Author: Dipshikha

৭খন ৰাজ্যলৈ সতৰ্কতা বতৰ বিজ্ঞান বিভাগৰ

উত্তৰ-পূৰ্বাঞ্চলকে ধৰি সাতখনতকৈও অধিক ৰাজ্যত গৰমৰ প্ৰকোপ । সতৰ্কবাণী জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে ।চলিত সপ্তাহত দক্ষিণ ভাৰত, তামিলনাডু, কেৰালা, কৰ্ণাটক আৰু অন্ধ্ৰপ্ৰদেশৰ লগতে উত্তৰ-পূবৰ ৰাজ্য বিশেষকৈ অসম আৰু মেঘালয়ত…

শুকান খেজুৰ খায় ভাল পাই নে আপুনি

দেহৰ উপকাৰী বহু পুষ্টিকৰ উপাদানেৰে সমৃদ্ধ ড্ৰাই ফ্ৰুটছ আমাৰ দৈনন্দিন খাদ্য তালিকাত স্থান পাব লাগে বুলি স্বাস্থ্য বিশেষজ্ঞসকলে মত পোষণ কৰি আহিছে। আমি গ্ৰহণ কৰি অহা ড্ৰাই ফ্ৰুটছৰ ভিতৰত শুকান…

আইনত পৰিণত হ’ল ৱাকফ (সংশোধনী) বিধেয়ক

আইনত পৰিণত হ’ল ৱাকফ (সংশোধনী) বিধেয়ক । সংসদৰ দুয়োটা সদতে গৃহীত হোৱাৰ ৪৮ ঘন্টাৰ ভিতৰতে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ৱাকফ সংশোধনী বিধেয়কত স্বাক্ষৰ কৰে। ৰাষ্ট্ৰপতিৰ স্বাক্ষৰত ৱাকফ সংশোধনী আইনত পৰিণত হয়।…

খেজুৰৰ উপকাৰীতাৰ কথা জানিলে আচৰিত হ’ব আপুনিও

দেহৰ উপকাৰী বহু পুষ্টিকৰ উপাদানেৰে সমৃদ্ধ ড্ৰাই ফ্ৰুটছ আমাৰ দৈনন্দিন খাদ্য তালিকাত স্থান পাব লাগে বুলি স্বাস্থ্য বিশেষজ্ঞসকলে মত পোষণ কৰি আহিছে। আমি গ্ৰহণ কৰি অহা ড্ৰাই ফ্ৰুটছৰ ভিতৰত শুকান…

নিমপাতৰ উপকাৰিতাৰ কথা জানেনে

নিমপাতৰ উপকাৰিতা কি ? ই কি কি ৰোগৰ ঔষধ ? ইয়াৰ কোনো ক্ষতিকাৰক প্ৰভাৱ আছে নেকি ? ঔষধি গুণেৰে সমৃদ্ধ নিম পাত আয়ুৰ্বেদত বহু ৰোগৰ চিকিৎসাৰ বাবে ব্যৱহাৰ কৰা হয়।…

লামডিঙত অঘটন

লামডিঙৰ শীতলা পূজাৰ মেলাত অঘটন। চলন্ত চকৰী পৰা পৰি গুৰুত্বৰভাবে আহত এজন লোক। চুনামী নামৰ চলন্ত চকৰীৰ পৰা পৰে লোকজন। ভালদৰে চিট্ বেল্ট নলগোৱাৰ ফলতে পৰি যোৱাৰ সন্দেহ।ততাতৈয়াকৈ ব্যক্তিগৰাকীক উদ্ধাৰ…

হ্ৰাস পাব বিদ্যুতৰ মাচুল

ৰাজ্যবাসীৰ বাবে এক ভাল খবৰ। হ্ৰাস পাব বিদ্যুতৰ মাচুল। ১ এপ্ৰিলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমৰ জৰিয়তে এই কথা ঘোষণা কৰে।আজি ১ এপ্ৰিল অৰ্থাৎ এপ্ৰিল ফুল। আজিৰ দিনটোত মানুহক…

ফুলকবিৰ উপকাৰীতাৰ বিষয়ে জানেনে

শৰীৰ সুস্থ ৰাখিবলৈ সেউজীয়া শাক- পাচলি গ্ৰহণ কৰাটো খুবেই প্ৰয়োজনীয়। ভিন্ন ধৰণৰ পুষ্টিৰে সমৃদ্ধ এই সেউজীয়া শাক – পাচলি সমূহৰ নিয়মীয়া ব্যৱহাৰে আমাৰ শৰীৰক ভিন্ন ৰোগৰ পৰা ৰক্ষা কৰে আৰু…

চাজিনাৰ পাতৰ উপকাৰীতাৰ কথা জানেনে

চজিনা বুলি ক’লে তাক নতুনকৈ চিনাকি কৰি দিয়াৰ প্ৰয়োজন নাই । আমাৰ সমাজত এইবিধ পাচলিৰ প্ৰচলন কালৰ পৰাই আছে । কিন্তু প্ৰাসংগিক কথাটো হ’ল এইবিধ পাচলিৰ ঔষধি গুণৰ আলোচনা কমকৈ…

ড্ৰাগছৰ বিৰুদ্ধে সদা সষ্টম হৈ আছে আৰক্ষী

ড্ৰাগছৰ বিৰুদ্ধে সদা সষ্টম হৈ আছে আৰক্ষী । কিন্তু তাৰ মাজতেই আৰক্ষীৰ চকুত ধূলি দি এই বৰবিহৰ সৰবৰাহ অব্যাহত ৰাখিছে দুষ্ট চক্ৰই । শেহতীয়াকৈ আৰক্ষীয়ে প্ৰায় ২১ কোটি টকাৰ হেৰ’ইনসহ…