Business লখিমপুৰৰ নাৰায়ণপুৰত স্বাস্থ্য সেৱাৰ নামত চলিছে ভেকোভাওনা June 29, 2024 Dipshikha লখিমপুৰৰ নাৰায়ণপুৰত স্বাস্থ্য সেৱাৰ নামত চলিছে চূড়ান্ত ভেকোঁভাওনা। চিকিৎসক বিহীনভাবে চলিছে লখিমপুৰ জিলাৰ ভোলাবৰিস্থিত মহানন্দ বৰা ১০ খন বিচনাযুক্ত চিকিৎসালয়।বিগত তিনিমাহ ধৰি চিকিৎসালয়খনত ফাৰ্মাচীষ্টগৰাকীয়ে আগবঢ়াই আছে চিকিৎসা সেৱা। লখিমপুৰ জিলাৰ…
Business মৰিয়নীত জাপানীজ এনকেফেলাইটিছৰ আতংক June 28, 2024 Dipshikha মৰিয়নীত জাপানীজ এনকেফেলাইটিছৰ আতংক, এজনৰ মৃত্যু, কেইবাগৰাকীও সংকটজনক অৱস্থাত চিকিৎসাধীন।যোৰহাট জিলাৰ মৰিয়নী চেলেংহাট ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য খণ্ডৰ অন্তৰ্গত বহুকেইটা অঞ্চলত এতিয়া জাপানীজ এনকেফেলাইটিছ ৰোগৰ ভয়ংকৰ প্ৰাদুৰ্ভাৱে দেখা দিছে। চেলেংহাটৰ অভয়পুৰীয়া…
Business কৰ্ণাটকত ভয়ংকৰ দুৰ্ঘটনা June 28, 2024 Dipshikha শুকুৰবাৰে পুৱা কৰ্ণাটকৰ হাভেৰি জিলাৰ বেদাগি তালুকত সংঘটিত হয় এক ভয়ংকৰ দুৰ্ঘটনা। এখন মিনি বাছৰ সৈতে ৰৈ থকা ট্ৰাকৰ সংঘৰ্ষৰ ফলত ১৩জন লোকৰ মৃত্যু হয়। আন দুজন লোক গুৰুতৰভাৱে আহত…
Business যাৱজ্জীৱন কাৰদণ্ড হ’ব পাৰে চিকিৎসক দম্পতীৰ June 27, 2024 Dipshikha যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত হ‘ব পাৰে চিকিৎসক দম্পতী সংগীতা দত্ত-ৱালিউল ইছলাম।চিকিৎসক দম্পতী সংগীতা দত্ত-ৱালিউল ইছলামৰ বিপদ নিশ্চিত !ডা০ সংগীতা দত্ত-ৱালিউল ইছলামৰ বিৰুদ্ধে আই পি চি ৩৭৬(ক) আৰু (খ) নং ধাৰাত আৰোপ।পক্সো…
Business কেবিনেট বৈঠকৰ খাদ্য তালিকাত কি কি আছে জানেনে? June 27, 2024 Dipshikha ছাগলী মাংসৰ পৰা মাছৰ টেঙালৈ… নলবাৰীত অনুষ্ঠিত কেবিনেট বৈঠকৰ বাবে বিধে বিধে প্ৰস্তুত সুস্বাদু খাদ্য সম্ভাৰ, কি কি আছে মেন্যুত?পঢ়ক সবিশেষ…. ১— প্লেন ৰাইচ , জিৰা ৰাইচ, পোলাও২— ছাগলীৰ মাংস৩—-…
Business পুনৰ গ্ৰেপ্তাৰ কৰা হ’ল দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক June 26, 2024 Dipshikha পুনৰ গ্ৰেপ্তাৰ কৰা হ’ল দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক। বুধবাৰে দিল্লীৰ ৰাউচ এভিনিউ আদালতত ইডিয়ে কেজৰিৱালক হাজিৰ কৰাৰ পাছতে চিবিআইয়ে আদালতৰ অনুমতি সাপেক্ষে সুৰা নীতিৰ কেলেংকাৰীৰ অভিযোগতে গ্ৰেপ্তাৰ কৰে।আদালতত চি বি…
Business অসমৰ ভূমিত অৰুণাচলীৰ আগ্ৰাসন June 26, 2024 Dipshikha অসমৰ ভূমিত অৰুণাচলীৰ আগ্ৰাসন। অসম অৰুণাচল সীমান্তৱৰ্তী নাওবৈচাত ৰঙা সংৰক্ষিত বনাঞ্চলত প্ৰশাসনৰ উচ্ছেদ অভিযানৰ বাবে সাজু।শতাধিক সেনা বাহিনী,আৰক্ষী,বন সুৰক্ষা বাহিনী সাজু হৈ উঠিছে।লখিমপুৰ জিলাৰ হাৰমতী আঞ্চলিক বন সংমণ্ডলৰ অধীনৰ ৰঙা…
Business নগাঁৱত সুদখোৰৰ আতংক June 25, 2024 Dipshikha নগাঁৱত সুদখোৰৰ আতংক। নগাঁৱৰ পুৰণিগুদামৰ ৰামটিলা আটিত সুদখোৰৰ আক্ৰমণত আঘাতপ্ৰাপ্ত এজন।মাত্ৰ তিনি হাজাৰ টকাৰ বাবে হজৰৎ আলী নামৰ লোকজনক আক্ৰমণ কৰিলে সুদখোৰ মতিন আলীয়ে।সুদলৈ দিয়া তিনি হাজৰ টকা নিবলৈ আহি…
Business দিল্লীৰ জলমন্ত্রীক চিকিৎসালয়ত ভৰ্তি June 25, 2024 Dipshikha দিল্লীৰ জলমন্ত্ৰী আতিশী মাৰ্লেনাক চিকিৎসালয়ত ভৰ্তি। আমৰণ অনশনৰ মাজতে গুৰুতৰভাৱে অসুস্থ হৈ পৰে আতিশী। LNJP হাস্পতালত নিশাই ভৰ্তি কৰা হয় মন্ত্ৰীগৰাকীক। দিল্লীৰ তীব্ৰ জলসংকটক লৈ আমৰণ অনশনত বহিছিল মন্ত্ৰীগৰাকী।দ্ৰুতভাৱে ৰক্তচাপ…
Business লাওখোৱা অভয়াৰণ্যত ঘটনা মাৰ এতিয়াও নাই যোৱা June 24, 2024 Dipshikha লাওখোৱা অভয়াৰণ্যৰ এনকাউন্টাৰ ঘটনাৰ চাঞ্চল্য এতিয়াও মাৰ যোৱা নাই.. আজি জুৰীয়াত ঘটনা সন্দৰ্ভত বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ পুত্তলিকা দাহেৰে আমছুৰ উত্তাল প্ৰতিবাদ।আব্দুল জলিল আৰু ছমিৰ উদ্দিন ।নামৰ ভাতৃদ্বয়ক চোৰাংকৈ মাছমৰাৰ অভিযোগত…