Author: Dipshikha

দুৰ্ঘটনাত পতিত বলীউড অভিনেতা আশীষ বিদ্যাৰ্থী

গুৱাহাটীত ভয়ংকৰ দুৰ্ঘটনাত পতিত বলীউড অভিনেতা আশীষ বিদ্যাৰ্থী আৰু তেওঁৰ পত্নী। খোজকাঢ়ি গৈ থকা অৱস্থাত তীব্ৰবেগী বাইকে খুন্দা মাৰে দুয়োকে।মহানগৰীৰ গীতানগৰ আৰক্ষী থানাৰ অন্তৰ্গত জু-ৰোডৰ দ্য গুৱাহাটী এড্ৰেছ নামৰ হোটেল…

এক ব্যতিক্ৰমী ভেলা ঘৰ

ৰহাৰ বিশিষ্ট ভাস্কৰ্য শিল্পী ভগৱান সেনাপতিৰ একক প্ৰচেষ্টাত ৰহাৰ আমনিশালিত প্ৰাণ পাই উঠিছে এখন য়ট(পানী জাহাজ)। প্ৰতি বছৰে গাঁঠিৰ ধন ভাগি নৰা, বাঁহ আৰু খেৰেৰে ব্যতিক্ৰমী চিন্তাধাৰাৰে সমাজলৈ এক বাৰ্তা…

বটদ্ৰৱাৰ বটদ্ৰৱাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৱিৰ্ভাৱ ক্ষেত্ৰত লজ্জাজনক ঘটনা

বটদ্ৰৱাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৱিৰ্ভাৱ ক্ষেত্ৰত লজ্জাজনক ঘটনা।বটদ্ৰৱাৰ নৱ-নিৰ্মিত পৱিত্ৰ স্থানত যুৱতীৰ অশ্লীল নৃত্য প্ৰদৰ্শন।হিন্দী গানৰ তালে তালে নাচি ৰীলছ বনালে এগৰাকী যুৱতীয়ে।ইয়াছমিনা বেগম নামৰ যুৱতীৰ কৰ্মকাণ্ডক লৈ তীব্ৰ প্ৰতিক্ৰিয়া…

জুবিন গাৰ্গক চিৰযুগমীয়া কৰি ৰখাৰ প্ৰথমটো খোজ

জুবিন গাৰ্গক চিৰযুগমীয়া কৰি ৰখাৰ প্ৰথমটো খোজ । গঠন হ’ল ‘জুবিন গাৰ্গ ন্যাস’ । এই পৰিকল্পনাৰ প্রথম পদক্ষেপ হিচাপে জুবিন গাৰ্গৰ সপোনৰ ঘৰ খাৰঘূলিৰ বাসগৃহতো ন্যাসৰ নামত আগবঢ়াই দিয়া হ’ব…

ৰাজ্যত প্ৰচণ্ড শীত

কুঁৱলীৰ বাবে ৰাজ্যত নামিছে হঠাৎ নামিছে প্ৰচণ্ড শীত। আজি গুৱাহাটীত সৰ্বনিম্ন তাপমাত্ৰা ১২ ডিগ্ৰী ছেলচিয়াছৰ ৰ আশে-পাশে থকা সম্ভাৱনা আছে। সৰ্বাধিক তাপমান ২৩° ছেলচিয়াছ হ’ব পাৰে।গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ বিভিন্ন…

পুনৰ চলিব উচ্ছেদ অভিযান

কাৰ্বি আংলঙৰ সংৰক্ষিত চৰকাৰী ভূমি দখলমুক্ত কৰিবলৈ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদে এক বৃহৎ ঘোষণা কৰিছে। পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম বংহাঙে জনোৱা অনুসৰি, জিলাখনৰ পি জি আৰ আৰু ভি জি…

জিৰাৰ উপকাৰী গুণৰ বিষয়ে জানিলে আচৰিত হ’ব আপুনি

জিৰা প্ৰায় প্ৰতিখন ঘৰৰ পাকঘৰতে ব্যৱহাৰ কৰা এবিধ সাধাৰণ মছলা। কিন্তু আপুনি জানেনে যে ইয়াৰ বহুতো ঔষধি গুণ আছে? প্ৰতিদিনে ৰাতিপুৱা জিৰাৰ পানী খোৱাটো আমাৰ স্বাস্থ্যৰ বাবে অতি ফলপ্ৰসূ। জিৰাৰ…

আজি পুৱা বাংলাদেশে লাভ কৰে এক দুখবৰ

আজি পুৱা বাংলাদেশে লাভ কৰে এক দুখবৰ। দেশখনৰ ৰাজনৈতিক ইতিহাসৰ এগৰাকী অন্যতম শক্তিশালী নেত্ৰী তথা বাংলাদেশ নেচনেলিষ্ট পাৰ্টিৰ (BNP) নেত্ৰী বেগম খালেদা জিয়াৰ আজি দেহাৱসান ঘটিছে। দীৰ্ঘদিন ধৰি গুৰুতৰ অসুস্থতাৰ…

যাদৱ পায়েঙৰ সপোনৰ আন এক প্ৰকল্পত লাগিল জুই

ৰাজ্যৰ গৌৰৱ যাদৱ পায়েঙৰ সপোনৰ আন এক প্ৰকল্পত কোনো অচিনাক্ত দুৰ্বৃত্তই অগ্নিসংযোগ কৰা ঘটনাই এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ব্ৰহ্মপুত্ৰৰ বুকুত নতুনকৈ গঢ়ি তোলা ‘মূলাই কাঠনি ২.০’ত সংঘটিত এই নাৰকীয়…

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ বৃদ্ধি পাইছে পৰ্যটকৰ আগমন

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্য়াঘ্ৰ সংৰক্ষিত বনাঞ্চলত বিগত কেইবছৰমানৰ পৰা পৰ্যটকৰ আগমন বৃদ্ধি পাইছে । ২০২৫ চনৰ ২৭ ডিচেম্বৰলৈকে উপলব্ধ চৰকাৰী পৰ্যটনৰ তথ্যই দেশী আৰু বিদেশী পৰ্যটকৰ সংখ্য়া প্ৰকাশ কৰাৰ…