Author: Dipshikha

বীৰ লাচিত সেনাৰ বিৰুদ্ধে উঠিছে এক বৃহৎ অপৰাধৰ অভিযোগ

বীৰ লাচিত সেনাৰ বিৰুদ্ধে উঠিছে এক বৃহৎ অপৰাধৰ অভিযোগ। সংগঠনটোৰ সদস্যৰ বিৰুদ্ধে অপহৰণৰ চেষ্টাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। এই গোচৰত আৰক্ষীয়ে ৮ গৰাকী লোকক গ্ৰেপ্তাৰ কৰিছে। এই সন্দৰ্ভত লাভ কৰা…

অসমত বহুবিবাহ নিষিদ্ধকৰণৰ বাবে নৱেম্বৰত বিধেয়ক আনিব বিধানসভাত

অসমত বহুবিবাহ নিষিদ্ধকৰণৰ বাবে নৱেম্বৰত বিধেয়ক আনিব বিধানসভাত । ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ।বহুবিবাহ কৰালেই হ’ব ৭ বছৰ জে’ল । অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে ঘোষণা কৰিছে যে…

এইবাৰ অসমত হ’ব SIR প্ৰক্ৰিয়া!

দেশৰ শেষৰটো SIR প্ৰক্ৰিয়া ২০০২ চনত আৰম্ভ কৰা হৈছিল, আৰু ২০০৪ চনকে ধৰি বিভিন্ন সময়ত বিভিন্ন ৰাজ্যত ইয়াক সম্পূৰ্ণ কৰা হৈছিল। এতিয়া এই প্ৰক্ৰিয়াটো পুনৰ আৰম্ভ কৰিবলৈ লোৱাৰ সময়ত নিৰ্বাচন…

অভিনেতা ছলমান খানৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তান

অভিনেতা ছলমান খানৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তান। শেহতীয়াকৈ বেলুচিস্তান সন্দৰ্ভত অভিনেতাগৰাকীয়ে কৰা মন্তব্যৰ পাছতে এতিয়া পাকিস্তানে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। সন্ত্ৰাসবাদী আখ্যা দিছে ছলমানক।জানিব পৰা মতে, কিছুদিন পূৰ্বে…

মহানগৰীত যান-বাহন চলাচলকলৈ বিশেষ নিৰ্দেশনা জাৰি

ষট পূজাৰ উপলক্ষে গুৱাহাটী মহানগৰীত যান-বাহন চলাচলকলৈ বিশেষ নিৰ্দেশনা জাৰি কৰিছে যান-বাহন আৰক্ষীয়ে। ২৭ আৰু ২৮ অক্টোবৰৰ বাবে এই নিৰ্দেশনা জাৰি কৰিছে গুৱাহাটী প্ৰশাসনে।আৰক্ষী উপায়ুক্ত (যান-বাহন) কার্যালয়ে প্ৰকাশ কৰা এক…

পঁইতা ভাতৰ অসাধাৰণ স্বাস্থ্য উপকাৰিতা

আমাৰ সমাজত অতীতৰ পৰা প্ৰচলিত এবিধ খাদ্যহৈছে পঁইতা ভাত। বহুতৰে প্ৰিয় এই পঁইতা ভাত। আগদিনা ৰাতি ৰন্ধা আলুৱা বা উখোৱা চাউলৰ ভাত পানী দি তিয়াই থৈ পুৱা পঁইতা ভাত বহুলোকেই…

ছত্তীশগড়ৰ ধামটাৰীত অনুষ্ঠিত হয় পৰম্পৰাগত দেৱ মড়ই উৎসৱ

ছত্তীশগড়ৰ ধামটাৰীত অনুষ্ঠিত হয় পৰম্পৰাগত দেৱ মড়ই উৎসৱ। আশে-পাশে থকা ৫২ খন গাঁৱৰ দেৱ-দেৱী এই মেলাত অংশগ্ৰহণ কৰে। মেলাৰ সময়ত সহস্ৰাধিক মহিলাই দেৱী অংগাৰমোতী মাতাৰ মন্দিৰত সন্তান প্ৰাপ্তিৰ বাবে আশীৰ্বাদ…

শীঘ্ৰে ছবিগৃহলৈ আহিব জুবিন গাৰ্গৰ অন্তিম ছবি ৰৈ ৰৈ বিনালে

শীঘ্ৰে ছবিগৃহলৈ আহিব জুবিন গাৰ্গৰ অন্তিম ছবি ৰৈ ৰৈ বিনালে। কিন্তু মু্ক্তিৰ পূৰ্বে বহুকেইটা অভিলেখ গঢ়িবলৈ সাজু হৈছে জুবিন গাৰ্গৰ অন্তিম ছবিখনে।ছবিখনৰ ট্ৰেইলাৰ মুকলি হোৱাৰে দিনাৰ পৰাই পুনৰ কান্দিছে অসমবাসীয়ে।…

আগন্তুক ৰাস মহোৎসৱৰ আগে আগে আপুনি লাভ কৰিব পাৰে প্ৰধানমন্ত্ৰীৰ উপহাৰ

আগন্তুক ৰাস মহোৎসৱৰ আগে আগে আপুনি লাভ কৰিব পাৰে প্ৰধানমন্ত্ৰীৰ উপহাৰ। ৰাসৰ প্ৰাকক্ষণত হয়তো আপোনাৰ একাউণ্টত সোমাব পাৰে উপহাৰৰ ধন।হয়তো ৰাসৰ আগে আগে মুকলি কৰি দিয়া হ’ব পাৰে প্ৰধানমন্ত্ৰী কিষাণ…

আফগানিস্তানে পাকিস্তানলৈ বৈ যোৱা পানী বন্ধ কৰাৰ প্ৰস্তুতি আৰম্ভ কৰিছে

পাকিস্তানৰ বাবে মূৰৰ বিষ হৈ পৰা আফগানিস্তানে পাকিস্তানলৈ বৈ যোৱা পানী বন্ধ কৰাৰ প্ৰস্তুতি আৰম্ভ কৰিছে। পাকিস্তানলৈ পানীৰ সোঁত নিয়ন্ত্ৰণ কৰিবলৈ কুনাৰ নদীত অতি সোনকালে মথাউৰি নিৰ্মাণৰ নিৰ্দেশ দিছে তালিবানৰ…