Business বহুবিবাহ কৰিলেই সন্মুখীন হ’ব লাগিব কঠোৰ শাস্তিৰ November 12, 2025 Dipshikha ৰাজ্য চৰকাৰে বহুবিবাহ সম্পূৰ্ণ নিষিদ্ধ কৰি তোলাৰ লক্ষ্যৰে নতুন বিধেয়ক গৃহীত কৰিছে। অৰ্থাৎ এতিয়া ৰাজ্যত বহুবিবাহ কৰিলেই সন্মুখীন হ’ব লাগিব কঠোৰ শাস্তিৰ। কেবিনেট বৈঠকৰ পিছতে সংবাদ মেল সম্বোধন কৰি এই…
Business দিল্লীৰ বোমা বিস্ফোৰণ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত আছে November 11, 2025 Dipshikha দিল্লীৰ বোমা বিস্ফোৰণ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত আছে। ফৰিদাবাদৰ পৰা গ্ৰেপ্তাৰ হোৱা ডাঃ শ্বাহিনা শ্বাহিদক লৈ ডাঙৰ তথ্য পোহৰলৈ আহিছে। কোৱা হৈছে, তেওঁ জইছ-ই-মহম্মদৰ মহিলা শাখা জামাত-উল-মমিনাটৰ ভাৰতীয় কমাণ্ডাৰ আছিল।পাকিস্তানৰ…
Business সকলোতে সিঁচৰতি কেৱল মানৱ শৰীৰৰ অংগ November 11, 2025 Dipshikha আজি সমগ্ৰ দেশত চাঞ্চল্যকৰ পৰিৱেশ। সোমবাৰে সন্ধিয়া ৰাজধানী দিল্লীত সংঘটিত বিস্ফোৰণৰ ঘটনাই দেশত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে। এই ঘটনাত এতিয়ালৈকে ৯ জন লোকৰ মৃত্যু হৈছে। আনহাতে প্ৰায় ২৮ লোক চিকিৎসাধীন…
Business আইচিচিয়ে ল’লে সিদ্ধান্ত November 11, 2025 Dipshikha ছেমি ফাইনেলৰ বাবে ভাৰতৰ দুটা স্থানৰ বিপৰীতে শ্ৰীলংকাত এটা স্থান নিৰ্ধাৰণ কৰা হৈছে। লক্ষণীয়ভাৱে ছেমিৰ বাবে নিৰ্ধাৰিত স্থানৰ তালিকাত নাই মুম্বাই আৰু দিল্লী। ছেমিৰ বাবে এইদৰে তিনিটা স্থান নিৰ্ধাৰণৰ আঁৰতো…
Business এই জলকীয়া আপোনাৰ স্বাস্থ্যৰ বাবেও কিমান উপকাৰী? November 11, 2025 Dipshikha অসমৰ ভোট জলকীয়াই নিজৰ সোৱাদৰ বাবে সমগ্ৰ বিশ্বতে বিশেষ স্থান লাভ কৰিছে, কিন্তু আপুনি জানেনে যে সোৱাদৰ লগতে এই জলকীয়া আপোনাৰ স্বাস্থ্যৰ বাবেও কিমান উপকাৰী-ভোট জলকীয়া স্বাস্থ্যৰ বাবে বহু উপকাৰী,…
Business বেলৰ পাতৰ উপকাৰিতা November 8, 2025 Dipshikha আয়ুৰ্বেদত বেলপাতক ঔষধি গুণেৰে সমৃদ্ধ বুলি কোৱা হয়। কেৱল ধৰ্মীয়ভাৱে ভগৱান শিৱৰ ওচৰত অৰ্পণ কৰাই নহয়, ইয়াত থকা ঔষধি গুণ শৰীৰৰ বাবে অলৌকিক হিচাপে পৰিচিত। খালী পেটত বিশেষকৈ ৰাতিপুৱা বেলপাত…
Business নগাঁও জিলাৰ মৰিকলঙত সংঘটিত হৈছে এক ভয়ংকৰ ডকাইটিৰ ঘটনা November 8, 2025 Dipshikha নগাঁও জিলাৰ মৰিকলঙত সংঘটিত হৈছে এক ভয়ংকৰ ডকাইটিৰ ঘটনা। সূত্ৰৰ খবৰ অনুসৰি, শিক্ষা বিভাগৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী দম্পতীক ছুৰীৰে আক্ৰমণ কৰি লুটি নিয়ে ধন।জানিব পৰা মতে,নগাঁও চহৰৰ সমীপৰ মৰিকলঙৰ হৰেন্দ্ৰ নাথ…
Business নিৰাপত্তা বাহিনীৰ গুলীত প্ৰাণ হেৰুৱাইছে দুই সন্ত্ৰাসবাদীয়ে November 8, 2025 Dipshikha জম্মু-কাশ্মীৰত অব্যাহত আছে নিৰাপত্তাৰক্ষীৰ সন্ত্ৰাসবাদ বিৰোধী অভিযান। সন্ত্ৰাসমুক্ত কৰি তোলাৰ লক্ষ্যৰে উপত্যকাটোত ধাৰাবাহিকভাৱে অভিযান চলাই আহিছে নিৰাপত্তা বাহিনীয়ে। আজি পুনৰ নিৰাপত্তা বাহিনীয়ে উপত্যকাটোত সন্ত্ৰাসবাদ বিৰোধী অভিযানৰ সময়ত এক বৃহৎ সাফল্য…
Business তাঁতশালত প্ৰাণৱন্ত হৈ উঠিল প্ৰাণৰ শিল্পী জুবিন গাৰ্গ November 7, 2025 Dipshikha তামুলপুৰৰ শিপিনী বিজয় দাসৰ তাঁতশালত প্ৰাণৱন্ত হৈ উঠিল প্ৰাণৰ শিল্পী জুবিন গাৰ্গ । তাঁতশালত বুটা বাচি গামোচাত হুবহু সৃষ্টি কৰিলে জুবিন গাৰ্গক।৩ দিনত শিল্পী গৰাকীক গামোচাত প্ৰাণৱন্ত ৰূপ দিবলৈ সক্ষম…
Business আঠ বছৰীয়া কিশোৰীক ৰাজ্যৰ বাহিৰত ডেৰ লাখ টকাত বিক্ৰী November 7, 2025 Dipshikha উজনি অসমৰ তিনিচুকীয়া জিলাৰ ফিল’বাৰী অঞ্চলত পোহৰলৈ আহিছে গোপনে মানৱ সৰবৰাহ চলি থকাৰ এক চাঞ্চল্যকৰ তথ্য। চাহ শ্ৰমিক পৰিয়ালৰ এগৰাকী প্ৰায় আঠ বছৰীয়া কিশোৰীক ৰাজ্যৰ বাহিৰত ডেৰ লাখ টকাত বিক্ৰী…