়ংকৰ কাণ্ড

ছুটী বিচৰাত দিবলৈ অস্বীকাৰ কৰিছিল বেংক মেনেজাৰে। খঙৰ ভমকতে গুলীয়াই হত্যা কৰিলে ছিকিউৰিটি গাৰ্ডে। উত্তৰ প্ৰদেশৰ লোনী বৰ্ডাৰ থানা এলেকাৰ বলৰাম নগৰস্থিত পঞ্জাৱ এণ্ড সিন্ধ বেংকত সোমবাৰে সংঘটিত হৈছে এই…

যুদ্ধৰ ফলত আন্তঃৰাষ্ট্ৰীয় বজাৰত প্ৰতি বেৰেলত ১৫৩ ডলাৰলৈ বৃদ্ধি তেলৰ মূল্য

আমেৰিকা আৰু ইজৰাইলে ইৰানৰ ওপৰত আক্ৰমণ চলাই যুদ্ধ সূচনা কৰা আজি ১৮ দিন হল। এই যুদ্ধৰ ফলত আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্য অভাৱনীয় হাৰত বৃদ্ধি পাইছে। তেলৰ মূল্য প্ৰতি বেৰেলত…

প্ৰাণৰ শিল্পী জুবিন গাৰ্গ বিহীন ছয়মাহ

প্ৰাণৰ শিল্পী জুবিন গাৰ্গ নোহোৱা হোৱা ছয়মাহে হ’ল। আজি কাহিলীপাৰা বাসগৃহত নাম প্ৰসংগ বৈদিক নীতি নিয়মৰ মাজেৰে প্ৰাণৰ শিল্পী গৰাকীৰ ছয়মহীয়া মৃত্যু তিথি পালন পৰিয়ালে। পত্নী গৰিমা শইকীয়া গাৰ্গে জুবিন…

ঘৰতে বহিয়েই কৰিব পাৰিব এল পি জিৰ ই-কেৱাইচি; গ্ৰাহকসকললৈ কেন্দ্ৰীয় পেট্ৰ’লিয়াম মন্ত্ৰালয়ৰ নতুন নিৰ্দেশনা

দেশজুৰি সৃষ্টি হোৱা ৰন্ধন গেছৰ তীব্ৰ নাটনিৰ মাজতে কেন্দ্ৰীয় পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ে সকলো ঘৰুৱা গ্ৰাহকৰ বাবে বাধ্যতামূলক কৰিছে আধাৰভিত্তিক ই-কেৱাইচি। শনিবাৰে মন্ত্ৰালয়ে জাৰি কৰা এক নিৰ্দেশনা অনুসৰি, গ্ৰাহকসকলে…

ডুবাই বিমানবন্দৰৰ সমীপত ড্ৰোন আক্ৰমণ; ইন্ধন ডিপোত ভয়াৱহ অগ্নিকাণ্ড, বিমান চলাচল ব্যাহত

মধ্যপ্ৰাচ্যৰ যুদ্ধ পৰিস্থিতিয়ে বিশ্বৰ কেইবাখনো দেশত সৃষ্টি কৰিছে ভয়ংকৰ আতংকৰ। সোমবাৰে পুৱা ডুবাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ সমীপত ড্ৰোন আক্ৰমণৰ ফলত সূত্ৰপাত ঘটে এক ভয়াৱহ অগ্নিকাণ্ডৰ। বিমানবন্দৰটোৰ অতি ওচৰত থকা এটা ইন্ধন…

৯ এপ্ৰিলত অসম বিধানসভা ভোটগ্ৰহণ; ৪ মে’ত ওলাব ফলাফল

দেশৰ পাঁচখন ৰাজ্যৰ নিৰ্বাচনী যুঁজৰ দিন দেওবাৰে আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে ভাৰতৰ নিৰ্বাচন আয়োগে। মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেষ কুমাৰে সংবাদমেলযোগে সদৰী কৰা অনুসৰি, অসমত অহা ৯ এপ্ৰিলত এটা পৰ্যায়তে বিধানসভা নিৰ্বাচনৰ…

অসম নিৰ্বাচনী সমৰত আপৰ প্ৰথম প্ৰাৰ্থী তালিকাত ১৪ জনৰ নাম

মগতব্যৱস্থাৰ অঙ্গীভাৱে, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অসমত কংগ্ৰেছ দলৰ বিৰুদ্ধে গম্ভীৰ অভিযোগ উত্থাপন কৰিছে। তেওঁৰ মতে, কংগ্ৰেছৰ ১৫ বৰ্ষীয়া শাসনকালত স্বাস্থ্য বাজেটৰ পৰা বছৰি ১৫০ কোটি টকা আত্মসাৎ কৰা হৈছে,…

গুৱাহাটীত অমিত শ্বাহৰ অভিযোগ— অসমৰ স্বাস্থ্য বাজেটৰ ১৫০ কোটি টকা লুটিছিল কংগ্ৰেছে

মগতব্যৱস্থাৰ অঙ্গীভাৱে, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অসমত কংগ্ৰেছ দলৰ বিৰুদ্ধে গম্ভীৰ অভিযোগ উত্থাপন কৰিছে। তেওঁৰ মতে, কংগ্ৰেছৰ ১৫ বৰ্ষীয়া শাসনকালত স্বাস্থ্য বাজেটৰ পৰা বছৰি ১৫০ কোটি টকা আত্মসাৎ কৰা হৈছে,…

অসমত বিশাল স্বাস্থ্য আন্তঃগাঁথনিৰ উন্মোচন; তিনিখনকৈ চিকিৎসা প্ৰতিষ্ঠানৰ শুভ উদ্বোধন গৃহমন্ত্ৰী শ্বাহৰ

দেওবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অসমত কেইবাখনো অত্যাধুনিক চিকিৎসা প্ৰতিষ্ঠান মুকলি কৰি ৰাজ্যৰ চিকিৎসা খণ্ডত এক নতুন অধ্যায়ৰ সূচনা কৰে। এই উদ্যোগৰ সৈতে গৃহমন্ত্ৰীগৰাকীয়ে আনুষ্ঠানিকভাৱে প্ৰাগজ্যোতিষপুৰ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাল,…