Author: Dipshikha

তিতা ভেকুৰীৰ উপকাৰী গুণৰ বিষয়ে জানেনে

অসমৰ হাবি-বননীৰ বিভিন্ন স্থানত এজোপা কাঁইট গছ প্ৰায়ে দেখা যায়। অনেক ঠাল-ঠেঙুলি থকা এই কাঁইটীয়া গছ জোপা নিজে-নিজে গজি উঠে। বেঙেনা পাতৰ দৰে পাত থকা এই বনৰীয়া গছজোপাৰ নাম ভেকুৰী…

পাঁচটা চোৰাং চিকাৰী গ্ৰেপ্তাৰ কৰে বন বিভাগে

বিশ্বনাথৰ ভোলাকাটা বিলত চৰাই চিকাৰৰ বাবে অহা পাঁচটা চোৰাং চিকাৰী গ্ৰেপ্তাৰ কৰে বন বিভাগে। বিশ্বনাথৰ ভোলাকাটা বিলত বনৰীয়া চৰাই ধৰিবলৈ চোৰাং চিকাৰীয়ে জাল পতাৰ তথ্য লাভ কৰিছিল বিশ্বনাথ জিলা বন…

দলগাওঁ-শিঙৰী- ঢেকীয়াজুলি সংযোগী অসম মালা পথত ট্ৰাকৰ দৌৰাত্ম্য

দলগাওঁ-শিঙৰী- ঢেকীয়াজুলি সংযোগী অসম মালা পথত ট্ৰাকৰ দৌৰাত্ম্য ৷ প্ৰত্যেক দিনাই সংঘটিত হৈ আহিছে পথ দুৰ্ঘটনা ৷ এই পথত গতিৰোধক স্থাপনৰ দাবীত ধলগুৰিত আমছুৰ সহযোগত স্থানীয় ৰাইজে এঘণ্টীয়া পথ অৱৰোধ…

তিয়ঁহৰ মুখ্য উপকাৰিতা

তিয়ঁহ খাই বহু মানুহে ভাল পায়। কিন্তু কিছুমানৰ বাবে তিয়ঁহ ভাল নহয়। কিছুমান বিশেষ সমস্যা থকা লোকে তিয়ঁহ খালে সমস্যাত ভুগিব পাৰে। গতিকে এই বিষয়ে জনা দৰকাৰ।তিয়ঁহ খালে শৰীৰ শিতল…

যাত্ৰীক ক্ষতিপূৰণ দিব লাগিব ইণ্ডিগ’ই

ছত্তীশগড় নাগৰিক সমাজে যাত্ৰীসকলৰ হৈ প্ৰধানমন্ত্ৰী, কেন্দ্ৰীয় গৃহমন্ত্ৰী আৰু কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰীলৈও পঠিয়ালে বিতং অভিযোগ পত্ৰ ।ছ’চাইটিৰ আহ্বায়ক ডাঃ কুলদীপ ছোলাংকিয়ে ইণ্ডিগ’ এয়াৰলাইন্সৰ পৰিচালন সঞ্চালক/মুখ্য কার্যবাহী বিষয়ালৈ এই…

সপোন পূৰণ ট্ৰাম্পৰ

সপোন পূৰণ ট্ৰাম্পৰ ।২০২৬ চনৰ ফিফা বিশ্বকাপৰ ড্ৰ’ৰ সময়ত ড’নাল্ড ট্ৰাম্পক উদ্বোধনী ফিফা শান্তি বঁটা প্ৰদান কৰা হয়। শুকুৰবাৰে ৱাশ্বিংটন ডি চিৰ কেনেডি চেণ্টাৰত অনুষ্ঠিত এক অনুষ্ঠানত ট্ৰাম্পক এই সন্মান…

মাত্ৰ ১ টকাৰ টোকেনৰ পৰিমাণৰ বিনিময়ত বিনিয়োগকাৰীয়ে ভূমি প্ৰদানৰ সিদ্ধান্ত লৈছে চৰকাৰে

মাত্ৰ ১ টকাৰ টোকেনৰ পৰিমাণৰ বিনিময়ত বিনিয়োগকাৰীয়ে ভূমি প্ৰদানৰ সিদ্ধান্ত লৈছে চৰকাৰে।এই আঁচনিখনক “Bihar Industrial Investment Promotion Package 2025” বুলি কোৱা হয়। ইয়াৰ প্ৰধান উদ্দেশ্য হৈছে ৰাজ্যখনলৈ বৃহৎ পৰিসৰৰ বিনিয়োগ…

তেজপুৰ আৰক্ষীয়ে এগৰাকী মহিলাসহ চাৰিজনক লোকক কৰায়ত্ত কৰে

ডুবাইৰ পৰা তেজপুৰৰ কেইবাজনো লোকৰ বেংক একাউণ্টলৈ বিপুল পৰিমাণৰ ধন প্ৰৱাহিত হোৱাৰ সন্দেহজনক তথ্যানুসন্ধানৰ অংশ স্বৰূপে তেজপুৰ আৰক্ষীয়ে এগৰাকী মহিলাসহ চাৰিজনক লোকক কৰায়ত্ত কৰে । আৰক্ষী সূত্ৰে জানিব পৰা মতে,…

সামগ্ৰীৰ দাম বৃদ্ধিয়ে কোঙা কৰিছে সৰ্বসাধাৰণ ৰাইজক

অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধিয়ে কোঙা কৰিছে সৰ্বসাধাৰণ ৰাইজক । ইয়াৰ মাজতেই আকৌ অভাৱনীয়ভাৱে বৃদ্ধি পাইছে কণীৰ মূল্য় । দাইল, মিঠাতেল, গাখীৰৰ সমান্তৰালভাৱে কণীৰ দাম বৃদ্ধি হোৱাত মূৰে-কপালে হাত দিছে সাধাৰণ…

এই গছত ডায়েবেটিছ নিয়ন্ত্ৰণৰ গুণ আছে

নেফাফু এবিধ চিৰসেউজীয়া আৰু সপুষ্পক উদ্ভিদ। এইবিধ উদ্ভিদ প্ৰকৃততে ঔষধ। উচ্চ ৰক্তচাপ, ডায়েবেটিছ, কাহ, বাতবিষকে ধৰি বিভিন্ন বিষত নেফাফু খোৱাটো খুব উপকাৰী।নেফাফু (Clerodendrum colebrookianum) এক ঔষধি গছ, যা উচ্চ ৰক্তচাপ…