Economy গৌৰীপুৰ বাইপাছ নিৰ্মাণৰ বাবে ৪২১.১৫ কোটি টকা আৱণ্টন March 16, 2024 news editor পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ে গুজৰাট, কৰ্ণাটক আৰু অসমৰ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ বাবে মুঠ ১,৬৯৭ কোটি টকা অনুমোদন জনাইছে। ইয়াক ৰাষ্ট্ৰীয় ঘাইপথ-৫৮ৰ খোখৰা গুজৰাট সীমা – বিজয়নগৰ- অন্তৰচুবা- মথাচুৰ পথ…
Political অসমত ১৭,০০০ ৰো অধিক লোকৰ বাবে সংস্থাপনৰ পথ মুকলি: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা March 16, 2024 news editor অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে ৰাজ্যখনত যোৱা ১৪ মাহত ১৩,৩৬৪ কোটি টকাৰ বিনিয়োগ লাভ কৰিছে, যাৰ ফলত ১৭,০০০ ৰো অধিক লোকৰ বাবে নিযুক্তিৰ সুযোগ সৃষ্টি হ’ব। অসমৰ ঔদ্যোগিক…
Political “কা”ৰ শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে March 15, 2024 news editor নাগৰিকত্ব সংশোধনী আইন, ২০১৯ৰ সাংবিধানিক বৈধতাক প্ৰত্যাহ্বান জনোৱা আৱেদনসমূহ নিষ্পত্তি নোহোৱালৈকে নাগৰিকত্ব সংশোধনী নিয়ম, ২০২৪ ৰ কাৰ্যকৰীকৰণ স্থগিত ৰখাৰ বাবে কেন্দ্ৰক নিৰ্দেশ দিবলৈ বিচৰা আৱেদনৰ শুনানি কৰাৰ বাবে শুকুৰবাৰে উচ্চতম…
Political ৫ বছৰীয়া নিৰ্বাচনী বণ্ডৰ তথ্য প্ৰকাশ নিৰ্বাচন আয়োগৰ March 15, 2024 news editor উচ্চতম ন্যায়ালয়ৰ কঠোৰতাৰ পিছত নিৰ্বাচন আয়োগে বৃহস্পতিবাৰে তেওঁলোকৰ ৱেবছাইটত নিৰ্বাচনী বণ্ডৰ পাঁচ বছৰীয়া তথ্য প্ৰকাশ কৰে। নিৰ্বাচন আয়োগে ভাৰতীয় ষ্টেট বেংকৰ দ্বাৰা প্ৰদান কৰা বিৱৰণৰ ওপৰত নিৰ্বাচনী বণ্ড দাতাৰ তালিকা…
Political নাগৰিকত্ব সংশোধনী আইন বাতিল কৰাটো অসম্ভৱ: অমিত শ্বাহ March 14, 2024 news editor নাগৰিকত্ব সংশোধনী আইন (“কা”) ৰূপায়ণৰ পিছৰে পৰা, বিৰোধীয়ে ইয়াক বিভাজনকাৰী আইন বুলি অভিহিত কৰি আহিছে। বিৰোধী দলসমূহৰ দ্বাৰা গঠিত ‘ইণ্ডিয়া’ মিত্ৰজোঁটে কৈছে যে যদি তেওঁলোক ক্ষমতালৈ আহে, তেওঁলোকে “কা” বাতিল…
Entertainment ১৮ টা অ’টিটি প্লেটফৰ্ম, ১৯ টা ৱেবছাইট, ১০ টা মোবাইল এপ নিষিদ্ধ কৰিলে ভাৰত চৰকাৰে March 14, 2024 news editor ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে অ’টিটি প্লেটফৰ্মত অশ্লীল কনটেণ্ট সন্দৰ্ভত ডাঙৰ পদক্ষেপ গ্ৰহণ কৰিছে। বৃহস্পতিবাৰে, ১৮ টা অ’টিটি প্লেটফৰ্ম, ১৯ টা ৱেবছাইট, ১০ টা মোবাইল এপ (গুগল প্লে ষ্টোৰৰ…
Business Latest “কা”ৰ স্থগিতাদেশ দাবী সদৌ অসম ছাত্ৰ সন্থাৰ March 13, 2024 news editor দেশত নাগৰিকত্ব সংশোধনী আইন (“কা”) কাৰ্যকৰী হোৱাৰ লগে লগে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ আৰম্ভ হয়। সদৌ অসম ছাত্ৰ সন্থাই বিষয়টোক লৈ উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছে। আছুৱে উচ্চতম ন্যায়ালয়ত “কা” নিয়মক প্ৰত্যাহ্বান…
Latest তামিলনাডু আৰু কেৰালাত “কা” কাৰ্যকৰী হ’বলৈ নিদিয়াৰ ঘোষণা দুই মুখ্যমন্ত্ৰীৰ March 13, 2024 news editor কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মঙলবাৰে আশ্বাস দিয়ে যে নাগৰিকত্ব (সংশোধনী) আইনত (“কা”) কাৰো নাগৰিকত্ব কাঢ়ি লোৱাৰ কোনো ব্যৱস্থা নাই। শ্বাহে কংগ্ৰেছ আৰু অন্যান্য বিৰোধী দলসমূহৰ বিৰুদ্ধে নতুন আইনক লৈ বিভ্ৰান্তি…