Author: Dipshikha

দেৱালীৰ পাছতে বিষাক্ত হৈ পৰিছে দিল্লীৰ বায়ু

দেৱালীৰ পাছতে বিষাক্ত হৈ পৰিছে দিল্লীৰ বায়ু। শেহতীয়াকৈ দিল্লীৰ AQI বিপদজনক শ্ৰেণীত অন্তৰ্ভুক্ত হৈছে। বহু ঠাইত এ কিউ আই ৯০০ পাৰ কৰিছে। যি এতিয়া দিল্লীবাসীৰ বাবে চিন্তাৰ বিষয় হৈ পৰিছে।সোমবাৰে…

বন্ধ হৈ থকা পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্য পৰ্যটকৰ বাবে মুকলি কৰা হ’ব

বাৰিষাৰ বাবে বন্ধ হৈ থকা পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্য পৰ্যটকৰ বাবে মুকলি কৰা হ’ব। অহা ২৩ অক্টোবৰ বৃহস্পতিবাৰে অভয়াৰণ্যখন পৰ্যটকৰ বাবে মুকলি কৰা হ’ব বুলি জানিবলৈ দিছে এজন বিষয়াই।শীতকাল আৰম্ভ হোৱাৰ…

এফালৰ পৰা ভাঙি নিছে ট্ৰাম্পৰ চৰকাৰী বাসগৃহ

বুলড’জাৰৰ শব্দ এতিয়া প্ৰতিধ্বনিত হৈছে হোৱাইট হাউচত। হোৱাইট হাউছৰ ইষ্ট উইঙত বুলডজাৰ আৰু ক্ৰেনে এফালৰ পৰা ভাঙি নিছে ট্ৰাম্পৰ চৰকাৰী বাসগৃহ। অৱশ্যে এই বুলড’জাৰ চলোৱাৰ সিদ্ধান্ত ট্ৰাম্পে নিজেই।ইয়াৰ আঁৰৰ উদ্দেশ্য…

খালী পেটত হালধি আৰু আমলখিৰ পানী খালে কি হয়?

আয়ুৰ্বেদত হালধি আৰু আমলখি দুয়োটাকে ঔষধি বুলি গণ্য কৰা হয়। পুৱা খালী পেটত কুহুমীয়া পানীৰ সৈতে খালে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায়, হজম শক্তি বৃদ্ধি পায়, ছাল আৰু চুলিৰো উপকাৰ…

আজি পোহৰৰ উৎসৱ দীপাৱলী

আজি পোহৰৰ উৎসৱ দীপাৱলী। শাৰদী ৰাণীৰ আঁচলত ধৰি ধৰালৈ নামি আহিছে দীপান্বিতা উৎসৱ। একেদৰে আজিৰ এই দিনটোতেই পালন কৰা হ’ব কালী পূজা। ৰাজ্যৰ ভিন্ন প্ৰান্তত ইতিমধ্যে কালী পূজা আৰু দীপাৱলীক…

দীপাৱলী উপলক্ষে গোৱাত উপস্থিত হৈছে প্ৰধানমন্ত্ৰী মোদী

দীপাৱলী উপলক্ষে গোৱাত উপস্থিত হৈছে প্ৰধানমন্ত্ৰী মোদী। নৌসেনাৰ জোৱানৰ সৈতে এই উৎসৱ উদযাপন কৰে প্ৰধানমন্ত্ৰী। INS বিক্ৰান্তত জোৱানসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰী মোদীয়ে পাকিস্তানলৈ বাৰ্তা প্ৰেৰণ কৰে। তেওঁ কয়, “আমাৰ তিনি…

বিমান দুৰ্ঘটনা। ৰাণৱেৰ পৰা পিছলি সাগৰত পৰিল এখন বিমান

আন এক ভয়ংকৰ বিমান দুৰ্ঘটনা। ৰাণৱেৰ পৰা পিছলি সাগৰত পৰিল এখন বিমান। সোমবাৰে পুৱতি নিশা হংকং আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত অৱতৰণ কৰাৰ সময়ত সংঘটিত হয় এই দুৰ্ঘটনা। জানিব পৰা মতে ডুবাইৰ পৰা…

জুবিন গাৰ্গ বিহীন এটা মাহ

জুবিন গাৰ্গ বিহীন এটা মাহ। অসমৰ প্ৰাণৰ শিল্পী গৰাকী নোহোৱা হোৱা এই ৩০দিন অনুৰাগী সকলে কেনেকৈ পাৰ কৰিছে, তাক বহলাই কোৱাৰ প্ৰয়োজন নাই। ৰাজ্যৰ ভিন্ন প্ৰান্তত আজি আয়োজন কৰা হৈছে…

আত্মঘাতী আক্রমণত ৭ জন পাকিস্তানী জোৱান নিহত

পাকিস্তানে যুদ্ধবিৰতি ভংগ কৰি সীমান্তৰ পাক্তিকা প্রদেশত যোৱা নিশা চলোৱা বিমান আক্রমণত কমেও ১০ জন লোকৰ মৃত্যু হোৱাৰ লগতে ভালেসংখ্যক লোক আহত হয়।আফগান সীমান্তৰ সমীপত সন্ত্রাসবাদীয়ে কৰা আত্মঘাতী আক্রমণত ৭…

বিশ্ৱ অভিলেখ গঢ়ি আজি মাতৃভূমিত উপস্থিত হৈছে অসম কন্যা দিদৃক্ষা সোণোৱাল

বিশ্ৱ অভিলেখ গঢ়ি আজি মাতৃভূমিত উপস্থিত হৈছে অসম কন্যা দিদৃক্ষা সোণোৱাল। বিমান বন্দৰত গায়ন-বায়নৰ লগতে জুবিন গাৰ্গৰ মায়াবিনী গীতেৰে দিদৃক্ষাক আদৰণি জনাই সকলোৱে।বিভিন্ন দল-সংগঠন, আত্মীয়ৰ লগতে শুভাকাংক্ষীয়ে জনোৱা উষ্ম আদৰণিত…