Business সলনি হ’ল অসমৰ এখন জিলাৰ নাম November 20, 2024 Dipshikha ৰাজ্যিক কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ । কেবিনেটৰ পাছতে মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল সম্বোধন ।সলনি হ’ল কৰিমগঞ্জ জিলাৰ নাম । কৰিমগঞ্জ জিলাক নতুনকৈ ‘শ্ৰীভূমি জিলা’ হিচাপে নামকৰণ কৰা…
Business দিল্লীৰ AQI বিপদজ্জনক মাত্ৰাত উপনীত November 19, 2024 Dipshikha ভয়াৱহ হৈ পৰিছে ৰাজধানী দিল্লীৰ পৰিৱেশ ৷ প্ৰতিদিনাই দিল্লীৰ প্ৰদূষণৰ মাত্ৰা বৃদ্ধি পাবলৈ ধৰিছে ৷ দিল্লীৰ AQI বিপজ্জনক মাত্ৰাত উপনীত হৈছে ৷ৰাজধানী মহানগৰীখনত এতিয়া কেউফালে ধোঁৱাময় পৰিৱেশ ৷ উশাহ ল’বলৈ…
Business বাঘৰ ভয়ত কম্পমান ৰাইজ November 19, 2024 Dipshikha নগা দুস্কৃতিকাৰীৰ সন্ত্ৰাসত নহয়, এইবাৰ বাঘৰ সন্ত্ৰাসত থৰহৰি কম্পমান হৈছে মেৰাপানী সীমান্তৰ এখন গাঁৱৰ ৰাইজ।নাহৰফুটুকীয়ে ভেলৌগুৰি জয়পুৰ গাঁৱত মুক্ত বিচৰণ কৰি গাঁৱখনত সৃষ্টি কৰিছে আতংকৰ।ইতিমধ্যে বাঘটোৱে গাঁৱখনৰ কেইবাটাও পৰিয়ালৰ পোহনীয়া…
Business অসমৰ গৌৰৱ ৰিয়ান পৰাগৰ আজি ওপজা দিন November 10, 2024 Dipshikha অসম গৌৰৱ ৰিয়ান পৰাগৰ আজি জন্মদিন। ১০ নৱেম্বৰ ২০০১ত জন্ম লাভ কৰা ৰিয়ানৰ ঘৰ গুৱাহাটীত । ক্ৰিকেটাৰ ৰিয়ান সোঁহতীয়া বেটচমেন আৰু লেগ স্পীন বলাৰ । আজি ২৩ বছৰ বয়সত ভৰি…
Business প্ৰদূষণৰ গ্ৰাসত পৰিছে নতুন দিল্লী November 8, 2024 Dipshikha ভয়াৱহ প্ৰদূষণৰ কবলত পৰিছে পৰিছে দেশৰ ৰাজধানী নতুন দিল্লী আৰু ৰাজধানীক্ষেত্ৰ। দিল্লীবাসীয়ে দৈনিক ২৬টাকৈ চিগাৰেটৰ সেৱনৰ সমান বায়ু প্ৰদূষণৰ মাজত বসবাস কৰিবলগীয়া হৈছে।বায়ু প্ৰদূষণৰ বাবে ৰাজধানী চহৰখনৰ বাসিন্দাই শ্বাস- প্ৰশ্বাসৰ…
Business চৰকাৰী কৰ্মচাৰীসকলৰ বাবে ভাল খবৰ November 6, 2024 Dipshikha আজিৰ পৰা ৰাজ্যত আৰম্ভ পিতৃ-মাতৃ বন্দনা আঁচনি। এই আঁচনিৰ অধীনত ৰাজ্যিক কৰ্মচাৰীসকলে নৈমিত্তিক ছুটী লাভ কৰিব। পিতৃ- মাতৃ, শহুৰ- শাহুৰ লগত সময় পাৰ কৰিবলৈ চৰকাৰে এই ছুটী প্ৰদান কৰে।সন্দৰ্ভত ছ’চিয়েল…
Business যোগী আদিত্যনাথক হ*ত্যাৰ ভাবুকি November 3, 2024 Dipshikha উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক হত্যা কৰাৰ ভাবুকিৰে যোৱা নিশা মুম্বাই আৰক্ষীৰ যান-বাহন নিয়ন্ত্ৰণ কোষে এক অজ্ঞাত নম্বৰৰ পৰা ফোন কল লাভ কৰিছে। এই ভাবুকি বাৰ্তাত কোৱা হৈছে যে যোগী…
Business মৰিগাঁও জিলা কাৰাগাৰৰ পৰা পলায়ন কৰা কয়দীক পুনৰ আটক November 3, 2024 Dipshikha কিছু দিন পূৰ্বে মৰিগাওঁ জিলা কাৰাগাৰৰ পৰা পলায়ন কৰা এটা কয়দীক পুনৰ কৰায়ত্ত কৰিবলৈ সক্ষম হৈছে আৰক্ষী। আৰক্ষীয়ে পুনৰ গ্ৰেপ্তাৰ কৰা এই পলাতক কয়দীটোৰ নাম জয়নাল ইছলাম।উল্লেখ্য যে, পকছো আইনৰ…
Business ভয়ংকৰ অগ্নিকাণ্ড November 2, 2024 Dipshikha যোৰহাট চহৰৰ ভোগদৈ মছজিদৰ সমীপত শুকুৰবাৰে নিশা সংঘটিত হৈছে বিধ্বংসী অগ্নিকাণ্ড। শুকুৰবাৰে নিশা প্ৰায় ১১ বজাত ভোগদৈ দলঙৰ সমীপত এ টি ৰোডৰ কাষত থকা ব্যৱসায় প্ৰতিষ্ঠানত ভয়ংকৰ অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটে…
Business পুনৰ বাৰ্মিজ চুপাৰীৰ সৰবৰাহৰ চেষ্টা November 2, 2024 Dipshikha পুষ্পা চিনেমাৰ ষ্টাইলত অসমৰ মাজেৰে চন্দন কাঠৰ বিপৰীতে চিমেন্টৰ গাড়ীত সৰবৰাহ হৈছে বাৰ্মিজ চুপাৰি। ম্যানমাৰৰ পৰা আন্তঃৰাজ্যিক সীমা অতিক্ৰম কৰি নাগালেণ্ড হৈ অসমত প্ৰৱেশ বাৰ্মিজ চুপাৰিৰ।শনিবাৰে পুৱাতে মেৰাপানীত চি আৰ…