Business নিৰ্বাচনৰ প্ৰাকক্ষণত সৰুপথাৰত উত্তপ্ত পৰিস্থিতি April 18, 2024 Dipshikha নিৰ্বাচনৰ প্ৰাকক্ষণত সৰুপথাৰত নিশা উত্তপ্ত পৰিস্থিতি। প্ৰাপ্য ধন নোপোৱাৰ অভিযোগ নিৰ্বাচনত ব্যৱহৃত বাহনৰ চালক-হেণ্ডিমেনৰ । ভোটকেন্দ্ৰলৈ প’লিং-প্ৰিজাইডিং বিষয়াৰ যাতায়াতৰ বাবে ভাড়াত লৈছিল বাহন। ধনশিৰি জিলা নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ৰ পৰিবহণ কোষে…
Business নলবাৰীত মোদীৰ নিৰ্বাচনী প্ৰচাৰ April 17, 2024 Dipshikha ১৯ এপ্ৰিলত দেশৰ অষ্টাদশ লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ। আন আন ৰাজ্যৰ লগত অসমৰো ৫ টা সমষ্টিত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ। এই ভোটগ্ৰহণৰ প্ৰাকক্ষণত আজি নলবাৰীত এক বিশাল নিৰ্বাচনী সভাত অংশগ্ৰহণ…
Business ওদালগুৰিত অঘটন April 17, 2024 Dipshikha ওদালগুৰিত অঘটন। নিশা অহা প্ৰচণ্ড ধুমুহাৰ তাণ্ডৱত প্ৰাণ হেৰুৱালে দুগৰাকীকৈ মহিলাই। উল্লেখ্য যে, গহপুৰৰ পৰা ওদালগুৰিৰ নলবাৰীলৈ আলহী হিচাপে আহিছিল দুই মহিলা ক্ৰমে গীতা নাৰ্জাৰী (৩৫) আৰু ছমিলা নাৰ্জানী (৪০)।…
Business বিহুৰ আনন্দৰ মাজতে এটা পৰিয়ালত কান্দোনৰ ৰোল April 15, 2024 Dipshikha বিহুৰ উছাহৰ মাজতে তিতাবৰৰ এটা পৰিয়াললৈ নামি আহিল ঘোৰ অমানিশা। পুত্ৰ, ভতিজাৰ মৃত্যুৰ দুখ সহিব নোৱাৰি পিতৃয়ে বাছি ল’লে চৰম পন্থা । গোৱাৰ আগাচিয়ামত এটা পথ দুৰ্ঘটনাত মৃত্যু দুই ভাই-ককাইৰ।…
Business ছলমান খানৰ বাসগৃহলৈ গুলীবৰ্ষণ কৰা দুৰ্বৃত্তক চিনাক্ত April 15, 2024 Dipshikha ছলমান খানৰ বাসগৃহলৈ গুলীবৰ্ষণ কৰা দুৰ্বৃত্তক চিনাক্ত। আৰক্ষীয়ে লাভ কৰিছে গুলীবৰ্ষণ কৰা দুই দুৰ্বৃত্তৰ ফটো। CCTVৰ ফুটেজৰ জৰিয়তে সংগ্ৰহ কৰিছে দুৰ্বৃত্তৰ ফটো। গুলীবৰ্ষণকাৰী বিশাল ৰাহুল ওৰফে কালু লৰেন্স বিষ্ণৈ গোটৰ…
Business সোণাপুৰ আৰক্ষীৰ জালত বাইক চোৰৰ গেং April 13, 2024 Dipshikha সোণাপুৰ আৰক্ষীৰ জালত বাইক চোৰৰ গেং। সোণাপুৰ-ডিমৰীয়াৰ ভিন্নস্থানত চুৰি হৈছিল ৫খন বাইক। মহিলাসহ ৪ বাইক চোৰক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। বাইককেইখন উদ্ধাৰ কৰে মেঘালয়ৰ নংপো অঞ্চলৰ পৰা। চোৰৰ গেংটোক আটক কৰি…
Business নিমাতিৰ পৰা মাজুলীমুখী ফেৰীত অঘটন April 13, 2024 Dipshikha নিমাতিৰ পৰা মাজুলীমুখী ফেৰীত অঘটন। আহি থকা অৱস্থাতে ‘এছ বি চেনিমাই’ত সোমাল পানী । ফেৰীখনত পানী সোমোৱাত যাত্ৰীৰ মাজত লাগে হুৱাদুৱা। পুৱা ৭.৩০ বজাত অফলামুখ অভিমুখে আহিছিল ফেৰীখন। পাছত অন্য…
Business কৰিমগঞ্জৰ নিলামবজাৰত বুজন পৰিমাণৰ নিষিদ্ধ টেবলেট জব্দ April 13, 2024 Dipshikha কৰিমগঞ্জৰ নিলামবজাৰত বুজন পৰিমাণৰ নিষিদ্ধ টেবলেট জব্দ। এখন বাহনৰ পৰা জব্দ ১ লাখ য়াবা টেবলেট। বাহনখনৰ নম্বৰ AS-01FK-2939। ঘটনা সন্দৰ্ভত দুই সৰবৰাহকাৰীক গ্ৰেপ্তাৰ আৰক্ষীৰ। গ্ৰেপ্তাৰ আব্দুল হাছান আৰু ছাহাৰুল ইছলামক।
Business ভয়ংকৰ পথ দুৰ্ঘটনা April 12, 2024 Dipshikha হাৰিয়ানাৰ মহেন্দ্ৰগড় জিলাত সংঘটিত শোকাৱহ পথ দুৰ্ঘটনাত ৮ গৰাকী ছাত্ৰ-ছাত্ৰীৰ মৃত্যুৰ পিছতে কঠোৰ হৈছে প্ৰশাসন। হাৰিয়ানা চৰকাৰেও বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে। আৰক্ষীয়ে আটক কৰিছে বিদ্যালয়ৰ অধ্যক্ষ দীপ্তী ৰাওক। পোহৰলৈ আহিছে…
Business মহানগৰীত STFৰ সফল অভিযান April 10, 2024 Dipshikha মহানগৰীৰ খানাপাৰাত STFৰ ড্ৰাগছবিৰোধী অভিযান। উৰণসেতুৰ সমীপত অভিযানত জব্দ হেৰ’ইন। হেৰ’ইনভৰ্তি ৫৫টা কণ্টেইনাৰৰ লগতে নিচাযুক্ত টেবলেট জব্দ। প্ৰায় ৭৫ গ্ৰাম ড্ৰাগছসহ গ্ৰেপ্তাৰ ৩টা ড্ৰাগছ ব্যৱসায়ীক। ধৃত ছানিদুল আলী, শুকুৰ আলী,…