Author: Dipshikha

মণিপুৰত গুলীবিদ্ধ অসমৰ সাংবাদিক

মণিপুৰত গুলীবিদ্ধ অসমৰ সাংবাদিক। মণিপুৰৰ সেনাপতি জিলাৰ লাইগাঁৱত দুৰ্বৃত্তই গুলীচালনা কৰে সাংবাদিক দীপ শইকীয়াক। আঘাতপ্ৰাপ্ত সাংবাদিকজনক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।শনিবাৰে সংঘটিত হয় এই ঘটনা। মণিপুৰৰ সেনাপতি জিলাৰ লাইগাঁৱত Flower…

বৈষ্ণো দেৱী মন্দিৰলৈ যোৱা পথত হোৱা ভূমিস্খলনত নিহত হয় একেটা পৰিয়ালৰে ৬গৰাকী লোক

বৈষ্ণো দেৱী মন্দিৰলৈ যোৱা পথত হোৱা ভূমিস্খলনত নিহত হয় একেটা পৰিয়ালৰে ৬গৰাকী লোক । এই যাত্ৰাত প্ৰশাসনৰ গুৰুত্বহীনতাৰ বাবে সাধাৰণ জনতাই প্ৰাণ হেৰুওৱাৰ অভিযোগ ।বুৰাড়ীৰ এটা পৰিয়ালৰ ৬ গৰাকী লোকৰ…

বিএছএফ আৰু নাৰ্কোটিকছ কন্ট্র’ল ব্যুৰ’ৰ যুটীয়া অভিযানত সফলতা

বিএছএফ আৰু নাৰ্কোটিকছ কন্ট্র’ল ব্যুৰ’ৰ যুটীয়া অভিযানত এই সফলতা। অভিযানত ৯.৬ লাখ নিচাজাতীয় টেবলেট জব্দ।বিএছএফ আৰু নাৰ্কোটিকছ কন্ট্র’ল ব্যুৰ’ৰ যুটীয়া অভিযানত এই সফলতা। অভিযানত ৯.৬ লাখ নিচাজাতীয় টেবলেট জব্দ।বিএছএফ আৰু…

দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে তাৰকা শ্বাটলাৰদ্বয় সাত্ৱিক ছাইৰাজ ৰেংকিৰেডী আৰু চিৰাগ শ্বেট্টীয়ে

ভাৰতীয় ক্ৰীড়ানুগাৰীক পুনৰ এবাৰ আনন্দৰ সুযোগ দি দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে তাৰকা শ্বাটলাৰদ্বয় সাত্ৱিক ছাইৰাজ ৰেংকিৰেডী আৰু চিৰাগ শ্বেট্টীয়ে। বেডমিণ্টন বিশ্বৰ অন্যতম চৰ্চিত এই ভাৰতীয় যুটিয়ে পেৰিছত চলি থকা বিশ্ব…

৩৩ জনকৈ বাংলাদেশী অনুপ্ৰৱেশকাৰীক পুচ বেক কৰিছে অসম আৰক্ষীয়ে

৩৩ জনকৈ বাংলাদেশী অনুপ্ৰৱেশকাৰীক পুচ বেক কৰিছে অসম আৰক্ষীয়ে। এই তথ্য প্ৰকাশ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।এক্স হেণ্ডেলৰ জৰিয়তে এই তথ্য শ্বেয়াৰ কৰাৰ লগতে মুখ্যমন্ত্ৰীয়ে সকীয়াই দিয়ে যে,”সাৱধান !…

অসমীয়াই স্বচক্ষে দেখা পাব বৃন্দাবনী বস্ত্ৰ

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তত্ত্বাৱধানত অসমীয়া শিপিনিয়ে বৈ উলিওৱা এখন দীঘলীয়া বস্ত্ৰ। বস্ত্ৰখনত বৃন্দাবনত কৰা শ্ৰীকৃষ্ণৰ বাল্যকালৰ লীলাসমূহৰ চিত্ৰসহ বৰ্ণনা কৰা আছে। এই বস্ত্ৰখনৰ কিছু অংশ এতিয়া ইউৰোপ, লণ্ডনৰ ভিক্টোৰিয়া আৰু…

ৰামবানত ভয়ংকৰ ডাৱৰ বিস্ফোৰণ

বৈষ্ণোদেৱী মন্দিৰৰ পিছত এইবাৰ সমীপৱৰ্তী ৰামবানত ভয়ংকৰ ডাৱৰ বিস্ফোৰণ । ইফালে ৰিয়াছিৰ ভূমিস্খলনতো নিহত কেবাজনো লোক ৷ আৰম্ভ উদ্ধাৰ অভিযান ।ডাৱৰ বিস্ফোৰণ, বৰষুণ, ভূমিস্খলনে বিভিন্ন অঞ্চলত অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি কৰিছে…

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি ৰাজভৱনৰ নৱনিৰ্মাণিত ব্ৰহ্মপুত্ৰ উইং উদ্বোধন কৰে

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি ৰাজভৱনৰ নৱনিৰ্মাণিত ব্ৰহ্মপুত্ৰ উইং উদ্বোধন কৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে ৰাজ্যৰ ৰাজ্যপাল লক্ষ্মণ আচাৰ্য এই অনুষ্ঠানত থাকে।দুদিনীয়া ভ্ৰমণসূচীৰে অসমত উপস্থিত হোৱা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত…

জম্মু-কাশ্মীৰৰ সীমান্তত নিৰাপত্তা বাহিনীৰ বৃহৎ সফলতা

জম্মু-কাশ্মীৰৰ সীমান্তৰ গুৰেজ ছেক্টৰত সেনা আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘটিত হয় গুলীচালনা। নিয়ন্ত্ৰণ ৰেখাৰ ওচৰত দেখা গৈছিল এই ২ সন্ত্ৰাসবাদীক, তেওঁলোকে ভাৰতত অনুপ্ৰৱেশ কৰিবলৈ চেষ্টা কৰিছিল। তাৰ পিছতে সন্ত্ৰাসবাদীয়ে জোৱানৰ ওপৰত…

অসুস্থ ড’নাল্ড ট্ৰাম্প

অসুস্থ ড’নাল্ড ট্ৰাম্প। ট্ৰাম্পৰ অসুস্থতাৰ সুযোগ গ্ৰহণ কৰি ৰাষ্ট্ৰপতিৰ দায়িত্ব ল’বলৈ সাজু হৈছে জে ডি ভ্যান্স। খবৰ অনুসৰি আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকী সম্পূৰ্ণ সুস্থ নহয়।যোৱা কিছু দিন ধৰি এনে বাতৰি সঘনে প্ৰকাশ…