Business ৰহাৰ পচলাবড়ীত নিশা চোৰৰ আতংক May 16, 2024 Dipshikha ৰহাৰ পচলাবড়ীত নিশা চোৰৰ আতংক। বিদ্যুৎ দাস নামৰ লোকজনো বাহনখনেৰে গৈছিল চোৰৰ সন্ধানত । গৈ থকা অৱস্থাত দুৰ্ঘটনাত পতিত হয় বিদ্যুতৰ বাহনখন। বিদ্যুতক চোৰ বুলি সন্দেহ কৰি উত্তম-মধ্যম দিয়ে ৰাইজে।…
Business চোকা অস্ত্ৰ, কুঠাৰেৰে এজনক হানি-খুঁচি হত্যা May 16, 2024 Dipshikha তামাৰহাটৰ উজানপেটলাত চোকা অস্ত্ৰ, কুঠাৰেৰে এজনক হানি-খুঁচি হত্যা। দীৰ্ঘদিনৰ পৰা দুটা পৰিয়ালৰ মাজত চলি আছিল ভূমিকেন্দ্ৰিক বিবাদ। বিবাদ আছিল দীনেশ চেত্ৰী আৰু গোবিন ৰায়ৰ মাজত। দীনেশক চোকা অস্ত্ৰৰে আক্ৰমণ কৰে…
Business কটন বিশ্ববিদ্যালয়ৰ নাভূত-নাশ্ৰুত কাণ্ড May 15, 2024 Dipshikha কটন বিশ্ববিদ্যালয়ৰ নাভূত-নাশ্ৰুত কাণ্ড। ৰাজহ সংগ্ৰহৰ বাবে বিশ্ববিদ্যালয়ৰ মাটি দিব অন্য প্ৰতিষ্ঠানক আবণ্টন দিয়াৰ যো-জা। ভাড়াত দিব কটন বিশ্ববিদ্যালয়ৰ চৌহদ। ৰাজহ সংগ্ৰহৰ বাবে ভাড়াত দিব কটন বিশ্ববিদ্যালয়ৰ চৌহদ। কটন বিশ্ববিদ্যালয়ৰ…
Business নলবাৰীৰ ধমধমাত বেংক বিষয়াৰ ভয়ংকৰ জালিয়াতি May 15, 2024 Dipshikha নলবাৰীৰ ধমধমাত বেংক বিষয়াৰ ভয়ংকৰ জালিয়াতি। দুটাকৈ আত্মসহায়ক গোটৰ নামত ১১ লাখৰো অধিক টকা আত্মসাৎ। ধন আত্মসাৎ কৰিয়েই বেংকটোৰ পৰা আন শাখালৈ বদলি হৈছিল কিৰণ দাস। বেংকৰ পাছবুক আপটুডেট কৰিবলৈ…
Business নগাঁৱত ড্ৰাগছ সহ এজন গ্ৰেপ্তাৰ May 13, 2024 Dipshikha নগাঁও আৰক্ষীয়ে অব্যাহত ৰাখিছে ড্ৰাগছ বিৰোধী অভিযান। ইয়াৰ অংশ হিচাবে আজি দেওবাৰে সন্ধিয়া নগাঁও চহৰৰ মৰিকলং অঞ্চলত নগাঁও আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই। অভিযানৰ সময়ত আৰক্ষীয়ে এজন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ…
Business ছয়গাঁৱৰ টকৰাদিয়া মাজপাৰাত উদ্ধাৰ হৈছে এটা মৃতদেহ May 13, 2024 Dipshikha ছয়গাঁৱৰ টকৰাদিয়া মাজপাৰাত উদ্ধাৰ হৈছে এটা মৃতদেহ। উদ্ধাৰ হোৱা মৃতদেহটো হেমন্ত কলিতা। ৯ মে’ৰ পৰা নিৰুদ্দেশ হৈ আছিল হেমন্ত কলিতা। মৃতদেহ উদ্ধাৰ হোৱাৰ লগে লগে অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঘটনাস্থলীত…
Business জালুকবাৰী আৰক্ষীৰ জালত এটা ড্ৰাগছ সৰবৰাহকাৰী May 10, 2024 Dipshikha জালুকবাৰী আৰক্ষীৰ জালত এটা ড্ৰাগছ সৰবৰাহকাৰী। ঘোঁৰামাৰাৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে সৰবৰাহকাৰীটোক। ধৃত সৰবৰাহকাৰীটোৰ নাম অমৰেন্দ্ৰ কলিতা। জব্দ কৰা হৈছে বুজন পৰিমাণৰ নিচাজাতীয় টেবলেট। বৃহস্পতি বাৰে গ্ৰেপ্তাৰ হৈছিল হিতেশ্বৰ কলিতা…
Business ড্ৰাগছৰ বিৰুদ্ধে কাছাৰ আৰক্ষীৰ বৃহৎ সফলতা May 10, 2024 Dipshikha ড্ৰাগছৰ বিৰুদ্ধে কাছাৰ আৰক্ষীৰ বৃহৎ সফলতা। শিলচৰৰ ৰামনগৰ- ISBT ত ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই কাছাৰৰ আৰক্ষীৰ এটা দলে। অভিযানত ISBT ৰ পৰা জব্দ কৰে ৫৭২ গ্ৰাম হেৰʼইন। অভিযানত তিনিজন সৰবৰাকাৰীৰ…
Business আজিৰে পৰা পুনৰ আৰম্ভ গুৱাহাটী- উত্তৰ গুৱাহাটী ফেৰী সেৱা May 9, 2024 Dipshikha আজিৰে পৰা পুনৰ আৰম্ভ গুৱাহাটী- উত্তৰ গুৱাহাটী ফেৰী সেৱা। ব্ৰহ্মপুত্ৰৰ জলস্তৰ হ্ৰাস হোৱাত পুনৰ আৰম্ভ ফেৰী সেৱা। সোমবাৰৰ পৰা ৩ দিনৰ বাবে বন্ধ আছিল ফেৰী সেৱা। ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি হোৱাৰ…
Business লামডিং ৰে’ল জংচনত অঘটন May 9, 2024 Dipshikha লামডিং ৰে’ল জংচনত অঘটন। লামডিং ৰে’ল জংচনত যাত্ৰীৰ মৃত্যু। ৩ নম্বৰ প্লেটফৰ্মত হঠাৎ ঢলি পৰি মৃত্যু যাত্ৰীগৰাকীৰ। মৃত্যু হোৱা যাত্ৰীগৰাকীৰ উত্তৰপ্ৰদেশৰ নৰেশ ৰাজপুত। প্ৰচণ্ড গৰমৰ বাবে ৰক্তচাপ বৃদ্ধি হোৱাৰ ফলত…