Sports দোহা ডায়মণ্ড লীগত দ্বিতীয় স্থানত নীৰজ চোপ্ৰা May 11, 2024 Sonakshi Sarkar অলিম্পিক আৰু বিশ্ব চেম্পিয়ন নীৰজ চোপ্ৰাই শুকুৰবাৰে ইয়াত অনুষ্ঠিত দোহা ডায়মণ্ড লীগ মীটৰ জেভলিন থ্ৰো ইভেণ্টত ৮৮.৩৬ মিটাৰ শ্ৰেষ্ঠ থ্ৰোৰে দ্বিতীয় স্থান লাভ কৰে। তেওঁ সমগ্ৰ প্ৰতিযোগিতাখনত চেক গণৰাজ্যৰ ৱালেশৰ…
Latest ২৮,২০০ টা মোবাইল হেণ্ডছেট ব্লক কৰিবলৈ নিৰ্দেশ জাৰি কেন্দ্ৰীয় চৰকাৰৰ May 11, 2024 Sonakshi Sarkar কেন্দ্ৰীয় চৰকাৰে ডিজিটেল জালিয়াতি, চাইবাৰ ক্ৰাইমত দূৰসংযোগৰ অপব্যৱহাৰ প্ৰতিহত কৰিবলৈ কঠোৰ সিদ্ধান্ত লৈছে। চৰকাৰে ১০ মে’ টেলিকম অপাৰেটৰসকলক ২৮,২০০ টা মোবাইল হেণ্ডছেট ব্লক কৰিবলৈ নিৰ্দেশ জাৰি কৰে। ইয়াৰ লগতে, এই…
News ড০ বীৰুবালা ৰাভাক উন্নত চিকিৎসাৰ ব্যৱস্থা কৰক: বহুবাক May 11, 2024 Sonakshi Sarkar পদ্মশ্ৰী প্ৰাপক ড০ বীৰুবালা ৰাভা আজি দীৰ্ঘদিন ধৰি দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকাত ৰাজ্যৰ ভিন-ভিন দল-সংগঠনে গভীৰ উদ্বেগ প্ৰকাশ কৰিছে ।সংবাদ প্ৰতিষ্ঠানলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিত বহুভাষিক…
Latest শিমলীতোলাত বনৰীয়া হাতীৰ তাণ্ডৱ May 10, 2024 Sonakshi Sarkar দীৰ্ঘ দিনৰে পৰা গোৱালপাৰা জিলাৰ ৰংজুলি আঞ্চলিক বনাঞ্চলিক কাৰ্যালয়ৰ এলেকাধীন শিমলীতোলা,কানকাটা,আৰিকাটি,কাণকাটা আদি অঞ্চলত বনৰীয়া হাতীয়ে তাণ্ডৱ চলাই ঘৰবাৰী লণ্ডভণ্ড কৰাৰ লগতে খেতিবাতি খাই তহিলং কৰাটো এক সচাৰচাৰ ঘটনাত পৰিণত হৈছে৷…
Political দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক অন্তৱৰ্তীকালীন জামিন May 10, 2024 Sonakshi Sarkar দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক উচ্চতম ন্যায়ালয়ৰ দুজনীয়া ন্যায়াধীশৰ বিচাৰপীঠে অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰে। আদালতে তেওঁক ২ জুনত আত্মসমৰ্পণ কৰিবলৈ নিৰ্দেশ দিয়ে। ২১ মাৰ্চৰ পৰা কাৰাগাৰত বন্দী হৈ থকা অৰবিন্দ কেজৰিৱালে…
Education উচ্চতৰ মাধ্যমিক পৰীক্ষাত উজলিল উম্মে ইয়াচমিন May 10, 2024 Sonakshi Sarkar ৰঙিয়া মহকুমাৰ সমীপৱৰ্তী তামুলপুৰ জিলাৰ অন্তৰ্গত ধেপাৰ গাঁওৰ অত্যন্ত গৰীব ৰাজমিস্ত্ৰী পিতৃ ফিৰোজ আলী আৰু গৃহিনী মাতৃ ৰুমী বেগমৰ কন্যা উম্মে ইয়াচমিনে সদ্যঘোষিত উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাৰ বিজ্ঞান শাখাত ৮৯…
Latest ৬৫ বছৰত ভাৰতত মুছলমান জনসংখ্যাৰ ৪৩.১৫ শতাংশ বৃদ্ধি May 9, 2024 Sonakshi Sarkar প্ৰধানমন্ত্ৰীৰ অৰ্থনৈতিক উপদেষ্টা পৰিষদে (ইএছপি-পিএম) এখন প্ৰতিবেদন প্ৰকাশ কৰিছে, যাৰ অনুসৰি ভাৰতত ধৰ্মীয় সংখ্যাগৰিষ্ঠ জনসংখ্যাৰ অংশ ১৯৫০ চনৰ পৰা ২০১৫চনলৈ ৭.৮১ শতাংশ হ্ৰাস পাইছে। একে সময়তে মুছলমান জনসংখ্যাৰ অংশ ৪৩.১৫…
Education ৪০০ ৰো অধিক শিক্ষাৰ্থীক গঁড় সংৰক্ষণৰ শিক্ষা প্ৰদান আৰণ্যক-ডিএছডব্লিউএফৰ May 9, 2024 Sonakshi Sarkar গঁড় সংৰক্ষণৰ বাবে সজাগতা বৃদ্ধিৰ অংশ হিচাপে অসমৰ গঁড় থকা দুটা অঞ্চলৰ সমীপত অৱস্থিত তিনিখন বিদ্যালয়ত আৰণ্যকৰ “গঁড় বিদ্যালয়লৈ যায়”শীৰ্ষক অভিযানৰ আয়োজন কৰে। এই কাৰ্যসূচীত বিদ্যালয় কেইখনৰ চাৰি শতাধিক ছাত্ৰ-ছাত্ৰীয়ে…
Political ১৫ মে’লৈ বৃদ্ধি মনীষ চিছোদিয়াৰ ন্যায়িক জিম্মা May 7, 2024 Sonakshi Sarkar দিল্লীৰ প্ৰাক্তন উপ মুখ্যমন্ত্ৰী আৰু আম আদমী পাৰ্টিৰ (আপ) নেতা মনীষ চিছোদিয়াই দিল্লী সুৰা নীতিৰ গোচৰত এক আঘাতৰ সন্মুখীন হৈছে। গোচৰটোৰ সৈতে সম্পৰ্কিত চিবিআই গোচৰত, ৰাউজ এভিনিউ আদালতে চিছোদিয়াৰ ন্যায়িক…
Latest হামাছৰ যুদ্ধবিৰতি চুক্তি গ্ৰহণ কৰিবলৈ অস্বীকাৰ ইজৰাইলৰ May 7, 2024 Sonakshi Sarkar অব্যাহত আছে ইজৰাইল আৰু পেলেষ্টাইনৰ হামাছ গোটৰ মাজত যুদ্ধ। ইয়াৰ মাজতে ইজৰাইলী সেনাই ঘোষণা কৰিছে যে তেওঁলোকে ৰাফাত আক্ৰমণ আৰম্ভ কৰিছে। ইজৰাইল প্ৰতিৰক্ষা বাহিনী বা আইডিএফে কৈছিল যে তেওঁলোকে ৰাফাত…