Business চিনেমা কায়দাৰে অপহৰণ December 6, 2024 Dipshikha ঢকুৱাখনাৰ মাহধোৱাত চাঞ্চল্যকৰ অপহৰণ কাণ্ড। হিন্দী চিনেমাৰ কায়দাৰে অপহৰণ ব্যৱসায়ীক। গ্ৰাহকৰ ৰূপত আহি অপহৰণ কৰিলে ব্যৱসায়ীক।দেৱেন্দ্ৰ কুমাৰ নামৰ এজন ব্যৱসায়ীক অপহৰণ।চাইৰেনযুক্ত এম্বুলেন্স ব’লেৰো বাহনত অহা ৪-৫ জনীয়া দুৰ্বৃত্তই দোকানৰ পৰা…
Business আন এক ভয়ংকৰ গুলীচালনা December 4, 2024 Dipshikha পঞ্জাৱৰ স্বৰ্ণমন্দিৰত ভয়ংকৰ ঘটনা সংঘটিত হৈছে । শিৰোমণি আকালী দলৰ মুৰব্বী সুখবীৰ সিং বাদলক লক্ষ্য কৰি গুলীচালনা কৰাৰ ঘটনা সংঘটিত হোৱাৰ খবৰ লাভ কৰা গৈছে । সূত্ৰ খবৰ অনুসৰি, বুধবাৰে…
Business পুনৰ হ্ৰাস পাইছে সোণৰ মূল্য December 3, 2024 Dipshikha একেৰাহে তৃতীয় দিনলৈ হ্ৰাস পাইছে সোণৰ মূল্য। আজি অৰ্থাৎ ২০২৪ চনৰ ৩ ডিচেম্বৰত প্ৰতি ১০ গ্ৰাম সোণৰ মূল্য ৫০০ টকা কমিছে।৩ ডিচেম্বৰ মঙলবাৰে ২২ কেৰেট আৰু ২৪ কেৰেট সোণৰ মূল্য…
Business ৰাজ্যত হ’ব আলুৰ নাটনি December 2, 2024 Dipshikha শীঘ্ৰেই ৰাজ্যত আলুৰ নাটনিৰ সম্ভাৱনা। স্থানীয় বজাৰত আলুৰ দাম নিয়ন্ত্ৰণৰ বাবে তত্পৰ পশ্চিমবংগ চৰকাৰৰ। পশ্চিমবংগৰ আলু বহিঃৰাজ্যত বিক্ৰী কৰাত নিষেধাজ্ঞা। পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ নিৰ্দেশ। পশ্চিমবংগ চৰকাৰৰ স্থিতিক লৈ অসন্তুষ্ট…
Business আজি কৃষকে কঁপাইছে ৰাজধানী দিল্লী December 2, 2024 Dipshikha হাজাৰ হাজাৰ প্ৰতিবাদী কৃষকে আজি দেশৰ ৰাজধানীত গঢ়ি তুলিব ব্যাপক আন্দোলন। দীৰ্ঘদিনে কৰি অহা কেইবাটাও দাবী পূৰণ নকৰাৰ অভিযোগত আজি দিল্লীৰ সংসদ ভৱন ঘেৰাও কাৰ্যসূচী গ্ৰহণ কৰিছে প্ৰতিবাদী কৃষকসকলে।আজি নয়দাৰ…
Business বন বিভাগৰ জালত ২চোৰাং চিকাৰী November 27, 2024 Dipshikha গোৱালপাৰাৰ লক্ষীপুৰত বন বিভাগৰ জালত ২ চোৰাং চিকাৰী। হাতী চিকাৰৰ সন্দেহত আটক শশধৰ ৰাভা, ছাহজাহান আলীক । আটকাধীন চোৰাং চিকাৰী শশধৰ ৰাভা মেঘালয়ৰ ফকিৰমাৰাৰ। ছাহজাহান আলী হৈছে গোৱালপাৰাৰ জুৰিগাঁৱৰ। যোৱা…
Business নিয়ন্ত্ৰণৰ বাহিৰত ইছলামাবাদৰ পৰিস্থিতি November 26, 2024 Dipshikha পাকিস্তানত ‘শ্বুট এট ছাইট’ অৰ্ডাৰ জাৰি। নিয়ন্ত্ৰণৰ বাহিৰত ইছলামাবাদৰ পৰিস্থিতি। কাৰাবন্দী প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানৰ মুক্তিৰ দাবীত উত্তাল ইছলামাবাদ। আৰক্ষী আৰু ৰেঞ্জাৰৰ ওপৰত আক্ৰমণ প্ৰতিবাদকাৰীৰ। ৰাষ্ট্ৰপতি ভৱন, প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়, সংসদ…
Business দীর্ঘদিনীয়া অপেক্ষাৰ আজি অন্ত পৰিব November 24, 2024 Dipshikha দীৰ্ঘদিনীয়া অপেক্ষাৰ আজি অন্ত পৰিব। কিছু সময়ৰ পিছতে আৰম্ভ হ’ব আই পি এল ২০২৫ৰ মেগা নিলাম। আজি আৰু কাইলৈ চৌদি আৰৱৰ জেদ্দাহ চহৰত এই মেগা নিলাম অনুষ্ঠিত হ’ব।ক্ৰিকেট বিশ্বৰে আটাইতকৈ…
Business অসমৰ ৫সমষ্টিতে বিজেপিৰ জয় November 23, 2024 Dipshikha ইতিমধ্যে প্ৰায় ৫টা সমষ্টিৰে ফলাফল পোহৰলৈ আহিছে। ৫টা সমষ্টিতে জয় হৈছে বিজেপিৰ প্ৰাৰ্থী। মূলতঃ বিজেপি-অগপ মিত্ৰজোঁট আৰু বিৰোধী কংগ্ৰেছৰ মাজতে দেখা গ’ল নিৰ্বাচনী যুঁজ। ধলাইত বিজেপিৰ প্ৰাৰ্থী নীহাৰৰঞ্জন দাসৰ জয়…
Business ছত্তীশগড়ত সংঘৰ্ষ November 22, 2024 Dipshikha ছত্তীশগড়ৰ দক্ষিণ সুকমাত ডি আৰ জি আৰু নক্সালবাদীৰ মাজত সংঘৰ্ষ । পুৱাৰে পৰা অব্যাহত আছে গুলীয়াগুলী ।ছত্তীশগড়ৰ বস্তাৰ বিভাগৰ সুকমা জিলাত সেনা আৰু নক্সালবাদীৰ মাজত এক বৃহৎ সংঘৰ্ষ চলি আছে…