Author: Dipshikha

আজি আছুৰ গুৰুত্বপূৰ্ণ সভা

বহু বিতৰ্কৰ অন্তত আছুৰ সাধাৰণ সম্পাদকৰ দায়িত্বৰ পৰা অব্যাহতি লৈছিল শংকৰজ্যোতি বৰুৱাই। ইয়াৰ পাছতেই খালী হৈ আছে আছুৰ সাধাৰণ সম্পাদকৰ পদ। আজি এই সন্দৰ্ভত গুৱাহাটী বিশ্ববিদ্যালয়ৰ আছু কাৰ্যালয়ত এখন কাৰ্যনিৰ্বাহক…

পুনৰ জব্দ অৰুণাচলী সুৰা

শোণিতপুৰত অৰুণাচলী সুৰা জব্দ। শোণিতপুৰৰ ১২ মাইলত অৰুণাচলী সুৰা জব্দ। ৰঙাপৰা আবকাৰী আৰু চাৰিদুৱাৰ আৰক্ষীৰ যুটীয়া অভিযানত জব্দ সুৰাখিনি ৷ অসম-অৰুণাচল সীমান্তৰ ১২ মাইলৰ এখন ঘৰত AR – 04- 3126…

পুনৰ ব্যৰ্থ অসম আৰক্ষী

চুৰ ধৰাত ব্যৰ্থ মৈৰাবাৰী আৰক্ষী। মৰিগাঁৱৰ মৈৰাবাৰীত ড্ৰাগছ আসক্ত চুৰৰ সন্ত্ৰাস অব্যাহত । নিৰব মৈৰাবাৰী আৰক্ষীৰ নাকৰ তলেদি নিতৌ সংঘটিত হৈছে চুৰি কাণ্ডৰ ঘটনা । ড্ৰাগছ আসক্ত চুৰে চুৰি কাণ্ড…

মৰিগাঁও আদালতৰ গুৰুত্বপূৰ্ণ ৰায়দান

মৰিগাঁৱৰ বিশেষ POCSO আদালতৰ গুৰুত্বপূৰ্ণ ৰায়দান। শিশুক যৌন নিৰ্যাতনৰ অপৰাধত দীপজ্যোতি ডেকাক যাৱজ্জীৱন কাৰাদণ্ড। কেশৱ নাথ নামৰ আন এটা অপৰাধীক ২০ বছৰৰ কাৰাদণ্ড দিলে মৰিগাঁৱৰ বিশেষ POCSO আদালতে। জাগীৰোড আৰক্ষী…

বটদ্ৰৱা আৰক্ষীৰ সফল অভিযান

আটক বটদ্ৰৱা আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান।অভিযানত ড্ৰাগছ সহ আটক কচুৱা থানাৰ অন্তৰ্গত ১ নং ফাকলি পথাৰৰ জহিৰুল ইছলাম। ধৃত জহিৰুল ইছলামে বটদ্ৰৱাৰ কদমনিৰ শ্বিৰাজুল ইছলামৰ পৰা কচুৱালৈ বৃহৎ পৰিমাণৰ ড্ৰাগছ…

জামুগুৰিহাটত গো মাংসসহ এজনক আটক

জামুগুৰিহাটৰ আগ্ৰিপামত মঙলবাৰে আব্দুল ৰছিদ নামৰ এজন গো মাংস সৰবৰাহকাৰীক আটক কৰে আৰক্ষীয়ে৷ উক্ত ব্যক্তিজনে AS-12-AJ -3061 নম্বৰৰ বাইকৰ জৰিয়তে গো মাংস মোনাত ভৰাই জামুগুৰিহাটৰ উত্তৰ অঞ্চলত দীৰ্ঘদিনৰ ধৰি এই…

আন এক নৃশংস হ*ত্যা*কাণ্ড

ডিব্ৰুগড় জিলাৰ চাবুৱাত জেৰাই গাঁৱত সোমবাৰে নিশা সংঘটিত হয় এক নৃশংস হত্যাকাণ্ড । নিশা ঘৰৰ ভিতৰতে চোকা অস্ত্ৰৰে আক্ৰমণ কৰি হত্যা কৰিলে জলসম্পদ বিভাগৰ কৰ্মচাৰীক । শোৱাপাটীতেই চাৰিজনীয়া দুৰ্বৃত্তৰ দলে…

মিজোৰামৰ নিৰাপত্তা বাহিনীৰ বৃহৎ সফলতা

চুবুৰীয়া ৰাজ্য মিজোৰামত দেওবাৰে বুজণ সংখ্যক গুলী জব্দ কৰিছে নিৰাপত্তা বাহিনীয়ে। গোপন খবৰৰ ভিত্তিত মিজোৰাম আৰু কাছাৰ ফ্ৰন্টিয়াৰৰ আইজলস্থিত বিএছ এফ আৰু মিজো আৰক্ষীয়ে যুটীয়া অভিযান চলাই আইজলৰ পৰা জব্দ…

ভাৰতত চিনাক্ত হৈছে এম প’ক্সৰ ৰোগী

ভাৰতত চিনাক্ত হৈছে এম প’ক্সৰ সন্দেহজনক ৰোগী। দেওবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে এই কথা ঘোষণা কৰে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তৰফৰ পৰা জাৰি কৰি এক বিবৃতি অনুসৰি এজন যুৱকৰ দেহত এম প’ক্স…

ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা হৰিণা মাংসসহ এজনক আটক

ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানত হৰিণাৰ মঙহসহ গ্ৰেপ্তাৰ হৈছে এজন সন্দেহযুক্ত চোৰাং চিকাৰী। চোৰাংচোৱাৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত বন বিভাগৰ এটা দলে অভিযান চলাই তেওঁক গ্ৰেপ্তাৰ কৰা বুলি জানিব পৰা গৈছে।…