Author: Paromita

‘আপোনালোক কি জেমছ বণ্ড নেকি?’ ৰাজস্থান আৰক্ষীক ভৰ্ত্সনা কৰি ভিত্তিহীন এফআইআৰ খাৰিজ উচ্চতম ন্যায়ালয়ৰ

দেশৰ তদন্তকাৰী সংস্থাসমূহে প্ৰথমে গুলীয়াই পাছত প্ৰশ্ন সোধাৰ যি নীতি গ্ৰহণ কৰিছে, তাক লৈ শুকুৰবাৰে কঠোৰ স্থিতি গ্ৰহণ কৰে উচ্চতম ন্যায়ালয়ে। ৰাজস্থান আৰক্ষীয়ে এজন সাংবাদিকৰ বিৰুদ্ধে ৰুজু কৰা ধন দাবী…

‘দ্য কেৰেলা ষ্টৰী ২’ৰ মুক্তিৰ পথ প্ৰশস্ত; একক বিচাৰপীঠৰ স্থগিতাদেশ খাৰিজ কেৰালা উচ্চ ন্যায়ালয়ৰ

অৱশেষত আঁতৰিল বিতৰ্কিত কথাছবি ‘দ্য কেৰেলা ষ্টৰী ২: গোজ বিয়ণ্ড’ৰ মুক্তিৰ ওপৰত থকা আইনী বাধা। শুকুৰবাৰে কেৰালা উচ্চ ন্যায়ালয়ৰ এক সংমণ্ডল বিচাৰপীঠে ছবিখনৰ মুক্তিৰ ওপৰত লগোৱা ১৫ দিনীয়া অন্তৱৰ্তীকালীন স্থগিতাদেশ…

মিছন বসুন্ধৰাৰ নামত চৰকাৰী ভূমি আবণ্টন; বোকাখাতত শতাধিক হিতাধিকাৰীক মাটিৰ পট্টা বিতৰণ কৃষিমন্ত্ৰীৰ

ৰাজ্যজুৰি চলি থকা মিছন বসুন্ধৰা ৩.০-ৰ অংশ হিচাপে শুকুৰবাৰে বোকাখাত সমষ্টিৰ ৬৪৫ গৰাকী হিতাধিকাৰীৰ মাজত চৰকাৰী ভূমিৰ পট্টা বিতৰণ কৰা হয়। বোকাখাত কেন্দ্ৰীয় বিহু পথাৰত আয়োজিত এক অনুষ্ঠানত কৃষিমন্ত্ৰী অতুল…

ফিল্মফেয়াৰৰ মঞ্চত জুবিন গাৰ্গৰ জয়জয়কাৰ; মৰণোত্তৰভাৱে লাভ কৰিলে তিনিটাকৈ সন্মানীয় বঁটা

ভাৰতীয় সংগীত আৰু চিনেমা জগতলৈ আগবঢ়োৱা অতুলনীয় অৱদানৰ বাবে ২০২৬ বৰ্ষৰ ফিল্মফেয়াৰ বঁটাৰ মঞ্চত মৰণোত্তৰভাৱে সন্মানিত কৰা হয় অসমৰ জনপ্ৰিয় কন্ঠশিল্পী জুবিন গাৰ্গক। শুকুৰবাৰে নিশা মুম্বাইত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত…

পুত্ৰহাৰা পৰিয়ালৰ মহানুভৱতাৰ নিদৰ্শন; মগজুৰ মৃত্যু হোৱা যুৱকৰ অংগদানে ৰক্ষা কৰিলে বহু জীৱন

সন্তানৰ অকাল বিয়োগত ম্ৰিয়মাণ হৈ পৰা এটা শোকাতুৰ পৰিয়ালে গ্ৰহণ কৰা এক বিৰল সিদ্ধান্তৰ বাবে এতিয়া কেইবাজনো ৰোগীলৈ কঢ়িয়াই আনিছে জীৱনৰ নতুন বতৰা। কৰ্ণাটকৰ মানড্যা জিলাৰ চিক্কা মানড্যা গাঁৱৰ দৰ্শন…

অৰবিন্দ কেজৰিৱাল আৰু মনীষ চিছোদিয়াৰ বিৰুদ্ধে থকা সকলো গোচৰ খাৰিজ; আদালতৰ ৰায়ৰ পাছতে আৱেগিক আপ নেতা

