Business বানৰ মাজতে অঘটন May 30, 2024 Dipshikha বানৰ মাজতে হোজাই-পশ্চিম কাৰ্বি আংলং সংযোগী ঠেপলাগুৰিত অঘটন৷ বাঢ়নী পানীৰ সোঁতে উটুৱাই নিলে দুচকীয়া বাহনৰ চালকসহ এগৰাকী মহিলাক৷ বাঢ়নী পানীৰ বাবে পথছোৱাৰে প্ৰশাসনে বন্ধ কৰি দিছিল যাতায়াত৷ প্ৰশাসনৰ নিৰ্দেশনাক অৱজ্ঞা…
Business বতৰক লৈ ডাঙৰ আপডেট May 30, 2024 Dipshikha বতৰক লৈ ডাঙৰ আপডেট। ৰাজ্যৰ ১৭খন জিলাত অৰেঞ্জ এলাৰ্ট। বৰষুণৰ লগতে হ’ব ধুমুহা-বজ্ৰপাত! অৰেঞ্জ এলাৰ্ট জাৰি কৰা জিলাসমূহত মূষলধাৰ বৰষুণৰ লগতে ৪০-৫০ কিলোমিটাৰ বেগত আহিব পাৰে ধুমুহা ইয়াৰ উপৰি বিজুলি-ঢেৰেকনি…
Business অসম আৰক্ষীৰ বীৰাংগনা কমাণ্ডো জোৱানক নিলম্বন May 30, 2024 Dipshikha অসম আৰক্ষীৰ বীৰাংগনা কমাণ্ডো জোৱানক নিলম্বন৷ বিপদত পৰিল অসম আৰক্ষীৰ বীৰাংগনা কমাণ্ডো পাপৰি কলিতা অনলাইন জুৱাৰ এপ প্ৰচাৰ কৰাৰ বাবে বিপদত পৰিল এতিয়া পাপৰি কলিতা ওৰফে কুঁহি সামাজিক মাধ্যমত জনপ্ৰিয়তা…
Business সৰ্থেবাৰীত চোৰৰ তাণ্ডৱ May 29, 2024 Dipshikha সৰ্থেবাৰীত চোৰৰ তাণ্ডৱ ।বৰপেটা জিলাৰ অন্তৰ্গত কাপলা গাঁৱত নিশা চুৰি কৰে গেছ ছিলিণ্ডাৰনিশা এন্ধাৰৰ সুযোগ লৈ মঙলবাৰে নিশা সৰ্থেবাৰী থানাৰ অন্তৰ্গত কাপলা গাঁৱৰ নিপম নাথৰ দোকানৰ পৰা ১৮ টাকৈ ছিলিণ্ডাৰ…
Business নগাঁৱৰ পুৰণিগুদাম গড়মূৰত বিধ্বংধী অগ্নিকাণ্ড May 29, 2024 Dipshikha নগাঁৱৰ পুৰণিগুদাম গড়মূৰত বিধ্বংসী অগ্নিকাণ্ড। জুইত জাহ গ’ল পুৰণিগুদাম হাৰ্ডৱেৰৰ আৰু মেহেৰাব হুছেইনৰ ঘৰৰ লগতে কেইবাখনো দোকান। বৰ্তমান মূহুৰ্ততো জুই নিৰ্বাপন কৰিবলৈ সক্ষম হোৱা নাই অগ্নিনিৰ্বাপকক বাহিনী। ওচৰৰ দোকান আৰু…
Business মিজোৰামৰ আইজলত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা May 28, 2024 Dipshikha মিজোৰামৰ আইজলত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। পাহাৰৰ পৰা শিলৰ কুৱেৰী খহি পৰি ১০জন শ্ৰমিকৰ মৃত্যু হোৱাৰ লগতে কেইবাজনো লোক নিৰুদ্দেশ হোৱা বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। মঙলবাৰে পুৱা অঞ্চলটোত অবিৰত…
Business ৰঙিয়াত চাঞ্চল্যকৰ ঘটনা May 27, 2024 Dipshikha ৰঙিয়াত চাঞ্চল্যকৰ ঘটনা। আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন অভিযুক্তৰ। চুৰিৰ গোচৰত কৰায়ত্ব কৰি থানালৈ লৈ আনিছিল সোন আহমেদ নামৰ এটা চোৰক। লকআপত সোমাব লওতেই আৰক্ষীৰ বেহু ফালি পালয়ন অভিযুক্ত চোৰটোৰ। চোৰটোক…
Business নগাঁৱত বিদ্যুতৰ লুকাভাকু May 27, 2024 Dipshikha সমগ্ৰ ৰাজ্যকে এতিয়া উৎকট গৰমে দহিছে। নগাঁও জিলাৰ বিভিন্ন প্ৰান্তত চলিছে বিদ্যুতৰ সঘন লুকাভাকু। অতিষ্ঠ হৈছে ৰাইজ।নিশা উজাগৰে কটাবলগীয়া হৈছে ৰাইজে।২৪ ঘন্টাৰ ভিতৰত দুই তিনি ঘন্টাহে বিদ্যুত থাকে। বিদ্যুতৰ সঘন…
Business মহানগৰীৰ গণেশগুৰিত ভয়ংকৰ ঘটনা May 24, 2024 Dipshikha নিশা মহানগৰীৰ গণেশগুৰিত ভয়ংকৰ ঘটনা। মাজনিশা নিচাসক্ত যুৱকৰ দলে আক্ৰমণ কৰিলে ৰেপিড’ চালকক। আক্ৰমণৰ বলি হোৱা যুৱকজন দ্বীপজ্যোতি ঠাকুৰীয়া। প্ৰথমে ধন দাবী কৰিছিল নিচাসক্ত যুৱককেইজনে। দাবী কৰা ধন নিদিয়াৰ বাবে…
Business উজনিত ভয়ংকৰ ৰূপ এনকেফেলাইটিচৰ May 24, 2024 Dipshikha উজনিত ভয়ংকৰ ৰূপ ধাৰণ এনকেফেলাইটিছৰ। পুনৰ এনকেফেলাইটিছত আক্ৰান্ত ৩ শিশুসহ এজন প্ৰাপ্ত বয়স্ক লোক। মাজুলী, যোৰহাট, গোলাঘাটৰ ৪জন চিকিৎসাধীন এই ৰোগত। JMCHত চিকিৎসাধীন এই ৪গৰাকী আক্ৰান্ত। পূৰ্বে এই ৰোগত আক্ৰান্ত…