Author: Dipshikha

যোৰহাট আৰক্ষীৰ নিকৃষ্ট কাণ্ড

যোৰহাট আৰক্ষীৰ নিকৃষ্ট কৰ্মকাণ্ড! এম্বুলেন্সক আবদ্ধ কৰি মন্ত্ৰীৰ বাবে খালী ৰাখিলে পথ। বহু সময় ধৰি ৰাজপথত আবদ্ধ ৰোগীসহ এম্বুলেন্স। মন্ত্ৰী পাৰ হৈ যোৱাৰ পাছতহে যাবলৈ দিয়া হ’ল এম্বুলেন্স। আৰক্ষীৰ স্পৰ্ধা…

মহানগৰীৰ বৰাগাঁৱৰ পৰা চাৰিজনীয়া চোৰৰ গেঙক গ্ৰেপ্তাৰ

মহানগৰীৰ বৰাগাঁৱৰ পৰা চাৰিজনীয়া চোৰৰ গেঙক গ্ৰেপ্তাৰ৷ পাণ্ডুত ৰাজপথৰ শ্লেব চুৰি কৰি বিক্ৰী কৰিছিল গেংটোৱে৷ চুৰি সামগ্ৰী কঢ়িওৱা ট্ৰাক মালিক, চালক, ডেম্পৰ মেনেজাৰক গ্ৰেপ্তাৰ৷ দেৱজিৎ ডেকা, নৱজিৎ বৰ্মন, আব্দুল মান্নান,…

নাৰায়ণপুৰত বিধ্বস্ত দলঙে জলা-কলা খুৱাইছে ৰাইজক

নাৰায়ণপুৰত বিধ্বস্ত দলঙে জলা-কলা খুৱাইছে ৰাইজক। প্ৰতিবছৰে গঞাই গাঁঠিৰ ধন ভাঙি সাজি লয় বাঁহৰ দলংখন। শীঘ্ৰে পকী দলং নিৰ্মাণ নকৰিলে বৰ্জন কৰিব লোকসভা-পঞ্চায়ত নিৰ্বাচন। বিভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত গাঁওখনৰ নাম ৰঙতিৰ…