Business ব্যতিক্ৰম হৈছে কৰিমগঞ্জৰ লোকসভা নিৰ্বাচনৰ ভোট গ্ৰহণ April 26, 2024 Dipshikha প্ৰথমবাৰৰ বাবে কৰিমগঞ্জ লোকসভা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিছে সৰ্বাধিক ২৪ জন প্ৰাৰ্থীয়ে। এইবাৰ ব্যতিক্ৰম হৈছে কৰিমগঞ্জ লোকসভা সমষ্টিৰ ভোটগ্ৰহণ। কিয়নো কৰিমগঞ্জত দুটাকৈ EVMত হৈছে ভোটগ্ৰহণ। এটা EVMত আছে ১৫ গৰাকী প্ৰাৰ্থীৰ…
Business গোৱালপাৰাৰ কৃষ্ণাইত হস্তনিৰ্মিত ৰাইফলসহ এজনক আটক April 24, 2024 Dipshikha গোৱালপাৰাৰ কৃষ্ণাইত হস্তনিৰ্মিত ৰাইফলসহ এজনক আটক। কৃষ্ণাইৰ বামুণেপানীখোৱা গাঁৱৰ পৰা আটক মামু ৰাভাক। মামু ৰাভাৰ বাসগৃহৰ পৰা উদ্ধাৰ হৈছে হস্তনিৰ্মিত ৰাইফলটো।
Business সোণাপুৰৰ ডিগাৰুৰ ঘগুৱা গাঁৱত বিধ্বংধী অগ্নিকাণ্ড April 23, 2024 Dipshikha সোণাপুৰৰ ডিগাৰুৰ ঘগুৱা গাঁৱত বিধ্বংসী অগ্নিকাণ্ড। ভস্মীভূত সন্ধ্যা ডেকা নামৰ লোকজনৰ বাসগৃহ। স্থানীয় ৰাইজৰ তৎপৰতাত নিৰ্বাপণ জুই। শ্বৰ্টচাৰ্কিটৰ ফলতে অগ্নিকাণ্ডৰ সূত্ৰপাতৰ সন্দেহ। ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনী পলমকৈ উপস্থিত হোৱাৰ অভিযোগ।
Business জাগীৰোড কংগ্ৰেছত অব্যাহত খহনীয়া। April 22, 2024 Dipshikha জাগীৰোড কংগ্ৰেছত অব্যাহত খহনীয়া। ব্লক কংগ্ৰেছৰ কোষাধ্যক্ষ প্ৰতিম গগৈৰ কংগ্ৰেছ ত্যাগ। কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান প্ৰতিম গগৈৰ। মন্ত্ৰী পীযূষ হাজৰিকাৰ উপস্থিতিত বিজেপিত যোগদান। প্ৰতিম গগৈৰ লগতে আন কেইবাজনো কৰ্মীৰ…
Business শিৱসাগৰত ভাগি পৰিল ১৮ কোটি টকীয়া নিৰ্মীয়মান দলং April 22, 2024 Dipshikha শিৱসাগৰত ভাগি পৰিল ১৮ কোটি টকীয়া নিৰ্মীয়মান দলং। ভাগিল দিখৌৰ চিৰিপুৰীয়া-আজানপীৰ দৰগাহ সংযোগী দলং। সম্পূৰ্ণৰূপে বহি গ’ল নিৰ্মাণৰত দলঙৰ মাজভাগ। দিখৌ নৈৰ ওপৰত নিৰ্মাণ কৰি থকা হৈছে দলংখন। ত্ৰিশূল এণ্টাৰপ্ৰাইজ…
Business মানসিকভাৱে অসুস্থ হাৰ্ডিক পাণ্ডিয়া’ April 21, 2024 Dipshikha ‘মানসিকভাৱে অসুস্থ হাৰ্ডিক পাণ্ডিয়া’। এই মন্তব্য প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ ৰবীন উথাপ্পাৰ । IPLত মুম্বাই ইণ্ডিয়ানছৰ অধিনায়ক হিচাপে দ্বায়িত্ব লোৱাৰ পাছৰে পৰা সমালোচিত হৈ আছে পাণ্ডিয়া। যাৰ বাবে হাৰ্ডিক পাণ্ডিয়া মানসিক…
Business গুৱাহাটীৰ পৰা নিৰুদ্দেশ জনতা ভৱনৰ কৰ্মচাৰী April 20, 2024 Dipshikha গুৱাহাটীৰ পৰা নিৰুদ্দেশ জনতা ভৱনৰ কৰ্মচাৰী। নিৰুদ্দেশ হৈ থকা কৰ্মচাৰীজন ফখৰুদ্দিন আহমেদ। ১৮ এপ্ৰিলত কাৰ্যালয়লৈ বুলি ওলাই গৈছিল ফখৰুদ্দিন আহমেদ। ঘৰৰ পৰা ওলাই অহাৰ পাছৰ পৰাই সন্ধান নাই কর্মচাৰীজনৰ। ঘটনা…
Business লখিমপুৰত ভয়ংকৰ দুৰ্ঘটনা April 20, 2024 Dipshikha লখিমপুৰৰ পহুমৰা মাজগাঁৱত ভয়াৱহ দুৰ্ঘটনা। দুখন বাহনৰ মুখামুখি সংঘৰ্ষত নিহত এজন। নিহত বিহপুৰীয়া মহাবিদ্যালয়ৰ প্ৰবক্তা ৰাজীৱ লেখাৰু। নিৰ্বাচনৰ দায়িত্ব শেষ কৰি ঘৰলৈ আহি থকা অৱস্থাতে সংঘটিত হয় দুৰ্ঘটনা।
Business নগাঁৱৰ ৰূপহীহাটৰ আৰ্শীবাদ ভৱনত ভয়ংকৰ অগ্নিকাণ্ড April 19, 2024 Dipshikha নগাঁৱৰ ৰূপহীহাটৰ আৰ্শীবাদ ভৱনত ভয়ংকৰ অগ্নিকাণ্ড। বৈদ্যুতিক চৰ্তচার্কিটৰ ফলত অগ্নি কাণ্ডৰ সূত্ৰ পাত হোৱাৰ সন্দেহ। হঠাৎ কুলা ধোঁৱাই চানি ধৰে সমগ্ৰ ৰূপহীহাট বজাৰ। মধ্য অসমৰ ব্যৱসায়িক প্ৰাণ কেন্দ্ৰ স্বৰূপ ৰূপহীহাট…
Business আজি দেউৰীসকলৰ ব’হাগ বিহু April 18, 2024 Dipshikha আজি ভূমিপুত্ৰ দেউৰীসকলৰ ব’হাগ বিহু। ব’হাগৰ প্ৰথমটো বুধবাৰে দেউৰীসকলে পালন কৰে বিহুৰ উৰুকা। দেওশালত পূজা-অৰ্চনা কৰি বোকা বিহু উদযাপন। বোকা বিহু মাৰি আনন্দত মতলীয়া দেউৰী ডেকা-গাভৰু।