Author: news editor

ৰাছিয়াৰ ৰাজধানী মস্কোত আই এছ আই এছৰ আক্ৰমণত ৭০ জনৰ মৃত্যু

ৰাছিয়াৰ ৰাজধানী মস্কোত সন্ত্ৰাসবাদীৰ আক্ৰমণত ৭০ জন লোকৰ মৃত্যু হৈছে। ইয়াৰ উপৰিও, সন্ত্ৰাসবাদী আক্ৰমণত ১৪৫ জন লোক আহত হৈছিল, যিসকল বৰ্তমান চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। ইফালে, সন্ত্ৰাসবাদী সংগঠন আই এছ…

বৰ্ণিল কাৰ্যসূচীৰে আৰম্ভ হ’ব আই পি এল

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ ১৭ তম ছিজন ২২ মাৰ্চৰ পৰা আৰম্ভ হ’ব। প্ৰথমখন খেল এম এ চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত হ’ব, য’ত চেন্নাই চুপাৰ কিংছ (চিএছকে) আৰু ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰ (আৰচিবি)ৰ মাজত…

গঙ্গা, সিন্ধু আৰু ব্ৰহ্মপুত্ৰক লৈ উদ্বেগজনক প্ৰতিবেদন প্ৰকাশ

মানুহৰ কাৰ্যকলাপ আৰু আচৰণৰ ফলত পৃথিৱীৰ উষ্ণতা উদ্বেগজনক হাৰত বৃদ্ধি পাইছে আৰু ইয়াৰ ফলত হোৱা জলবায়ু পৰিৱৰ্তন এতিয়া মানৱ জীৱনৰ প্ৰতিটো দিশৰ বাবে হৈ পৰিছে ভাবুকি। ইয়াৰ মাজতে দক্ষিণ এছিয়াৰ…

অননুমোদিত ৰাজনৈতিক বিজ্ঞাপন আঁতৰাবলৈ ৰাজ্য চৰকাৰসমূহলৈ নিৰ্দেশ নিৰ্বাচন আয়োগৰ

নিৰ্বাচন আয়োগে বুধবাৰে ৰাজ্য চৰকাৰসমূহক চৰকাৰ, ৰাজহুৱা আৰু ব্যক্তিগত সম্পত্তিৰ সকলো অননুমোদিত ৰাজনৈতিক বিজ্ঞাপন আঁতৰাবলৈ আৰু অহা ২৪ ঘণ্টাৰ ভিতৰত এক নিৰ্দেশ পালনৰ ৰিপ’ৰ্ট প্ৰেৰণ কৰিবলৈ নিৰ্দেশ দিয়ে। কেন্দ্ৰীয় কেবিনেট…

পেৰিছ অলিম্পিকৰ উদ্বোধনী অনুষ্ঠানত অংশ ল’ব নোৱাৰিব ৰাছিয়া-বেলাৰুছৰ এথলীটে

পেৰিছ অলিম্পিকৰ উদ্বোধনী অনুষ্ঠানত ৰাছিয়া আৰু বেলাৰুছৰ খেলুৱৈসকলে পৰম্পৰাগত কুচকাৱাজত অংশগ্ৰহণ কৰিব নোৱাৰিব। আন্তৰ্জাতিক অলিম্পিক সমিতিয়ে এই কথা প্ৰকাশ কৰিছে।অলিম্পিকৰ উদ্বোধনী অনুষ্ঠান ২৬ জুলাইত অনুষ্ঠিত হ’ব, য’ত ছেইন নদীৰ পৰা…

২০১৮ৰ পৰা একেৰাহে চতুৰ্থ বাৰলৈ বিশ্বৰ আটাইতকৈ প্ৰদূষিত ৰাজধানী দিল্লী

চুইজাৰলেণ্ডৰ গ্ৰুপ আইকিউ এয়াৰে বিশ্বৰ আটাইতকৈ প্ৰদূষিত চহৰ আৰু দেশৰ ৰাজধানীৰ এখন তালিকা প্ৰকাশ কৰিছে। আকৌ এবাৰ, ভাৰতৰ ৰাজধানী দিল্লী বিশ্বৰ আটাইতকৈ প্ৰদূষিত ৰাজধানী হৈ পৰিছে। তথ্য অনুসৰি, গুৱাহাটী মহানগৰ…

গুগলৰ জৰিয়তে ৰাজনৈতিক দলৰ বিজ্ঞাপনৰ ব্যয় বৃদ্ধি

যোৱা কেইমাহমানত গুগলৰ জৰিয়তে বিজ্ঞাপনৰ ওপৰত ৰাজনৈতিক দলবোৰৰ ব্যয় বৃদ্ধি পাইছে। প্ৰতিবেদন অনুসৰি, বিশেষকৈ ৰাজনৈতিক বিজ্ঞাপন হিচাপে চিহ্নিত বিজ্ঞাপনৰ ওপৰত তিনি মাহৰ ব্যয় চলিত মাৰ্চ মাহত এতিয়ালৈকে প্ৰায় ১০০ কোটি…

কিশোৰীক যৌন নিৰ্যাতন কৰাৰ অভিযোগত গ্ৰেপ্তাৰ ডিএছপি কিৰণ চন্দ্ৰ নাথ

গোলাঘাট জিলাৰ লাচিত বৰফুকন আৰক্ষী একাডেমীত কৰ্তব্যৰত এজন উপ আৰক্ষী অধীক্ষক (ডিএছপি)ক এগৰাকী কিশোৰীক যৌন নিৰ্যাতন কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে। গ্ৰেপ্তাৰ কৰা ডিএছপি জনৰ নাম হৈছে কিৰণ চন্দ্ৰ নাথ।…

লোকসভা নিৰ্বাচনত মোতায়ন হ’ব ৩.৪ লাখ জোৱান

নিৰ্বাচন আয়োগে সাতটা পৰ্যায়ত অনুষ্ঠিত হ’বলগীয়া লোকসভা নিৰ্বাচন আৰু চাৰিখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনত ৰাজ্যিক আৰক্ষী বাহিনীৰ সৈতে ৩.৪ লাখ কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ (চিএপিএফ) জোৱান মোতায়েন কৰিব। খবৰ অনুসৰি পশ্চিম…

নিৰ্বাচনী বণ্ড সম্পৰ্কীয় সকলো তথ্য ২১ মাৰ্চৰ ভিতৰত প্ৰকাশ কৰিবলৈ এছবিআইক নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

উচ্চতম ন্যায়ালয়ে সোমবাৰে ভাৰতীয় ষ্টেট বেংকক (এছবিআই) ২১ মাৰ্চৰ ভিতৰত নিৰ্দিষ্ট বণ্ড নম্বৰসহ নিৰ্বাচনী বণ্ড সম্পৰ্কীয় সকলো তথ্য প্ৰকাশ কৰিবলৈ নিৰ্দেশ দিয়ে। নিৰ্দিষ্ট বণ্ড নম্বৰে ক্ৰেতা আৰু প্ৰাপ্তকৰ্তা ৰাজনৈতিক দলৰ…