Entertainment ১৪ জুনত মুক্তি পাব আমিৰ খানৰ পুত্ৰ জুনেইদ খানৰ প্ৰথম ছবি “মহাৰাজ” May 29, 2024 Sonakshi Sarkar আমিৰ খানৰ পুত্ৰ জুনেইদ খানৰ প্ৰথম ছবি “মহাৰাজ” ১৪ জুনত অটিটি প্লেটফৰ্ম নেটফ্লিক্সত মুক্তি পাব। ৱাইআৰএফ এণ্টাৰটেইনমেণ্টৰ বেনাৰত আদিত্য চোপ্ৰাৰ দ্বাৰা প্ৰযোজিত এই ছবিখনত জয়দীপ আহলাৱত আৰু শালিনী পাণ্ডেও অভিনয়…
Latest পথাৰকান্দিত অসম সত্ৰ মহাসভাৰ কলাক্ষেত্ৰ স্থাপনৰ প্ৰস্তুতি May 27, 2024 Sonakshi Sarkar অসম সত্ৰ মহাসভাই অসমৰ বৰ্ণিল সত্ৰীয়া কৃষ্টি-সংস্কৃতিৰ প্ৰচাৰ, প্ৰসাৰ আৰু সংৰক্ষণৰ কাৰণে এখন কলাক্ষেত্ৰ স্থাপন কৰিবলৈ প্ৰস্তুতি আৰম্ভ কৰিছে। অসম সত্ৰ মহাসভাৰ উত্তৰ-পশ্চিম মণ্ডলৰ সাংস্কৃতিক সম্পাদক যুগান্ত বায়নে জনোৱা মতে,…
Sports চতুৰ্থবাৰলৈ আই পি এলৰ ফাইনেল খেলিব কলকাতা নাইট ৰাইডাৰ্ছে May 25, 2024 Sonakshi Sarkar ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ ১৭ তম ছিজনৰ ফাইনেল মেচখন কলকাতা নাইট ৰাইডাৰ্ছ আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদৰ মাজত হ’ব। এই খেলখন দেওবাৰে সন্ধিয়া চেন্নাইৰ চেপক ষ্টেডিয়ামত অনুষ্ঠিত হ’ব। শ্ৰেয়াছ আয়াৰৰ নেতৃত্বত কেকেআৰে কোৱালিফায়াৰ-১…
Latest বেটাৰী ৰিক্সা পৰিল বাগৰি May 24, 2024 Sonakshi Sarkar নাজিৰাৰ শিমলুগুৰি বাঁহগড়া অঞ্চলৰ অভিযোগ অনুসৰি প্ৰায় ৬ কোটিকৈ টকা আৱণ্টন হোৱাৰ পিছত নিৰ্বাচনৰ আগত কেইদিন মান কাম কৰিয়েই দায়িত্ব সামৰিলে PWD বিভাগে | পথচোৱাৰ এনে অৱস্থাৰ বাবে এতিয়া ৰোগী…
Political পঞ্চম পৰ্যায়ৰ লোকসভা নিৰ্বাচনত ৬২.২০ শতাংশ ভোটদান May 24, 2024 Sonakshi Sarkar ২০ মে’ত অনুষ্ঠিত হোৱা পঞ্চম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে মুঠ ৬২.২০ শতাংশ ভোটদান পঞ্জীভুক্ত হয়। নিৰ্বাচন আয়োগে বৃহস্পতিবাৰে সংশোধিত পৰিসংখ্যা প্ৰকাশ কৰে। আয়োগৰ মতে, পঞ্চম পৰ্যায়ত পুৰুষতকৈ অধিক মহিলাই ভোটদান…
Education আৰণ্যকৰ উদ্যোগত শিক্ষাৰ্থীৰ মাজত গিবন সংৰক্ষণৰ সজাগতা সৃষ্টি May 24, 2024 Sonakshi Sarkar অসমৰ যোৰহাট জিলাৰ হোলোঙাপাৰ গিবন বন্যপ্ৰাণী অভয়াৰণ্যৰ কাষৰীয়া অঞ্চলৰ স্কুলীয়া শিক্ষাৰ্থীসকলৰ মাজত গিবন সংৰক্ষণৰ সজাগতা সৃষ্টিৰ উদ্দেশ্যে অগ্ৰণী জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যকে এলানি শৈক্ষিক অভিযান আৰম্ভ কৰিছে । এই…
Latest কানলৈ প্ৰথমজন অসমীয়া মে’কআপ আৰ্টিষ্ট May 24, 2024 Sonakshi Sarkar ৭৬ সংখ্যক কান চলচ্চিত্ৰ মহোৎসৱত উপস্থিত থাকি নিজৰ প্ৰতিভা প্ৰদৰ্শনৰ সুযোগ লাভ কৰিছে চেলিব্ৰেটী মে’কআপ আৰ্টিষ্ট তথা হেয়াৰ ষ্টাইলিষ্ট বিজয়জিৎ শইকীয়াই । এই গৌৰৱ কঢ়িয়াই অনা তেওঁ প্ৰথমজন অসমীয়া মে’কআপ…
Education দীপৰ বিলত আন্তঃৰাষ্ট্ৰীয় জৈৱ বৈচিত্ৰ্য দিৱস উদযাপন May 23, 2024 Sonakshi Sarkar আন্তঃৰাষ্ট্ৰীয় জৈৱ বৈচিত্ৰ্য দিৱস উপলক্ষে মহানগৰীৰ আগশাৰীৰ শিক্ষানুষ্ঠান চাই বিকাশ বিদ্যা নিকেতনৰ উদ্যোগত এক বিশেষ কাৰ্যসূচী অনুস্থিত হয়।ব্যতিক্ৰমী ৰূপেৰে দীপৰ বিলৰ পাৰত অনুষ্ঠিত এই কাৰ্যসূচীত মূকাভিনয়ৰে জৈৱ বৈচিত্ৰৰ প্ৰয়োজনীয়তা সম্পৰ্কে…
Latest ২৪ মে’ত ছবিগৃহলৈ নতুন অসমীয়া চলচ্চিত্ৰ প্ৰতিশ্ৰুতি May 23, 2024 Sonakshi Sarkar গুৱাহাটী সমগ্ৰ অসমৰ ৫৫টা ছবিগৃহত ২৪ শুক্ৰবাৰে মুক্তি লাভ কৰিব মধুৰ চিনে আৰ্টৰ বেনাৰত ৰাতুল চন্দ্ৰ বৰুৱা প্ৰযোজিত আৰু কিশোৰ তহবিলদাৰ পৰিচালিত অসমীয়া চলচ্চিত্ৰ “প্ৰতিশ্ৰুতি”৷এই উদ্দেশ্যে আজি গুৱাহাটী প্ৰেছ ক্লাৱত…
Political কা ৰূপায়ণৰ প্ৰক্ৰিয়া তৎক্ষণাৎ বন্ধ নকৰিলে আন্দোলনৰ ভাবুকি চিপিআই-এমৰ May 23, 2024 Sonakshi Sarkar বিৰোধী দল চিপিআই-এমে বুধবাৰে ত্ৰিপুৰা চৰকাৰে নাগৰিকত্ব সংশোধনী আইন (কা) ৰূপায়ণৰ প্ৰক্ৰিয়া তৎক্ষণাৎ বন্ধ নকৰিলে আন্দোলন আৰম্ভ কৰাৰ ভাবুকি দিছিল। গৃহ মন্ত্ৰালয়ৰ (এমএইচএ) অধিসূচনা অনুসৰি, ত্ৰিপুৰা চৰকাৰে কা-ৰ অধীনত ভাৰতীয়…