Business ৰাজ্যত পুনৰ উত্তাল প্ৰতিবাদ August 27, 2024 Dipshikha চাপৰত স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ। ধুবুৰী জিলাৰ চাপৰত সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত বিদ্যুৎ বিভাগ আৰু APDCL ৰ স্মাৰ্ট মিটাৰৰ আতিশয্য, অভাৱনীয় বিদ্যুৎ মাছুল বৃদ্ধি আৰু অনিয়মীয়া বিদ্যুৎ যোগানৰ…
Business বানৰ তাণ্ডৱ বাংলাদেশত August 25, 2024 Dipshikha প্ৰকৃতিৰ ৰোষত পৰিছে বাংলাদেশ। শেহতীয়াকৈ বানে তাণ্ডৱৰ সৃষ্টি কৰিছে বাংলাদেশৰ দক্ষিণ-পূব অঞ্চলত। বানৰ ফলত অঞ্চলটোৰ বিদ্যুৎ সেৱাৰ বিস্তৰ ক্ষতিসাধন হৈছে। বানৰ কবলত পৰা ৯ খন জিলাৰ মুঠ ৯ লাখ ২৮…
Business পুনৰ জঘন্য কাণ্ড ৰাজ্যত August 25, 2024 Dipshikha ৰাজ্যত যেন নিত্য নৈমিত্তিক ঘটনাত পৰিণত হৈছে নাৰী নিৰ্যাতন। বিগত ২-৩ দিন ধৰি বিভিন্ন ঠাইত সংঘটিত হৈ আহিছে জঘন্য কাণ্ড। ধাৰাবাহিকভাৱে একাংশৰ কামনাৰ বলি হৈ আহিছে কিশোৰী, যুৱতী নাবালিকাকে ধৰি…
Business নেপালত বাছ দুর্ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি August 24, 2024 Dipshikha শুকুৰবাৰে নেপালত সংঘটিত হোৱা বাছ দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা ২৭ জনলৈ বৃদ্ধি পাইছে। নিহত লোকসকলৰ ভিতৰত ২৪টা মৃতদেহ চিনাক্ত কৰা হৈছে আৰু এই আটাইকেইগৰাকী লোক মহাৰাষ্ট্ৰৰ বাসিন্দা বুলি জানিব…
Business ধিংত উত্তাল পৰিৱেশ August 23, 2024 Dipshikha নাবালিকাৰ ধৰ্ষণক কেন্দ্ৰ কৰি নগাঁৱৰ ধিঙত উত্তাল পৰিৱেশে বিৰাজ কৰিছে । দুৰ্বৃত্তৰ কামনাৰ বলি হোৱা দশম শ্ৰেণী ছাত্ৰীগৰাকী বৰ্তমান চিকিৎসাধীন নগাঁও মেডিকেল কলেজত । ইফালে ছাত্ৰ সন্থাৰ আহ্বানত পুৱাৰে পৰা…
Business পুনৰ উদ্ধাৰ বোমা August 23, 2024 Dipshikha অসম-অৰুণাচল সীমান্তত ৬ কুইণ্টল ওজনৰ বোমা উদ্ধাৰ । ঘটনাস্থলীত উপস্থিত আৰক্ষী-বায়ুসেনা বাহিনীৰ লোক।ৰাজ্যত বৰ্তমানো অব্যাহত বোমাতংক। ১৫ আগষ্টৰ স্বাধীনতা দিৱসত বিস্ফোৰণৰ উদ্দেশ্যেৰে ২৫টা স্থানত বোমা স্থাপনৰ দায়িত্ব স্বীকাৰ কৰিছিল আলফা…
Business চৰকাৰী কৰ্মচাৰীৰ বাবে ডাঙৰ খবৰ August 22, 2024 Dipshikha ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ বাবে গুৰুত্বপূৰ্ণ খবৰ। মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিৰ বন্ধৰ দিন সাল-সলনি। ২৩ আগষ্টৰ পৰিৱৰ্তে ২৪ আগষ্ট কৰ্মচাৰীয়ে লাভ কৰিব চৰকাৰী বন্ধ। পূৰ্বে ২৩ আগষ্ট মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ…
Business ৰাজ্যসভা নিৰ্বাচনত বিজেপিৰ জয় August 22, 2024 Dipshikha বিনা প্ৰতিদ্বন্দ্বিতাৰে ৰাজ্যসভা নিৰ্বাচনত বিজেপিৰ জয়! পৰাজয় স্বীকাৰ বিৰোধী পক্ষৰ…লোকসভা নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পূৰ্বে জয় নিশ্চিত বিজেপি প্ৰাৰ্থীৰ। লোকসভাৰ দুখন আসনৰ বাবে ৩ ছেপ্টেম্বৰত নিৰ্বাচন অনুষ্ঠিত হ’ব। কিন্তু কোনো এগৰাকী…
Business পুনৰ উদ্ধাৰ গঁড়ৰ খৰ্গ August 18, 2024 Dipshikha নিশা নগাঁৱৰ ৰূপহীহাট আৰক্ষীৰ অভিযানত কদমগুৰিৰ এঘৰত উদ্ধাৰ এটা গঁড়ৰ খৰ্গ। খৰ্গটোৰ ওজন ১ কেজি ২০০ গ্ৰাম। কদমগুৰিৰ আবু হানিফাৰ ঘৰত আৰক্ষীয়ে অভিযান চলাই উদ্ধাৰ গঁড়ৰ খৰ্গটো।আটক আবু হানিফাক। আৰক্ষীয়ে…
Business বিমান যাত্ৰীৰ মাজত হাহাকাৰ August 18, 2024 Dipshikha দিল্লীৰ পৰা গুৱাহাটীলৈ আহিবলগীয়া বিমান যাত্ৰীৰ মাজত হাহাকাৰ। এয়াৰ ইণ্ডিয়াৰ এখন বিমানৰ যাত্ৰা বিলম্ব হোৱাক লৈ যাত্ৰীৰ হাহাকাৰ। পুৱা ৭.২০ বজাত দিল্লী বিমানবন্দৰৰ পৰা যাত্ৰা কৰিবলগীয়া আছিল বিমানখন। বিয়লি ২…