দেশৰ ৰাজনৈতিক মহলত জোকাৰণি সৃষ্টি কৰা চৰ্চিত আবকাৰী নীতি কেলেংকাৰিৰ গোচৰৰ পৰা শুকুৰবাৰে দিল্লীৰ ৰাউজ এভিনিউ আদালতে আম আদমী পাৰ্টীৰ মুৰব্বী অৰবিন্দ কেজৰিৱালক সম্পূৰ্ণৰূপে দোষমুক্ত ঘোষণা কৰে। কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থা…

অগ্নিবীৰ জন গিনলালেন হাওকিপৰ নশ্বৰ দেহ লৈ জনসমুদ্ৰ; পূৰ্ণ সামৰিক মৰ্যাদাৰে মণিপুৰত সম্পন্ন অন্তিম সংস্কাৰ

দেশৰ বাবে প্ৰাণ আহুতি দিয়া অসম ৰেজিমেণ্টৰ অগ্নিবীৰ জন গিনলালেন হাওকিপক বুধবাৰে পূৰ্ণ সামৰিক মৰ্যাদাৰে অন্তিম বিদায় জনোৱা হয়। কৰ্তব্যৰত অৱস্থাত বীৰগতি প্ৰাপ্ত হোৱা এই তৰুণ সৈনিকজনৰ বলিদানক সন্মান জনাই…

ডিজিটেল পৃথিৱীত নৰেন্দ্ৰ মোদীৰ নতুন অভিলেখ; ইনষ্টাগ্ৰামত ১০ কোটি ফল’ৱাৰ্ছ অতিক্ৰম মোদীৰ

সামাজিক মাধ্যমৰ জনপ্ৰিয় প্লেটফৰ্ম ইনষ্টাগ্ৰামত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শেহতীয়াকৈ অৰ্জন কৰিছে এক ঐতিহাসিক মাইলষ্টোন। বিশ্বৰ প্ৰথমগৰাকী ৰাজনৈতিক নেতা হিচাপে তেওঁ ইনষ্টাগ্ৰামত ১০ কোটি অৰ্থাৎ ১০০ মিলিয়ন ফল’ৱাৰ্ছৰ সীমা অতিক্ৰম…

মিত্ৰতাৰ অংকত জটিলতা; ভৱানীপুৰ-সৰভোগ আসন চিপিআই(এম)ক এৰি দিয়াৰ সম্ভাৱনাক লৈ বৰপেটা ৰোডত কংগ্ৰেছীৰ উত্তাল প্ৰতিবাদ

আগন্তুক বিধানসভা নিৰ্বাচনৰ মিত্ৰতাৰ অংকক লৈ বৰপেটা ৰোডৰ ৰাজীৱ ভৱনত বুধবাৰে সূত্ৰপাত ঘটে এক উত্তাল পৰিৱেশৰ। ভৱানীপুৰ-সৰভোগ সমষ্টিটো মিত্ৰতাৰ খাতিৰত ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী) চমুকৈ চিপিআই(এম)ক এৰি দিয়াৰ সম্ভাৱনা প্ৰকট…

বিতৰ্কিত ছবি ‘দ্য কেৰালা ষ্ট’ৰী ২’ৰ মুক্তিৰ ওপৰত স্থগিতাদেশ; চেন্সৰ ব’ৰ্ডৰ কাৰ্যত অসন্তুষ্টি প্ৰকাশ কেৰালা উচ্চ ন্যায়ালয়ৰ

বিতৰ্কিত ছবি ‘দ্য কেৰালা ষ্ট’ৰী ২’ৰ মুক্তিৰ ওপৰত বৃহস্পতিবাৰে কেৰালা উচ্চ ন্যায়ালয়ে জাৰি কৰিছে অন্তৱৰ্তীকালীন স্থগিতাদেশ। ছবিখনক চেন্সৰ ব’ৰ্ডে দিয়া প্ৰমাণপত্ৰৰ ক্ষেত্ৰত ‘বিচাৰ-বুদ্ধিৰ প্ৰয়োগ নকৰাৰ’ প্ৰমাণ পোৱা বুলি গুৰুত্বপূৰ্ণ মন্তব্য…