Author: Mohini

মায়াবিনী পৰিৱেশনেৰে জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি চনু নিগমৰ

গুৱাহাটীত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হয় ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী চনু নিগম একক লাইভ কনচার্ট। দেওবাৰে নিশা গুৱাহাটী মহানগৰীৰ গ্ৰীণ উড ৰিজ’ৰ্টত এই কনচাৰ্টেৰে ‘‘দিৱানা তেৰা ট্যুৰ’’ মুকলি কৰে প্ৰখ্যাত সংগীত…

১২ ডিচেম্বৰত আদালতত দাখিল কৰা হ’ব জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ অভিযোগনামা

ছিংগাপুৰত জনতাৰ শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনা সন্দৰ্ভত বিশেষ তদন্তকাৰী গোটে অহা ১২ ডিচেম্বৰত আদালতত অভিযোগনামা দাখিল কৰিব। আজি উলুবাৰীত থকা অপৰাধ অনুসন্ধান বিভাগৰ কাৰ্য্যালয়ত আয়োজিত এখন সংবাদমেলত বিশেষ…

অসম চৰকাৰৰ সাহিত্য বঁটা আৰু সাহিত্যিক পেন্সন ঘোষণা

অসমৰ সাহিত্য জগতলৈ অনবদ্য অৱদান আগবঢ়াই অহা সাহিত্যিক সকলক উদ্গনি দিয়াৰ লক্ষ্যৰে অসম চৰকাৰৰ উচ্চ শিক্ষা বিভাগে ৰাজ্যপাল প্রদত্ত এক নির্দেশ যোগে ২০২৫-২৬ বৰ্ষৰ বাবে সাহিত্য বঁটা আৰু সাহিত্যিক পেন্সন…

মহিলা দৃষ্টিহীন টি ২০ বিশ্বকাপৰ বিজয়ী ভাৰতীয় দলৰ সদস্যা সিমু দাসক সাক্ষাৎ মুখ্যমন্ত্ৰীৰ

মহিলা দৃষ্টিহীন টি ২০ বিশ্বকাপ ২০২৫ বিজয়ী ভাৰতীয় দলৰ সদস্যা সিমু দাসক সাক্ষাতত কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অসমক গৌৰৱান্বিত কৰি তোলা সিমুলৈ আন্তৰিক শুভকামনা জ্ঞাপন কৰে মুখ্যমন্ত্ৰীয়ে। এই উপলক্ষে…

শ্ৰমিক বিৰোধী শ্ৰম কোড বাতিল কৰাৰ দাবীত প্ৰতিবাদ

কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন সমূহৰ যৌথ মঞ্চই শ্ৰমিক বিৰোধী শ্ৰম কোড বাতিল কৰাৰ দাবীত বিৰুবাৰী আৰ কে মিছন ৰোডত থকা কেন্দ্ৰীয় শ্ৰম কাৰ্যালয়ত শ্ৰমিক বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে। বৃহৎ পুঁজিপতি স্বৰ্থবাহী…

মায়াবিনী ফুড ফেন মুকলি

হিয়াৰ আমঠু জুবিন গাৰ্গৰ ৫৩সংখ্যক জন্মদিন উপলক্ষে গুৱাহাটী মহানগৰীৰ স্বেচ্ছাসেৱী সংস্হা কেয়াৰ ইউ ৩৬৫ নামৰ সংগঠনটোৱে গুৱাহাটীত মেডিকেল কলেজ হাস্পতালৰ চৌহদৰ আৰ্তজনক ভোকৰ ভাত এসাজ যোগান ধৰাৰ বাবে মায়াবিনী নামৰ…

জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত কটন বিশ্ববিদ্যালয়ত অনশন কাৰ্য্যসূচী

জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত কটন বিশ্ববিদ্যালয়ত অনশন কাৰ্য্যসূচী। পুৱা ৮ বজাৰ পৰা ১০ ঘন্টীয়া অনশন কাৰ্যসূচী বিশ্ববিদ্যালয়ৰ মূখ্য প্ৰৱেশদ্বাৰৰ সন্মুখত গ্ৰহণ কৰিছে ছাত্ৰ ছাত্ৰী সকলে। উল্লেখ্য যে কটন বিশ্ববিদ্যালয় ছাত্র…

শক্তিপীঠ কামাখ্যা ধামত পূজা অৰ্চনা ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰৰ

শক্তিপীঠ কামাখ্যা ধামত ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰ। বৃহস্পতিবাৰে পুৱাই মা কামাখ্যাৰ চৰণত পূজা-অৰ্চনা কৰে গৌতম গম্ভীৰে। উল্লেখ্য যে ২২ নৱেম্বৰৰ পৰা বৰ্ষাপাৰা ষ্টেডিয়ামত ভাৰত, দক্ষিণ আফ্রিকাৰ টেষ্ট…

আজি জুবিন বিহীন প্ৰথমটো জন্মদিন

জুবিন গাৰ্গৰ বিহীন প্ৰথমটো জন্মদিন। ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰাণৰ শিল্পী গৰাকীৰ জন্মদিন উদযাপন কৰাৰ লগতে শ্ৰদ্ধাজ্বলি জনোৱা হৈছে। কাহিলিপাৰাৰ বাসগৃহতো জুবিন গাৰ্গ বিহীন প্ৰথমটো জন্মদিনত দেৱালত অংকন কৰা হৈছে। য’ত…

বাংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় পিকলবল চেম্পিয়নশ্বিপত অসমৰ বৃহৎ সাফল্যঃ মহিলা খেলুৱৈৰ ঐতিহাসিক স্বৰ্ণ পদক জয়

বাংগালুৰুত অনুষ্ঠিত হৈ যোৱা ৰাষ্ট্ৰীয় পিকলবল চেম্পিয়নশ্বিপত অভূতপূৰ্ব প্ৰদৰ্শনেৰে ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে অসমৰ মহিলা খেলুৱৈসকলে। এই প্ৰতিযোগিতাত অসমৰ মহিলা খেলুৱৈসকলে দুটা ঐতিহাসিক স্বৰ্ণ পদক লাভ কৰিবলৈ সক্ষম…