Author: Dipshikha

মাচুল বৃদ্ধিক লৈ যোৰহাটত প্ৰতিবাদ

যোৰাহাট চিকিৎসা মহাবিদ্যালয়ৰ সেৱাৰ মাচুল বৃদ্ধিৰ সিদ্ধান্তৰ বিৰুদ্ধে মহাবিদ্যালয়খনৰ চৌহদত কেইবাটাও জাতীয় সংগঠনে আজি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে । সূত্ৰ খবৰ অনুসৰি, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ,কৃষক মুক্তিয়ে আজি মাচুল…

আজি বাংলাদেশৰ বিৰুদ্ধে প্ৰথম T-20

আজি বাংলাদেশৰ বিপক্ষে প্ৰথম টি-২০ঃ মূল একাদশত স্থান পাবনে ৰিয়ানে!বাংলাদেশৰ বিপক্ষে ভাৰতৰ তিনিখনীয়া মেচৰ টি-২০ শৃংখলা আজিৰ পৰা আৰম্ভ হ’ব। আজি শৃংখলাৰ প্ৰথমখন মেচ গোৱালিয়ৰৰ নিউ মাধৱৰাও সিন্ধিয়া ক্ৰিকেট ষ্টেডিয়ামত…

পুনৰ বোমা বিস্ফোৰণ

এইবাৰ বোমা বিস্ফোৰণেৰে ইজৰাইলৰ প্ৰত্যাক্ৰমণ লেবানৰৰ মধ্য বেইৰুটত ইজৰাইলৰ বোমা বিস্ফোৰণ। বিস্ফোৰণত কমেও ৬জন লোক নিহত। হিজবুল্লাৰ ঘাটিত অব্যাহত আছে ইজৰাইলৰ এয়াৰ ষ্ট্ৰাইক। বিস্ফোৰণস্থলীৰ পৰা অবিৰাম নিৰ্গত ক’লা ধোঁৱাই ছানিছে…

পুনৰ শাস্তিৰ সন্মুখীন হ’ল ক্ৰিকেটাৰ

মেচ ফিক্সিঙৰ অভিযোগত ICCৰ শাস্তিৰ সন্মুখীন শ্ৰীলংকাৰ স্পীনাৰ প্ৰবীন জয়াৱিক্ৰাম। এবছৰৰ বাবে ICCয়ে আৰোপ কৰিলে নিষেধাজ্ঞা। এই সময়ছোৱাত কোনোধৰণৰ ক্ৰিকেটত অংশ ল’ব নোৱাৰিব প্ৰবীন জয়াৱিক্ৰামে। ICCৰ ২.৪.৭ ধাৰাৰ অধীনত জয়াৱিক্ৰামৰ…

পুনৰ মুকলি হ’ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

পৰ্যটকৰ বাবে মুকলি হ’ল বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। বাগৰি বনাঞ্চলৰ দ্বাৰমুখত বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ফিটা কাটি মুকলি কৰে ৰাষ্ট্ৰীয় উদ্যানৰ পৰ্যটন বৰ্ষ। লগতে উপস্থিত থাকে কৃষি মন্ত্ৰী অতুল…

পুনৰ দাম বৃদ্ধি পালে ৰন্ধন গেছৰ ছিলিণ্ডাৰৰ মূল্য

দুৰ্গোৎসৱৰ প্ৰাকমুহূৰ্তত ৰন্ধন গেছ ব্যৱহাৰকাৰীৰ বাবে দুঃখবৰ! আজিৰ পৰা বৃদ্ধি পালে ৰন্ধন গেছ চিলিণ্ডাৰ মূল্য এতিয়া কিমান টকাত ক্ৰয় কৰিব লাগিব আপুনি ? এটা গেছ চিলিণ্ডাৰৰ মূল্য ৫০ টকালৈ বৃদ্ধি…

নেপালত ভয়ংকৰ ভূমিস্খলন

নেপালৰ বান আৰু ভূমিস্খলনত মৃত্যুৰ সংখ্যা ১৭০ জনলৈ বৃদ্ধি পাইছে । ইয়াৰ বিপৰীতে এতিয়াও সন্ধানহীন হৈ আছে ৪২ জন লোক । প্ৰকাশিত খবৰ অনুসৰি, নেপালৰ পূব আৰু মধ্য় অংশ সাংঘাতিক…

গুৱাহাটীত ভয়ংকৰ ঘটনা

গুৱাহাটীৰ বামুণীমৈদামৰ বি জি য়াৰ্ডত উদ্ধাৰ মানুহৰ এখন কটা ভৰি । যাত্ৰীবাহী ৰে’লৰ চকাত লাগি থকা অৱস্থাত উদ্ধাৰ কটা ভৰিখন। উজনিমুৱা দাদৰ এক্সপ্ৰেছৰ চকাৰ ওপৰৰ অংশত লাগি আছিল ভৰিখন। গুৱাহাটী…

জম্মু কাশ্মীৰত পুনৰ আক্ৰমণৰ ঘটনা

জম্মু কাশ্মীৰত নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত আন এক এক সংঘৰ্ষ সংঘটিত হৈছে। এই সংঘৰ্ষত তিনিগৰাকী সেনা জোৱান আহত হোৱাৰ লগতে এগৰাকী আৰক্ষীও আহত হোৱা বুলি জানিব পৰা গৈছে। উপত্যকাটোৰ কুলগামত…

গুৱাহাটীত স্প্ৰে গেঙক আটক

গুৱাহাটীৰ জালুকবাৰীত আৰক্ষীৰ জালত স্প্ৰে গেং। নিশা আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ স্প্ৰে গেঙৰ ২ সদস্য। ধৃত পাঠশালাৰ টিংকু আলী আৰু মিণ্টু তালুকদাৰ। উদ্ধাৰ জলকীয়া গুড়িৰ স্প্ৰে, ৪টা ৱাকীটকী, ছুৰী, কাটাৰ মেচিন।…