Author: news editor

পেৰিছ অলিম্পিকৰ আয়োজক সমিতিক আনুষ্ঠানিকভাৱে অগ্নিশিখা প্ৰদান

গ্ৰীচে শুকুৰবাৰে এথেন্সৰ পানাথেনাইক ষ্টেডিয়ামত অনুষ্ঠিত এক সাংকেতিক অনুষ্ঠানত পেৰিছ ২০২৪ আয়োজক সমিতিৰ এটা প্ৰতিনিধি দলক আনুষ্ঠানিকভাৱে অলিম্পিকৰ অগ্নিশিখা প্ৰদান কৰে। এইটো সেই একেই ঠাই য’ত, আধুনিক অলিম্পিক প্ৰথমবাৰৰ বাবে…

ভিভিপেটৰ সৈতে জড়িত সকলো আবেদন খাৰিজ

উচ্চতম ন্যায়ালয়ে শুকুৰবাৰে ভোটাৰ ভেৰিফায়েবল পেপাৰ অডিট ট্ৰেইল (VVPAT)ৰ সৈতে ইলেক্ট্ৰনিক ভোটিং মেচিনৰ (EVM) জৰিয়তে দিয়া ভোটৰ সম্পূৰ্ণ প্ৰমাণীকৰণ বিচৰা সকলো আবেদন খাৰিজ কৰে। ন্যায়াধীশ সঞ্জীৱ খান্না আৰু দীপংকৰ দত্তৰ…

৫ জুনৰ পৰা আয়াৰলেণ্ডৰ বিৰুদ্ধে টি-২০ বিশ্বকাপত অভিযান আৰম্ভ কৰিব টীম ইণ্ডিয়াই

টি-২০ বিশ্বকাপ ২০২৪ ৱেষ্ট ইণ্ডিজ আৰু আমেৰিকাৰত অনুষ্ঠিত হ’ব। আইচিচিৰ এই বৃহৎ ইভেণ্টটো ১ জুনৰ পৰা ২৯ জুনলৈ খেলা হ’ব। এই টি-২০ বিশ্বকাপত, ভাৰত আৰু পাকিস্তানৰ দল একেটা গ্ৰুপত আছে।…

২৬ এপ্ৰিলত ৱায়ানাডৰ ভোটাৰে ভাগ্য নিৰ্ধাৰণ কৰিব ৰাহুল গান্ধীৰ

লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ প্ৰচাৰ অভিযান অন্ত পৰিছে । ২৬ এপ্ৰিলত ১২ খন ৰাজ্য আৰু এটা কেন্দ্ৰীয় শাসিত অঞ্চলকে ধৰি ৮৮ খন লোকসভা আসনৰ বাবে ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। এই পৰ্যায়ত,…

আমেঠি লোকসভা সমষ্টিৰ প্ৰাৰ্থী ঘোষণা কৰা নাই বিৰোধীয়ে

কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীয়ে আকৌ এবাৰ দেশৰ অন্যতম জনপ্ৰিয় আসন আমেঠিৰ পৰা লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব। মনোনয়ন দাখিলৰ সময়সীমা ওচৰ চাপি আহিছে কিন্তু বিৰোধীয়ে এতিয়াও প্ৰাৰ্থী ঘোষণা কৰা নাই। একে…

২০২৩ত ভাৰতে সামৰিক বাহিনীত ব্যয় কৰিলে ৮৩.৬ বিলিয়ন ডলাৰ

২০২৩ চনত আমেৰিকা যুক্তৰাজ্য, চীন আৰু ৰাছিয়াৰ পিছত ৮৩.৬ বিলিয়ন ডলাৰ ব্যয়ৰে ভাৰত আছিল বিশ্বব্যাপী চতুৰ্থ সৰ্ববৃহৎ সামৰিক ব্যয়কাৰী। এটা স্বতন্ত্ৰ আন্তঃৰাষ্ট্ৰীয় প্ৰতিষ্ঠানে এক প্ৰতিবেদনত এই কথা প্ৰকাশ কৰিছে। ষ্টকহম…

পেৰিছ অলিম্পিকত পদক জিকিবলৈ আত্মবিশ্বাসী লাভলিনা বৰগোহাঁই

ভাৰতৰ শীৰ্ষ বক্সাৰ লাভলিনা বৰগোহাঁইয়ে তেওঁৰ প্ৰাকৃতিক ওজন শ্ৰেণীৰ পৰিৱৰ্তন আৰু ৭৫ কিলোগ্ৰাম শাখাত কঠোৰ প্ৰতিযোগিতা স্বত্বেও পেৰিছ অলিম্পিকত পদক জিকিবলৈ আত্মবিশ্বাসী। টকিঅ’ অলিম্পিকত পদক জয় কৰাৰ পিছত অসমৰ বক্সাৰগৰাকীয়ে…

গ্ৰীণফিল্ড বিমানবন্দৰ নিৰ্মাণ সন্দৰ্ভত ডিএলএছএৰ পৰা প্ৰতিবেদন বিচাৰিলে উচ্চতম ন্যায়ালয়ে

উচ্চতম ন্যায়ালয়ে সোমবাৰে কাছাৰ জিলা আইনী সেৱা প্ৰাধিকৰণৰ (ডিএলএছএ) সচিবৰ পৰা এখন প্ৰতিবেদন বিচাৰিছে যে ডলু চাহ বাগিচাত কোনো গছ কাটি দিয়া হৈছে নেকি, য’ত এখন গ্ৰীণফিল্ড বিমানবন্দৰ নিৰ্মাণৰ প্ৰস্তাৱ…

ভাৰতৰ সৈতে দ্বিপাক্ষিক শৃংখলা খেলাৰ পোষকতা পাকিস্তান ক্ৰিকেট ব’ৰ্ডৰ

পাকিস্তান ক্ৰিকেট ব’ৰ্ডৰ (পিচিবি) অধ্যক্ষ মহছিন নকভিয়ে কয় যে যদি ভাৰতে অহা বছৰ আইচিচি চেম্পিয়নছ ট্ৰফীৰ বাবে পাকিস্তানলৈ নিজৰ দল প্ৰেৰণ কৰে, তেন্তে পিচিবি তেওঁলোকৰ সৈতে দ্বিপাক্ষিক শৃংখলা খেলিবলৈ সাজু।…

চাৰি বছৰীয়া স্নাতক ডিগ্ৰী লাভ কৰা শিক্ষাৰ্থীয়ে পোনপটীয়াকৈ কৰিব পাৰিব পিএইচডি

চাৰি বছৰীয়া স্নাতক ডিগ্ৰী লাভ কৰা শিক্ষাৰ্থীসকলে এতিয়া পোনপটীয়াকৈ ৰাষ্ট্ৰীয় যোগ্যতা পৰীক্ষাত (নেট) অৱতীৰ্ণ হোৱাৰ লগতে পিএইচডি কৰিব পাৰে। বিশ্ববিদ্যালয় অনুদান আয়োগৰ (ইউজিচি) অধ্যক্ষ জগদেশ কুমাৰে এই তথ্য প্ৰদান কৰিছে।…