Assam News আকৌ আহিল ফাগুন February 18, 2025 Dipshikha আকৌ আহিল মন উতনুৱা কৰা দুষ্ট ফাগুন।বুকুত হাজাৰ শিহৰণ জগাই আহিল মন-প্ৰাণ চঞ্চল কৰা ফাগুন ৷ মৃতপ্ৰায় অৱস্থাৰ পৰা পুনৰুজ্জীৱিত হোৱাৰ দিশত গতি কৰা লাওখোৱা, বুঢ়াচাপৰি অভয়াৰণ্যত প্ৰকৃতিয়ে মেলি দিছে…
Business প্ৰয়াগৰাজত চলি থকা মহাকুম্ভত সংঘটিত হৈছে আন এক অগ্নিকাণ্ড February 16, 2025 Dipshikha প্ৰয়াগৰাজত চলি থকা মহাকুম্ভত সংঘটিত হৈছে আন এক অগ্নিকাণ্ড। এই অগ্নিকাণ্ড সংঘটিত হয় মহা কুম্ভৰ ১৯ নং ছেক্টৰত কল্পবাসীয়ে খালী কৰা তম্বুত। অগ্নিকাণ্ডই মুহূৰ্ততে বহুকেইটা তম্বু আগুৰি ধৰে। এই ঘটনাত…
Business মেথি গুটিৰ উপকাৰিতা জানেনে February 15, 2025 Dipshikha মেথি গুটিৰ উপকাৰিতাৰ বিষয়ে হয়তো নতুনকৈ কোৱাৰ আপোনালোকক কোনো প্ৰয়োজন নাই কিন্তু আপুনি কেতিয়াবা তিয়াই থোৱা মেথি গুটি খোৱাৰ ফলত কিমান উপকাৰিতা সাধন হ’ব পাৰে জানেনে?হয়, মাত্ৰ ১৫ দিনৰ বাবে…
Business পুনৰ বাংলাদেশীক আটক February 15, 2025 Dipshikha পুনৰ ৫ গৰাকীকৈ ৰোহিংগীয়াকে ধৰি ৫ অনুপ্ৰৱেশকাৰীক আটক কৰি বিতাৰিত কৰিছে অসম আৰক্ষীয়ে । পূৰ্বৰ দৰে এই তথ্যও প্ৰকাশ কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায় ।প্ৰত্যেক দিনে অসম আৰক্ষীয়ে বাংলাদেশীৰ…
Business আজি সমগ্ৰ দেশৰ বাবে ‘ক’লা দিন’ February 14, 2025 Dipshikha আজি ১৪ ফেব্ৰুৱাৰী,২০১৯ চনৰ আজিৰ দিনটোতে পুলৱামা কাণ্ডত শ্বহীদ হৈছিল ৪০জন বীৰ জোৱান। এই আক্ৰমণে বুকু কঁপাই তুলিছিল ভাৰতবাসীৰ।সমগ্ৰ বিশ্বই আজি অর্থাৎ ১৪ ফেব্ৰুৱাৰীত প্ৰেমৰ দিৱস ভেলেণ্টাইন ডে উদযাপন কৰে…
Business তিলৰ লাৰুৰ বিষয়ে আপুনি জানেনে February 14, 2025 Dipshikha তিলৰ লাৰু স্বাস্থ্যৰ বাবে কিমান উপকাৰী হ’ব পাৰে আপুনি জানেনে ? যদি নাজানে তেন্তে এই প্ৰতিবেদনৰ জৰিয়তে জানো আহক।তিলক ভাৰতীয় খাদ্যত বিভিন্ন ধৰণে ব্যৱহাৰ কৰা হয় ৷ বিশেষকৈ শীতকালত মানুহে…
Business পুনৰ পানীৰ অভাৱ হ’ব মহানগৰবাসীৰ February 12, 2025 Dipshikha পুনৰ তীব্ৰ জল সংকটত ভুগিব লাগিব গুৱাহাটী মহানগৰবাসীয়ে । মহানগৰখনত খোৱাপানীৰ এই তীব্র নাটনিৰ সময়ছোৱাত ১২ দিন পানী যোগান বন্ধ কৰি পাইপৰ ঢাকনিকে ধৰি অন্য বিজুতি চোৱা-চিতাৰ বাবে এই ব্যৱস্থা…
Business আপোনাৰ বাৰু দৈ প্রিয় নেকি? February 12, 2025 Dipshikha আপোনাৰ বাৰু দৈ প্রিয় নেকি?যদি দৈ খায় ভাল পায় তেন্তে প্ৰতিবেদনটো সম্পূৰ্ণকৈ পঢ়িব।বহুতে কয় যে দৈ শীতকালত খাব নালাগে, কিন্তু এয়া বাৰু কিমান দূৰ সঁচা!এই কথা আজি এই প্ৰতিবেদনৰ জৰিয়তে…
Business এক ভয়ংকৰ পথ দু*ৰ্ঘটনা,প্ৰা*ণ হেৰুৱালে বহুজনে February 11, 2025 Dipshikha এক ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে প্ৰায় ৫৫ জনলোকে। জানিব পৰা মতে এখন যাত্ৰীবাহী বাছে কেইবাখনো বাহনত খুন্দা মাৰি পৰি যায় দ’ খাৱৈত। যাৰ ফলত এই ঘটনা সংঘটিত হয়।বৰ্তমানেও অঞ্চলটোত…
Business আপোনাৰ ছালখন উজ্জ্বল আৰু ধুনীয়া হোৱাটো বিচাৰে নেকি February 11, 2025 Dipshikha সকলোৱে উজ্বল আৰু ধুনীয়া ছাল বিচাৰে নহয়নে? ইয়াৰ বাবে আপুনি হয়তো বহুটো বিউটি প্ৰডাক্টছ ব্যৱহাৰ কৰে।আপোনাক জনাওঁ যে আপুনি ঘৰুৱা উপায় অৱলম্বন কৰিও আপোনাৰ ছালখন ধুনীয়া কৰি ৰাখিব পাৰে।যদি আপুনি…