Author: Piyali Poddar

আহি আছে সাগৰীয় ধুমুহা মন্থা

হাই এলাৰ্ট জাৰি কৰা হৈছে অন্ধ্ৰপ্ৰদেশ-ওড়িশাত ৷ মঙলবাৰে নিশা কাকিনাদাৰ সমীপৰ মচলীপট্টনম আৰু কলিংগপট্টনমৰ মাজেৰে অন্ধ্ৰপ্ৰদেশৰ উপকূল অতিক্ৰমৰ সম্ভাৱনা আছে মন্থাৰ ৷ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই মন্থাৰ আগমনক কেন্দ্ৰ কৰি জাৰি…

চলন্ত ৰে’লত লাগিল জুই

পঞ্জাৱত আজি সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। পুৱা পঞ্জাৱৰ লুধিয়ানাৰ পৰা দিল্লী অভিমুখে যাত্ৰাৰত অৱস্থাতে গৰীব ৰথ এক্সপ্ৰেছৰ এটা ডবাত অগ্নিকাণ্ড সংঘটিত হয়। পঞ্জাৱৰ ছিৰহিন্দ ষ্টেচনৰ সমীপত সংঘটিত হৈছে এই…

শেহতীয়াকৈ বিশ্ব স্বাস্থ্য সংস্থাই নিৰ্দিষ্ট কফ চিৰাপ ব্ৰেণ্ডকেইটালৈ সতৰ্কবাণী জাৰি কৰিছে

বিগত সময়ছোৱাত কফ চিৰাপ সেৱনৰ ফলত দেশত কেইবাটাও শিশুৰ অকাল বিয়োগ ঘটাৰ পাছত শেহতীয়াকৈ বিশ্ব স্বাস্থ্য সংস্থাই নিৰ্দিষ্ট কফ চিৰাপ ব্ৰেণ্ডকেইটালৈ সতৰ্কবাণী জাৰি কৰিছে।বিশ্ব স্বাস্থ্য সংস্থাই লগতে ইয়াকো কয় যে…

শৰৎ মানেই শেৱালিৰ সুবাস!অপূৰ্ব গোন্ধৰ অধিকাৰী এই ফুলৰো আছে অনেক উপকাৰিতা

শেৱালী ফুলৰ সুবাসেৰে আমোলমোলাইছে চৌদিশ, অপূৰ্ব গোন্ধৰ অধিকাৰী এই ফুলৰো আছে অনেক উপকাৰিতা।শেৱালী ফুল কেৱল ধৰ্মীয় দৃষ্টিকোণৰ পৰাই নহয়, কিন্তু ইয়াৰ ঔষধি গুণাগুণবোৰো অতি আশ্চৰ্যজনক, জাৰ্নেল অৱ মেডিচিনেল প্লান্টৰ অধ্যয়নৰ…

ঝাৰখণ্ডত নক্সাল বিৰোধী অভিযানত শ্বহীদ অসমৰ CRPF জোৱান

ঝাৰখণ্ডত অব্যাহত আছে নিৰাপত্তাৰক্ষী বাহিনীৰ নক্সাল বিৰোধী অভিযান। দেশৰ নিৰাপত্তা বাহিনীয়ে ধাৰাবাহিকভাৱে চলাই থকা এই অভিযানত এইপৰ্যন্ত বহু নক্সাল সদস্যই প্ৰাণ হেৰুৱাইছে। আনহাতে শ্বহীদ হৈছে কেইবাজনো নিৰাপত্তাৰক্ষী। এনে এক নক্সাল…

ক’ত অনুষ্ঠিত হ’ব আই পি এল ২০২৬ৰ নিলাম?

ক্ৰিকেট বিশ্বৰ আটাইতকৈ ধনাঢ্য আৰু জনপ্ৰিয় লীগ আই পি এল। এই প্ৰতিযোগিতাৰ খেলুৱৈ নিলামত প্ৰতিবাৰেই উঠে ধনৰ উজান। সেয়ে সমগ্ৰ ক্ৰিকেট বিশ্বৰে চকু থাকে এই খেলুৱৈৰ নিলামত। আই পি এল…

মাৰিয়া ক’ৰিনা মাচাডোলৈ ২০২৫ বৰ্ষৰ শান্তিৰ ন’বেল বঁটা

২০২৫ চনৰ শান্তিৰ ন’বেল বঁটা ঘোষণা। ড’নাল্ড ট্ৰাম্পে এই সন্মানীয় বঁটা বিচাৰিছিল যদিও তেওঁ ব্যৰ্থ হয়। ভেনিজুৱেলাৰ বিৰোধী নেত্ৰী মাৰিয়া ক’ৰিনা মাচাডোৱে জয়লাভ কৰে।আজি ২০২৫ চনৰ শান্তিৰ ন’বেল বঁটা ঘোষণা।…

আচৰিত গুণেৰে ভৰপূৰ মধুৰিআম

মধুৰিআমত ভিটামিন চি, খনিজ লৱণ, আয়ৰন আৰু ফলিক এচিডৰ দৰে পুষ্টিগুণে ভৰপূৰ, যাৰ ফলত ই কোষ্ঠকাঠিন্য দূৰ কৰে, হাড় ও দাঁত শক্তিশালী কৰে আৰু ৰক্তচাপ নিয়ন্ত্ৰণত সহায় কৰে। ইয়াৰ উপৰিও,…

ৰঙাঘৰলৈ তামাৰহাট থানাৰ আৰক্ষী বিষয়া কপিল বৰা

তামাৰহাট থানাৰ আৰক্ষী বিষয়া কপিল বৰাক জেললৈ প্ৰেৰণ। আৰক্ষীৰ জিম্মাত এগৰাকী অভিযুক্তৰ মৃত্যুৰ পাছতেই বিতৰ্কত সোমাই পৰিছিল আৰক্ষী বিষয়াগৰাকী। তেওঁৰ বিৰুদ্ধে অভিযুক্তক অমানুষিক অত্যাচাৰ চলোৱাৰ অভিযোগ তুলি প্ৰতিবাদ কৰে স্থানীয়…

ওৰাং ৰাষ্ট্ৰীয় উদ্যানত বনকৰ্মীৰ গুলীত নিহত চোৰাং চিকাৰী

পুৱতি নিশা ওৰাং ৰাষ্ট্ৰীয় উদ্যানত গুলীয়াগুলী। বনকৰ্মী আৰু চোৰাং চিকাৰীৰ মাজত হয় সংঘৰ্ষ। সংঘৰ্ষত নিহত এটা চোৰাং চিকাৰী। জানিব পৰা মতে কেইজনমান সন্দেহজনক লোকক প্ৰত্যক্ষ কৰিছিল বনকৰ্মীয়ে। তাৰ পিছতে নিশা…