Author: Dipshikha

৭ছেপ্টেম্বৰত চন্দ্ৰ হৈ পৰিব ৰঙা!কি কি কৰিব নালাগে এই গ্ৰহণৰ সময়ত

হিন্দু ধৰ্মত চন্দ্ৰগ্ৰহণৰ বিশেষ মহত্ব আছে। বছৰৰ শেষৰটো চন্দ্ৰগ্ৰণ ৭ ছেপ্টেম্বৰত হ’ব। এইবাৰ ভাৰতৰ পৰা দৃশ্যমান হ’ব এই গ্ৰহণ। এই সময়ত চন্দ্ৰক ৰঙা দেখা যাব।ভাৰতত অতি স্পষ্টকৈ এই চন্দ্ৰগ্ৰহণ দেখা…

মৰাণসকলক জনজাতিকৰণৰ দাবীত ধাৰাবাহিক প্ৰতিবাদ অব্যাহত আছে

মৰাণসকলক জনজাতিকৰণৰ দাবীত ধাৰাবাহিক প্ৰতিবাদ অব্যাহত আছে । জনজাতিকৰণ আৰু ষষ্ঠ অনুসূচীভুক্ত স্বায়ত্তশাসন প্ৰদানৰ দাবীৰে পুনৰ এক বিশাল জোঁৰ সমদল কাৰ্যসূচী ৰূপায়ণ কৰে সদৌ অসম মৰাণ ছাত্ৰ সন্থাই ।ছাত্ৰ সন্থাৰ…

পুনৰ প্ৰদেশ কংগ্ৰেছত অন্তৰ্কন্দল

পুনৰ প্ৰদেশ কংগ্ৰেছত অন্তৰ্কন্দল। আজি গুৱাহাটীৰ ৰাজীৱ ভৱনত অনুষ্ঠিত হয় উত্তপ্ত পৰিস্থিতিৰ। জানিব পৰা মতে, কমলপুৰ সমষ্টিৰ একাংশ কংগ্ৰেছ কৰ্মীয়ে ৰাজীৱ ভৱন ভিৰ কৰাৰ পাছতেই এই পৰিস্থিতিৰ সৃষ্টি হয়।২০২৬ চনত…

১০০০ তকৈ অধিক উইকেট দখল কৰা এজন খেলুৱৈ গ্ৰহণ কৰিলে অৱসৰ

১০০০ তকৈ অধিক উইকেট দখল কৰা এজন খেলুৱৈ গ্ৰহণ কৰিলে অৱসৰ। সামাজিক মাধ্যম যোগে তেওঁ এই কথা ঘোষণা কৰে। তেওঁ ঘৰুৱাৰ লগতে আন্তৰাষ্ট্ৰীয় মেচো খেলিছিল।নিজৰ স্পিনেৰে ডাঙৰ ডাঙৰ বেটছমেনকো চিন্তাত…

নাগৰিকত্ব সংশোধনী আইন(কা)ৰ অধীনত আবেদনৰ সময়সীমা বৃদ্ধিৰ লগে লগে জাঙুৰ খাই উঠিছে অসমৰ দল- সংগঠন

নাগৰিকত্ব সংশোধনী আইন(কা)ৰ অধীনত আবেদনৰ সময়সীমা বৃদ্ধিৰ লগে লগে জাঙুৰ খাই উঠিছে অসমৰ দল- সংগঠনসমূহ। এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সমীৰন ফুকনে। তেওঁ কয়,…

এক্স হেণ্ডেলত দিয়া এটা পোষ্টেে অসমত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে

বিজেপিৰ এজন জ্যেষ্ঠ কেবিনেট মন্ত্ৰী তথা দলটোৰ প্ৰাক্তন সভাপতিয়ে এক্স হেণ্ডেলত দিয়া এটা পোষ্টেে অসমত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। ৰাজ্যখনৰ বিজেপিৰ নেতা আৰু সমৰ্থকে সহজভাৱে ল’ব পৰা নাই দলটোৰ জ্যেষ্ঠ।উল্লেখযোগ্য…

আফগানিস্তানৰ জনসাধাৰণৰ সহায়ৰ বাবে ২১ টন সাহায্য সামগ্ৰী প্ৰেৰণ কৰিছে ভাৰতে

দেওবাৰে নিশা আফগানিস্তানত হোৱা ভূমিকম্পত ১৪০০ৰো অধিক লোকে প্ৰাণ হেৰুৱাইছে। ইয়াৰ মাজতে আফগানিস্তানৰ জনসাধাৰণৰ সহায়ৰ বাবে ২১ টন সাহায্য সামগ্ৰী প্ৰেৰণ কৰিছে ভাৰতে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে কয় যে…

আৰক্ষীৰ অভিযানত পিষ্টলসহ আটক কৰা হৈছে পিতা-পুত্ৰক

ধুবুৰীৰ গোলকগঞ্জত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। আৰক্ষীৰ অভিযানত পিষ্টলসহ আটক কৰা হৈছে পিতা-পুত্ৰক। হালাকুৰাৰ সোণাখুলি প্ৰথম খণ্ড গাঁৱত চলিছিল অভিযান। পুৱতিনিশা হামিদ আলী ওৰফে ধুল্লাৰ ঘৰত অভিযান চলাইছিল গোলকগঞ্জ…

আজি অভিৰুচি ক্ৰীড়া দিৱস

আজি অভিৰুচি ক্ৰীড়া দিৱস। অৰ্জুন বঁটা বিজয়ী ভোগেশ্বৰ বৰুৱাৰ জন্মদিনৰ উপলক্ষে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে পালন কৰা হৈছে অভিৰুচি ক্ৰীড়া দিৱস।১৯৮৪ চনত প্ৰথমবাৰৰ বাবে ৰাজ্যত পালন কৰা হৈছিল অভিৰুচি ক্ৰীড়া দিৱস।…

হিমাচল প্ৰদেশত ভয়ংকৰ ভূমিস্খলন

উত্তৰাখণ্ডৰ পিছত এইবাৰ হিমাচল প্ৰদেশত ভয়ংকৰ ভূমিস্খলন । মঙলবাৰে ৰাজ্যখনৰ মাণ্ডি জিলাৰ সুন্দৰনগৰ মহকুমাৰ জংগম বাগত হোৱা ভূমিস্খলনৰ ফলত ৩ বছৰীয়া শিশুসহ প্ৰায় ৬ গৰাকী লোকৰ মৃত্যু হোৱাৰ বিপৰীতে আন…