Author: news editor

২০২৪ বিত্তীয় বৰ্ষত শিক্ষাৰ বাবে ৮.২৮ লাখ কোটি টকা ব্যয়

সংসদত সোমবাৰে উত্থাপন কৰা ২০২৩-২৪ বৰ্ষৰ অৰ্থনৈতিক জৰীপে পৰামৰ্শ দিছে যে শিক্ষাৰ মানদণ্ড উন্নত কৰাৰ বাবে কেন্দ্ৰ, ৰাজ্য আৰু স্থানীয় সংস্থাসমূহৰ প্ৰচেষ্টা, বিশেষকৈ প্ৰাথমিক শিক্ষাৰ সমন্বয়ৰ প্ৰয়োজন আছে। সমীক্ষাত কোৱা…

প্ৰথমবাৰলৈ ভাৰতীয় সেনা দুগৰাকী মহিলা খেলুৱৈয়ে অংশ ল’ব অলিম্পিকত

পেৰিছ অলিম্পিকত ভাৰতৰ ১১৭ জনীয়া দলে ল’ব অংশ। এই ১১৭ জনীয়া দলত আছে ২৪ জন সেনাবাহিনীৰ এথলীট। ইয়াৰ ভিতৰত জেভেলিন থ্ৰো তাৰকা নীৰজ চোপ্ৰা অন্যতম। প্ৰতিৰক্ষা মন্ত্ৰালয়ে জাৰি কৰা এক…

অসমত দুবছৰত বাল্য বিবাহৰ ঘটনা ৮১ শতাংশলৈ হ্ৰাস

বাল্য বিবাহ ৰোধৰ বাবে অসম চৰকাৰে লোৱা কঠোৰ আইনী ব্যৱস্থাৰ ফলত ৰাজ্যখনত বাল্য বিবাহৰ ঘটনা ৮১ শতাংশ হ্ৰাস পাইছে। এক প্ৰতিবেদনত এই কথা প্ৰকাশ কৰা হৈছে। আন্তৰ্জাতিক ন্যায় দিৱস উপলক্ষে…

নাগালেণ্ডৰ ১৩ জন লোকৰ হত্যাৰ গোচৰকলৈ কেন্দ্ৰীয় চৰকাৰলৈ জাননী উচ্চতম ন্যায়ালয়ৰ

উচ্চতম ন্যায়ালয়ে সোমবাৰে নাগালেণ্ডৰ মন জিলাত দুবছৰ বছৰ পূৰ্বে ১৩ জন সাধাৰণ লোকৰ মৃত্যুৰ গোচৰত কেন্দ্ৰীয় চৰকাৰলৈ জাননী প্ৰেৰণ কৰিছে। নাগালেণ্ড চৰকাৰে এখন ৰিট আবেদন দাখিল কৰি ভাৰতীয় সেনাৰ সেই…

“সুৰতীৰ্থ”ৰ তৃপ্তিৰেখা গোস্বামী সোঁৱৰণী অসমীয়া গীতৰ কৰ্মশালাৰ সামৰণি

জ্যোতিনগৰস্থিত পূৱ গুৱাহাটী উচ্চ বিদ্যালয়ৰ আতিথ্যত আৰু সামাজিক সাংস্কৃতিক গোষ্ঠী ” সুৰতীৰ্থ”ৰ উদ্যোগত উক্ত বিদ্যালয় প্ৰাংগণত ৫ দিনীয়াকৈ অনুষ্ঠিত তৃপ্তিৰেখা গোস্বামী সোঁৱৰণী অসমীয়া গীতৰ কৰ্মশালাৰ সফলতাৰে সামৰণি পৰে । ৮…

ব্যতিক্ৰমৰূপে আয়োজন হ’ব পেৰিছ অলিম্পিক ২০২৪

ক্ৰীড়াৰ আটাইতকৈ ডাঙৰ অনুষ্ঠান অৰ্থাৎ অলিম্পিক শীঘ্ৰে আৰম্ভ হ’ব। এইবাৰ পেৰিছত আয়োজন হ’ব অলিম্পিক। সমগ্ৰ বিশ্বৰ পৰা ১০ হাজাৰৰো অধিক খেলুৱৈয়ে ইয়াত অংশগ্ৰহণ কৰিব। সম্পূৰ্ণ পৃথককৈ এইবাৰ অলিম্পিক আয়োজন হ’ব।…

ইউৰো-২০২৪ৰ ফাইনেলত ইংলেণ্ড

এটা গ’লত পিছ পৰাৰ পিছত উভতি ৱাটকিনছে ষ্টপেজ টাইমত কৰা গ’লৰ সৈতে ইংলেণ্ডে নেডাৰলেণ্ডক ২-১গ’লত পৰাস্ত কৰি ইউৰো ফুটবল চেম্পিয়নশ্বিপ ২০২৪-ৰ ফাইনেলত প্ৰৱেশ কৰে। য’ত তেওঁলোকে এতিয়া ১৫ জুলাইত স্পেইনৰে…

প্ৰলয়ংকৰী বানত অসমত ৭৪ জন লোকৰ মৃত্যু

কেইবাসপ্তাহ ধৰি প্ৰলয়ংকৰী বানপানীৰ ফলত ক্ষতিগ্ৰস্ত হোৱা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনত বনৰীয়া জন্তুটোৰ দুৰ্দশাৰ ওপৰত আলোকপাত কৰি সোমবাৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত এটা আৱদ্ধ গঁড়ৰ পোৱালীৰ ভিডিঅ’ শ্বেয়াৰ কৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত…

ক’ভিড-১৯ৰ সময়ত ভাৰতত পূৰ্বৰ তুলনাত মাতৃসকলে জন্ম দিয়ে অধিক দুৰ্বল সন্তান

ভাৰতত নৱজাতকৰ ওপৰত কোৰোনাৰ প্ৰভাৱৰ ওপৰত এক নতুন অধ্যয়ন প্ৰকাশ পাইছে। য’ত উল্লেখ আছে যে মাতৃসকলে মহামাৰীৰ সময়ত আগতকৈ অধিক দুৰ্বল শিশুৰ জন্ম দিয়ে। দুৰ্বল শিশুসকলক কেৱল স্বাস্থ্যজনিত সমস্যাৰ সৈতে…

কৃত্ৰিম বানত গুৱাহাটীত হাহাকাৰ পৰিৱেশ

বৰ্তমান সময়ছোৱাত ৰাজ্যৰ ২৯ খন জিলা আহাৰমহীয়া বানত প্লাবিত হৈ আছে। বানৰ ফলত ৰাজ্যত মৃতকৰ সংখ্যা ৫৬ জনলৈ বৃদ্ধি পাইছে। দৈনিক ন ন অঞ্চল বানত প্লাবিত হ’বলৈ ধৰিছে। উজনিৰ পৰা…