Author: Dipshikha

উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে মনোনয়ন দাখিল এন ডি এৰ প্ৰাৰ্থী চি পি ৰাধাকৃষ্ণণৰ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, গৃহমন্ত্ৰী অমিত শ্বাহকে ধৰি অন্যান্য জ্যেষ্ঠ নেতাৰ উপস্থিতিত এন ডি এৰ প্ৰাৰ্থী চি পি ৰাধাকৃষ্ণণে বুধবাৰে উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰে…

উৎকোচ লোৱাৰ অপৰাধত হাতে-লোটে ধৰা পৰিল শিক্ষা বিষয়া

এইবাৰ উৎকোচ লোৱাৰ অপৰাধত হাতে-লোটে ধৰা পৰিল শিক্ষা বিষয়া। পেঞ্চনৰ কামৰ বাবে উৎকোচ বিচাৰিছিল নগাঁও জিলাৰ লাওখোৱা ব্লকৰ প্ৰাথমিক শিক্ষা বিষয়া মেহবুব আহমেদ লস্কৰে। দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ দলে…

৯ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব দেশৰ উপ-ৰাষ্ট্ৰপতি নিৰ্বাচন

অহা ৯ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব দেশৰ উপ-ৰাষ্ট্ৰপতি নিৰ্বাচন। ইতিমধ্যে শাসকীয় এন ডি এই প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে চি পি ৰাধাকৃষ্ণনক। কিন্তু বিৰোধী পক্ষই কাক প্ৰক্ষেপ কৰিব, তাক লৈ সৃষ্টি হৈছিল…

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশৰ পাছতে GMCHৰ ১১ জন ট্ৰলী পুলাৰক গ্ৰেপ্তাৰ

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশৰ পাছতে GMCHৰ ১১ জন ট্ৰলী পুলাৰক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। জানিব পৰা মতে পূৰ্বৰ এজাহাৰৰ ভিত্তিত এই লোক কেইজনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে । আজি তেওঁলোক আটাইকে…

বহু গুণৰে সমৃদ্ধ সকলোৰে প্ৰিয় আলু

আলু অবিহনে হয়তো প্ৰতিটো পাকঘৰেই খালী আৰু প্ৰতিটো ব্যঞ্জনেই আধৰুৱা। আলু ভিটামিন, খনিজ পদাৰ্থ, আইৰণ, ফছফৰাছ আদিৰে সমৃদ্ধ। জুতি লগা খাদ্য ৰন্ধাৰ উপৰিও আলু ব্যৱহাৰ কৰি আমি ছাল, চুলিৰ চিকিৎসা…

এক অনাকাংক্ষিত ঘটনা

এক অনাকাংক্ষিত ঘটনা। জি এম চি এইচত বিচনাৰ পৰা পৰি মৃত্যু হয় এটি নৱজাতকৰ। এই ঘটনাই চিকিৎসা মহাবিদ্য়ালয়খনত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। শিশুটি NICU ত ভৰ্তি হৈ আছিল।জানিব পৰা মতে,…

এক ভয়ংকৰ পথ দুৰ্ঘটনা

এক ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে এগৰাকী মহিলা আৰক্ষী বিষয়াই। জানিব পৰা মতে, এটা কুকুৰক বচাবলৈ গৈ প্ৰাণ হেৰুৱাই ৰিছা শৰ্মা নামৰ মহিলা আৰক্ষী উপ-পৰিদৰ্শকগৰাকীয়ে। উপ-পৰিদৰ্শকগৰাকীয়ে কৰ্তব্য শেষ কৰি ঘৰলৈ…

নক্সালবাদৰ বিৰুদ্ধে তীব্ৰ অভিযান চলাইছে নিৰাপত্তা বাহিনীয়ে

নক্সালবাদৰ বিৰুদ্ধে তীব্ৰ অভিযান চলাইছে নিৰাপত্তা বাহিনীয়ে। বিশেষকৈ ছত্তীশগড়ত নিৰাপত্তা বাহিনীয়ে শেহতীয়া কিছুদিনত নক্সালবাদৰ বিৰুদ্ধে জোৰদান অভিযান চলাই ব্যাপক সফলতা লাভ কৰিছে। ইতিমধ্যে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আগন্তুক বৰ্ষৰ মাৰ্চ…

আজিৰে পৰা দ্বিতীয় পৰ্যায়ৰ উচ্ছেদ

উৰিয়ামঘাটৰ ৰেংমা বনাঞ্চলত আজিৰে পৰা দ্বিতীয় পৰ্যায়ৰ উচ্ছেদ । আজি উচ্ছেদ চলিব ৰেংমা সংৰক্ষিত বনাঞ্চলৰ কৃষ্ণপুৰ আৰু হালধীবাৰীত ।আজি ৰেংমা সংৰক্ষিত বনাঞ্চলৰ ৰাণানগৰ, হাটিডুবি, দুৰ্গাপুৰ, মধুপুৰ আৰু হালধিবাৰী গাঁৱত চলিব…

আজিৰে পৰা আৰম্ভ হৈছে পৱিত্ৰ ভাদমাহ

আজিৰে পৰা আৰম্ভ হৈছে পৱিত্ৰ ভাদমাহ । সেয়েহে ৰাজ্যৰ প্ৰতিটো নামঘৰতেই সকলোৰে মাজত আৰম্ভ হৈছে ভীষণ ব্য়স্ততা । ভাদমাহ বুলিলেই শংকৰী দৰ্শন আৰু আধ্যাত্মিকতাৰ প্ৰতীক নামঘৰসমূহ নাম-প্ৰসংগৰে মুখৰিত হৈ পৰে…