Business মাৰ্ঘেৰিটাত স্কুল বাছ দুর্ঘটনাগ্ৰস্ত September 27, 2024 Dipshikha মাৰ্ঘেৰিটাত স্কুল বাছ দুৰ্ঘটনাগ্ৰস্ত।নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ ৱাল তথা গছত প্ৰচণ্ড খুণ্ডা।কথমপি প্ৰাণৰক্ষা ৫০ ছাত্ৰ – ছাত্ৰীৰ।মাৰ্ঘেৰিটাৰ ইণ্ডিয়া ক্লাৱৰ কাষত সংঘটিত হয় এই দুৰ্ঘটনাটো।পুৱা ছেইণ্ট মেৰিজ স্কুলৰ ছাত্ৰ ছাত্ৰীৰ কঢ়িয়াই…
Business চাপৰত উচ্ছেদ অভিযান September 27, 2024 Dipshikha পুনৰ প্ৰশাসনৰ উচ্ছেদ অভিযান চলিল চাপৰত। চাপৰৰ শান্তিপুৰ-ঘুনিমাৰিত হিন্দু-মুছলমান পৱিত্ৰ মিলন ভূমিত তাহানিৰ ৰজাদীনিয়া শ্ৰী শ্ৰী মা বাগৰাণী মন্দিৰৰ ভুমি ওচৰৰে এটা পৰিয়ালে অৱৈধ ভাৱে বেদখল কৰি ৰাখিছিল। ১০০ শতাংশই…
Business প্ৰচণ্ড ধুমুহাৰ তাণ্ডৱ লীলা September 24, 2024 Dipshikha লখিমপুৰৰ অসম-অৰুণাচল সীমান্তৰ ৰঙাডি ৰিৰ্জাভত ধুমুহাৰ তাণ্ডৱ।হাৰমতী আঞ্চলিক বন সংমণ্ডলৰ অধীনৰ ৰঙা বনাঞ্চলৰ ৰঙাডি ৰিৰ্জাভৰ বনাঞ্চলৰ মূ্ল্যবান গছ ধুমাই ভাঙি থানবান কৰিলে।দীৰ্ঘদিন উত্তপ্ত গৰমৰ মাজতে কালি অহা ধুমুহা বৰষুণে তচনচ…
Business ধিং ৰোডত ভয়ংকৰ দুর্ঘটনা September 24, 2024 Dipshikha নিশা নগাঁৱৰ ধিং ৰোডৰ চলচলিত ৰহাত হস্পিতালৰ সমীপত ভয়ঙ্কৰ পথ দুৰ্ঘটনা।পথ দুৰ্ঘটনাত নিহত বাইক আৰোহী।জানিব পৰা মতে ৰূপহীৰ পৰা ধিং অভিমুখে গৈ থকা অৱস্থাত ইৰিস্কাৰ আৰু মটৰ চাইকেলৰ মাজত সংঘৰ্ষত…
Business নগাঁৱৰ বেঙেনাআটিত বিধ্বংসী অগ্নিকাণ্ড September 23, 2024 Dipshikha নগাঁৱৰ বেঙেনাআটিত বিধ্বংসী অগ্নিকাণ্ড। অগ্নিকাণ্ডটৰ ফলত ছামচুল আলম নামৰ লোকজনৰ বাসগৃহত সম্পূৰ্ণ ৰূপে ভষ্মীভূত হোৱাৰ লগতে AS01EZ3138 নম্বৰৰ এখন হুণ্ডাই এক্সেন্ট বাহন অগ্নিদগ্ধ হয়। এই অগ্নিকাণ্ডটোত ঘৰটোৰ সকলো সা- সামগ্ৰী…
Business উৎকট গৰমৰ বাবে বিদ্যালয়ৰ সময়সূচী সলনি September 21, 2024 Dipshikha আহিন মাহত অস্বাভাৱিক গৰমে দহিছে ৰাজ্যবাসীক, আজি পুৱা ৭.৩০ বজাৰ পৰা আৰম্ভ হৈছে বিদ্যালয়ৰ পাঠদান ।আজিৰ পুৱাৰ ৭.৩০ বজাৰ পৰা দুয়োখন জিলাৰ বিদ্যালয়সমূহত পাঠদান আৰম্ভ হৈছে । ৰাজ্যৰ অস্বাভাৱিক গৰমৰ…
Business জুৰীয়া আৰক্ষীৰ সফল অভিযান September 21, 2024 Dipshikha নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে জুৰীয়া আৰক্ষীৰ সফল অভিযান। চাৰিটা চাবোনৰ বাকচ ভৰ্তি সন্দেহযুক্ত হিৰ’ইন সহ আটক দুই কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী এক গোপন খবৰৰ ভিত্তিত জুৰীয়াৰ উদমাৰি বালুগুটিয়াত চলিছিল আৰক্ষীৰ এই অভিযান…
Business পঞ্চায়তৰ সীমা নিৰ্ধাৰণ আৰু নাম সালনিক লৈ জ্বলিছে ৰাজ্যৰ বিভিন্ন প্ৰান্ত September 19, 2024 Dipshikha পঞ্চায়তৰ সীমা নিৰ্ধাৰণ আৰু নাম সালনিক লৈ জ্বলিছে ৰাজ্যৰ বিভিন্ন প্ৰান্ত । এইবাৰ ৰঙিয়াৰ জয়ন্তীপুৰত ৰাইজৰ উত্তাল প্ৰতিবাদ । হাতে হাতে প্লে-কাৰ্ড লৈ চৰকাৰৰ বিৰুদ্ধে ধৰ্ণা ৰাইজৰ । চৰকাৰৰ হঠকাৰী…
Business নকল টকাক লৈ প্ৰচণ্ড মাৰপিটৰ ঘটনা September 19, 2024 Dipshikha ৰূপহীহাটৰ ছাইদৰীয়াত নকল টকাক লৈ প্ৰচণ্ড মাৰপিটৰ ঘটনা। সৰু লৰা ছোৱালীয়ে খাদ্যৰ পেকেটৰ ভিতৰত পোৱা টকাক কেন্দ্ৰ কৰি দুই পক্ষৰ মাজত প্ৰচণ্ড মাৰপিট ঘটনা সংঘটিত হয়। আবু বক্কৰ ছিদ্দিক আৰু…
Business ডবকাত ৰাষ্ট্ৰীয় ঘাইপথত দুর্ঘটনা September 18, 2024 Dipshikha ডবকাৰ ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনা। ডিভাইডাৰত প্ৰচণ্ড খুন্দা তীব্ৰবেগী বাইকৰ। দুৰ্ঘটনাত থিতাতে নিহত মটৰচাইকেল আৰোহীজন। বৰ্তমানলৈকে জানিব পৰা হোৱা নাই মৃত লোকজনৰ পৰিচয়। ডবকা-ডিফু বাইপাছত সংঘটিত হৈছে এই দুৰ্ঘটনাটো।…