Business বিষাক্ত কাঠফুলা খাই অসুস্থ বহু লোক June 7, 2024 Dipshikha ওদালগুৰিৰ ভাৰত-ভূটান সীমান্তৰ গৰুৱাঝাৰত বিষাক্ত কাঠফুলা খাই একেটা পৰিয়ালৰ ৫ গৰাকী লোক অসুস্থ।ওদালগুৰিৰ ভেৰগাঁৱৰ ১ নং গৰুৱাঝাৰত একেটা পৰিয়ালৰ শিশু সহ পাঁচ গৰাকী অসুস্থ হৈ পৰিছে।কাঠফুলা খাই অসুস্থ হৈ পৰাত…
Business ৰাজ্যত হ’ব ধাৰাসাৰ বৰষুণ June 7, 2024 Dipshikha ৰাজ্যত হ’ব ধাৰাসাৰ বৰষুণ! ১৬ খনকৈ জিলাত Yellow Alert জাৰি কৰিলে বতৰ বিজ্ঞান বিভাগে!তালিকা আছে নেকি আপোনাৰ জিলাৰো নাম?ৰাজ্যত পুনৰ ভয়াৱহ ৰূপ ল’ব পাৰে বতৰ।বিগতে কিছু দিনৰ ৰাজ্যৰ প্ৰান্তে-প্ৰান্তে হৈ…
Business পুত্ৰৰ হাতত প্ৰাণ গ’ল পিতৃৰ June 6, 2024 Dipshikha এইবাৰ ছিপাঝাৰত সুৰাসক্ত পুত্ৰৰ হাতত প্ৰাণ গ’ল পিতৃৰ। গোৱালঝাৰত পুত্ৰ শশাংকৰ দাৰ ঘাপত নিহত ইন্দ্ৰকান্ত শৰ্মা। প্ৰচুৰ ৰক্তক্ষৰণৰ বাবে চিকিৎসালয়ত মৃত্যু ইন্দ্ৰকান্ত শৰ্মাৰ। বুধবাৰে হত্যাকাৰী পুত্ৰই প্ৰহাৰ কৰিছিল পিতৃ-মাতৃক। সংকটজনক…
Business গহপুৰত চোৰৰ বৃহৎ গেং আটক June 6, 2024 Dipshikha গহপুৰৰ হেলেমত বৃহৎ চোৰৰ গেং আটক। ট্ৰাক-স্কৰপিঅ’সহ ৮ গভাইত চোৰ আটক হেলেম আৰক্ষীৰ। ৰাজ্যৰ ভিন্নপ্ৰান্তত চুৰিকাৰ্য সংঘটিত কৰিছিল চোৰকেইটাই। আটক মুকালমুৱৰ চাব্দান খান, ছাফিকুল ইছলাম, আক্ৰোম আলী, চায়েদ আলী, নাজ্ৰোল…
Business কাজিৰঙাত ভয়ংকৰ দুৰ্ঘটনা June 5, 2024 Dipshikha কাজিৰঙাত মঙলবাৰে নিশা ভয়াৱহ পথ দুৰ্ঘটনা সংঘটিত হয়। কাজিৰঙাৰ বচা গাঁৱত নুমলীগড় দিশৰ পৰা গুৱাহাটী অভিমুখে গৈ থকা AS01 MC 3083 নম্বৰৰ তেলৰ টেংকাৰখন ৰাজপথৰ পৰা বাগৰি পৰে। আৰক্ষীয়ে টেংকাৰ…
Business আজি বিশ্ব চাইকেল দিৱস June 3, 2024 Dipshikha আজি বিশ্ব চাইকেল দিৱস। ২০১৮চনৰ এপ্ৰিল মাহত ৰাষ্ট্ৰসংঘ সাধাৰণ পৰিষদে ৩ জুন তাৰিখটো আন্তৰাষ্ট্ৰীয় বিশ্ব চাইকেল দিৱস হিচাপে ঘোষণা কৰিছিল। দুই শতিকাৰ ধৰি ব্যৱহাৰ হৈ অহা চাইকেলে মানৱ জাতিক দেখুৱাই…
Business ৰাজ্যত বতৰে ল’ব কালৰূপ June 3, 2024 Dipshikha ৰাজ্যত পুনৰ ভয়ংকৰ ৰূপ ল’ব পাৰে বতৰে!৩ জিলাত Orange Alert আৰু ২৩ জিলাত Yellow Alert জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে!দেওবাৰে নিশাৰে পৰা ৰাজ্যৰ ভিন্নপ্ৰান্তত হৈ আছে ধাৰাসাৰ বৰষুণ।তাৰ মাজতে আজি…
Business গেৰুৱা বসন পৰিধান কৰি ধ্যানত বহিল মোদী May 31, 2024 Dipshikha কন্যাকুমাৰীৰ বিবেকানন্দ শিলাস্মাৰকত ধ্যানত বহিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী৷ শনিবাৰে বিয়লিহে অন্ত পৰিব প্ৰধানমন্ত্ৰী মোদীৰ বহু চৰ্চিত ধ্যান৷ ধ্যানৰ পূৰ্বে কন্যাকুমাৰীৰ ভগৱতী দেৱী অম্মন মন্দিৰত পূজা মোদীৰ৷ গেৰুৱা বসন পৰিধান কৰি…
Business নুমলীগড়ত চাঞ্চল্যকৰ ঘটনা May 31, 2024 Dipshikha নুমলীগড়ত চাঞ্চল্যকৰ ঘটনা৷ বোকাখাতৰ যুৱ ব্যৱসায়ী দেৱজিৎ কলিতাক মাৰপিট৷ CCTVত বন্দী ঘটনাৰ সমগ্ৰ দৃশ্য৷ NRLৰ কৰ্মচাৰী ত্ৰিনয়ন শইকীয়াৰ বিৰুদ্ধে মাৰপিটৰ অভিযোগ৷ ত্ৰিনয়নৰ সৈতে আছিল কাজিৰঙাৰ জান গগৈ নামৰ আন এজন…
Business পুনৰ বহি:ৰাজ্যত সন্ধানহীন অসমৰ যুৱক May 31, 2024 Dipshikha পুনৰ বহি:ৰাজ্যত সন্ধানহীন অসমৰ যুৱক। দিল্লীৰ পৰা সন্ধানহীন হৈছে নগাঁৱৰ চকীটোপৰ মুন্না বৰ্মন। মুন্নাই যোৱা ৬ বছৰ ধৰি পঞ্জাৱৰ এক ব্যক্তিগত প্ৰতিষ্ঠানত কাম কৰি আছিল। যোৱা ৫ এপ্ৰিলত অবাধ আসাম…