Business ছয়গাঁৱৰ টকৰাদিয়া মাজপাৰাত উদ্ধাৰ হৈছে এটা মৃতদেহ May 13, 2024 Dipshikha ছয়গাঁৱৰ টকৰাদিয়া মাজপাৰাত উদ্ধাৰ হৈছে এটা মৃতদেহ। উদ্ধাৰ হোৱা মৃতদেহটো হেমন্ত কলিতা। ৯ মে’ৰ পৰা নিৰুদ্দেশ হৈ আছিল হেমন্ত কলিতা। মৃতদেহ উদ্ধাৰ হোৱাৰ লগে লগে অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঘটনাস্থলীত…
Business জালুকবাৰী আৰক্ষীৰ জালত এটা ড্ৰাগছ সৰবৰাহকাৰী May 10, 2024 Dipshikha জালুকবাৰী আৰক্ষীৰ জালত এটা ড্ৰাগছ সৰবৰাহকাৰী। ঘোঁৰামাৰাৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে সৰবৰাহকাৰীটোক। ধৃত সৰবৰাহকাৰীটোৰ নাম অমৰেন্দ্ৰ কলিতা। জব্দ কৰা হৈছে বুজন পৰিমাণৰ নিচাজাতীয় টেবলেট। বৃহস্পতি বাৰে গ্ৰেপ্তাৰ হৈছিল হিতেশ্বৰ কলিতা…
Business ড্ৰাগছৰ বিৰুদ্ধে কাছাৰ আৰক্ষীৰ বৃহৎ সফলতা May 10, 2024 Dipshikha ড্ৰাগছৰ বিৰুদ্ধে কাছাৰ আৰক্ষীৰ বৃহৎ সফলতা। শিলচৰৰ ৰামনগৰ- ISBT ত ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই কাছাৰৰ আৰক্ষীৰ এটা দলে। অভিযানত ISBT ৰ পৰা জব্দ কৰে ৫৭২ গ্ৰাম হেৰʼইন। অভিযানত তিনিজন সৰবৰাকাৰীৰ…
Business আজিৰে পৰা পুনৰ আৰম্ভ গুৱাহাটী- উত্তৰ গুৱাহাটী ফেৰী সেৱা May 9, 2024 Dipshikha আজিৰে পৰা পুনৰ আৰম্ভ গুৱাহাটী- উত্তৰ গুৱাহাটী ফেৰী সেৱা। ব্ৰহ্মপুত্ৰৰ জলস্তৰ হ্ৰাস হোৱাত পুনৰ আৰম্ভ ফেৰী সেৱা। সোমবাৰৰ পৰা ৩ দিনৰ বাবে বন্ধ আছিল ফেৰী সেৱা। ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি হোৱাৰ…
Business লামডিং ৰে’ল জংচনত অঘটন May 9, 2024 Dipshikha লামডিং ৰে’ল জংচনত অঘটন। লামডিং ৰে’ল জংচনত যাত্ৰীৰ মৃত্যু। ৩ নম্বৰ প্লেটফৰ্মত হঠাৎ ঢলি পৰি মৃত্যু যাত্ৰীগৰাকীৰ। মৃত্যু হোৱা যাত্ৰীগৰাকীৰ উত্তৰপ্ৰদেশৰ নৰেশ ৰাজপুত। প্ৰচণ্ড গৰমৰ বাবে ৰক্তচাপ বৃদ্ধি হোৱাৰ ফলত…
Business তৃতীয় দিনাও বন্ধ গুৱাহাটী-উত্তৰ গুৱাহাটীৰ মাজৰ ফেৰী সেৱা May 8, 2024 Dipshikha তৃতীয় দিনাও বন্ধ গুৱাহাটী-উত্তৰ গুৱাহাটীৰ মাজৰ ফেৰী সেৱা। ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি বাবে বন্ধ কৰি দিয়া হৈছিল ফেৰী সেৱা সমূহ। ৰেম্পসমূহ পানীৰ তলত বুৰ যোৱা বাবে বন্ধ আছিল ফেৰী সেৱা। ৰেম্পসমূহ…
Business ডুমডুমাত অস্ত্ৰসহ এজনক আটক আৰক্ষীৰ May 8, 2024 Dipshikha ডুমডুমাত অস্ত্ৰসহ এজনক আটক আৰক্ষীৰ। আটক আত্মসমৰ্পণকাৰী আলফা সদস্য ধন বড়াক। অস্ত্ৰ বিক্ৰী কৰিবলৈ আহি জালত প্ৰাক্তন আলফা সদস্যগৰাকী। জব্দ এটা আমেৰিকান পিষ্টল, ১২ জাঁই সক্ৰিয় গুলী। ধৃত ধন বড়াৰ…
Business আজি তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচন May 7, 2024 Dipshikha আজি তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচন ৷ বৰপেটা সমষ্টিত অৱতীৰ্ণ হৈছে সৰ্বাধিক 14 গৰাকী প্ৰাৰ্থী । গুৱাহাটী সমষ্টিত অৱতীৰ্ণ হৈছে 8 গৰাকী প্ৰাৰ্থী । ধুবুৰী সমষ্টিত প্ৰতিদ্বন্দ্বিতাত নামিছে 13 গৰাকী প্ৰাৰ্থী…
Business ২জুনৰ পৰা টি-20 বিশ্বকাপ May 7, 2024 Dipshikha ২ জুনৰ পৰা আইচিচি টি-২০ বিশ্বকাপ ২০২৪। ৫ জুনত আয়াৰলেণ্ডৰ বিৰুদ্ধে মেচেৰে অভিযান আৰম্ভ কৰিব ভাৰতীয় দলে। ৯ জুনত পাকিস্তানৰ বিৰুদ্ধে মেগা মেচ। টি-২০ বিশ্বকাপ উপলক্ষে ইতিমধ্যে ঘোষণা কৰা হৈছে…
Business শোকাৱহ দুৰ্ঘটনা May 6, 2024 Dipshikha শোকাৱহ দুৰ্ঘটনা, ট্ৰেক্টৰ বাগৰি কৰুণ মৃত্যুক সাৱটিলে ৫জনে, ২ জন আহত বৰ্তমানে জীৱন-মৃত্যুৰে যুঁজ দি আছে আহত দুই লোক এই কৰুণ ঘটনা সংঘটিত হৈছে মধ্যপ্ৰদেশত ৰাজ্যখনৰ জব্বলপুৰত এই দুৰ্ঘটনাটো হৈছে…