Author: Business Bureau

স্কোডা অটো ইণ্ডিয়াই স্লাভিয়া মণ্টি কাৰ্লো মুকলি কৰে, প্ৰাৰম্ভিক ক্ৰেতাসকলৰ বাবে ৩০,০০০ টকাৰ লাভালাভ আগবঢ়ায়

স্কোডা অটো ইণ্ডিয়াই ভাৰতীয় বাহন সূচীত নতুন মানদণ্ড স্থাপন কৰি সম্পূৰ্ণ নতুন শ্লাভিয়া মণ্টে কাৰ্লো সংস্কৰণ গ্ৰাহকৰ বাবে আনুষ্ঠানিকভাৱে মুকলি কৰিছে। এই শুভাৰম্ভণি উদযাপন কৰিবলৈ প্ৰতিষ্ঠানটোৱে শ্লাভিয়া মণ্টে কাৰ্লো আৰু…

ভিটেৰ’ টাইলেছে বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী জাহ্নৱী কাপুৰক ব্ৰেণ্ড এম্বেছাদৰ ৰূপে চুক্তিবদ্ধ কৰাৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে

অপৰ্ণা এণ্টাৰপ্ৰাইজ লিমিটেডৰ অধীনৰ ভাৰতীয় টাইলছ উদ্যোগৰ আগশাৰীৰ প্ৰতিষ্ঠান ভিটেৰ’ টাইলেছে বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী জাহ্নৱী কাপুৰক ব্ৰেণ্ড এম্বেছাদৰ ৰূপে চুক্তিবদ্ধ কৰাৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে। এই চুক্তিয়ে ভিটেৰ’ টাইলছৰ দৃশ্যমানতা…

কিংফিচাৰ ষ্ট্ৰং বিয়েৰৰ মূল্য ৪০ টকাকৈ হ্ৰাস কৰাৰ কথা ঘোষণা কৰিছে

ভাৰতৰ সৰ্ববৃহৎ বিয়েৰ প্ৰস্তুতকর্তা প্ৰতিষ্ঠান তথা হেইনেকেন কোম্পানীৰ অংশ ইউনাইটেড ব্ৰুৱেৰীজ লিমিটেডে অসমৰ ধ্বজাবাহী কিংফিচাৰ ষ্ট্ৰং বিয়েৰৰ মূল্য ৪০ টকাকৈ হ্ৰাস কৰাৰ কথা ঘোষণা কৰি আনন্দিত হৈছে। ইউনাইটেড ব্ৰুৱেৰিজ লিমিটেডৰ…

নিছান মটৰ ইণ্ডিয়াই আগষ্ট ২০২৪লৈকে নিছান মাগনিটে ১.৫ লাখ সংগ্ৰহবিক্ৰী অতিক্ৰম কৰাৰ সৈতে এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি অৰ্জন কৰিছে

নিছান মটৰ ইণ্ডিয়াই ২০২০ৰ ডিচেম্বৰ মাহত আনুষ্ঠানিকভাৱে আত্মপ্ৰকাশ কৰাৰ দিনটোৰ পৰা ২০২৪ৰ আগষ্ট মাহলৈকে নিছান মেগনাইটৰ মুঠ বিক্ৰী ১.৫ লাখৰ ঘৰ অতিক্ৰম কৰি এক উল্লেখযোগ্য মাইলৰ খুঁটি অৰ্জন কৰিছে। ২০২৪…

ফ্ৰান্সৰ লিয়নত আয়োজিত ৱৰ্ল্ডস্কিলছ ২০২৪ প্ৰতিযোগিতাত ভাৰতে চমকপ্ৰদ প্ৰদৰ্শনৰ কৰিবলৈ সাজু হৈছে

ফ্ৰান্সৰ লিয়নত আয়োজিত ৱৰ্ল্ডস্কিলছ ২০২৪ প্ৰতিযোগিতাত ভাৰতে চমকপ্ৰদ প্ৰদৰ্শনৰ কৰিবলৈ সাজু হৈছে, এই মেগা প্ৰতিযোগিতাখনত ৬০ গৰাকী ভাৰতীয় অংশগ্ৰহণকাৰীয়ে ৭০খন দেশৰ প্ৰতিদ্বন্দ্বীৰ বিৰুদ্ধে ৬১টা দক্ষতা শাখাত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ সাজু…

চিয়েট আইএছআৰএল-এ চিজন ২পঞ্জীয়নত ২০% বৃদ্ধি দেখিছে

চিয়েট ইণ্ডিয়ান ছুপাৰক্ৰছ ৰেচিং লীগে দ্বিতীয় ছিজনৰ বাবে ৰাইডাৰৰ পঞ্জীয়নত ২০% উত্থানৰ সাক্ষীৰে চমক প্ৰদৰ্শন কৰিবলৈ সাজু হৈছে। দ্বিতীয় ছিজনত ১৪৫গৰাকী গ্ল’বেল ৰাইডাৰে চুক্তিবদ্ধ হোৱাৰ লগে লগে লীগে এক উল্লাসজনক…

প্ৰখ্যাত চকু শল্য চিকিৎসক ডাঃ অনামিকা নাথ আৰু ডাঃ প্ৰণামী দাসৰ সৈতে শক্তিশালী কৰিছে দ্য ৰেটিনা চেণ্টাৰক

দ্য ৰেটিনা চেণ্টাৰ(টিআৰচি)-এ দুগৰাকী বিশিষ্ট শল্য চিকিৎসক ডাঃ অনামিকা নাথ আৰু ডাঃ প্ৰণামী দাসৰ যোগদানৰ লগে লগে চকুৰ যত্নৰ উৎকৰ্ষতাৰ ক্ষেত্ৰত এক নতুন অধ্যায়ৰ আৰম্ভণি কৰিছে। দুয়োগৰাকী অভিজ্ঞ চিকিৎসকৰ সংযোজনে…

শ্বপচিয়ে আগবঢ়াইছে গ্ৰেণ্ড শ্বপচি মেলা, ফেষ্টিভ শ্বপিং কৰা ক্ৰেতাসকলৰ বাবে প্ৰদান কৰিছে বৃহৎ ৰেহাই আৰু পুৰস্কাৰ

ফ্লিপকাৰ্টৰ শ্বপচিয়ে বহুপ্ৰতীক্ষিত গ্ৰেণ্ড শ্বপচি মেলাৰ সৈতে ফেষ্টিভ শ্বপিং দৃশ্যপট সলনি কৰিবলৈ সাজু হৈছে, এই শ্বপচি মেলা হৈছে ১ৰ পৰা ৮ ছেপ্টেম্বৰলৈ আয়োজন কৰা এক গুৰুত্বপূৰ্ণ ভাৰ্চুৱেল অনুষ্ঠান। উন্নত প্ৰযুক্তিৰ…

গড্ৰেজ কনজিউমাৰ প্ৰডাক্টছে চিন্থল ফ’ম বডী ৱাশ্বৰ সৈতে একেলগে বজাৰত মুকলি কৰিছে ফ’ম বডী ৱাশ্ব

গড্ৰেজ কনজিউমাৰ প্ৰডাক্টছ লিমিটেড(জিচিপিএল)-এ চিন্থল ফ’ম বডীৱাশ্ব মুকলি কৰি ভাৰতীয় বডীৱাশ্ব বজাৰত এক গুৰুত্বপূৰ্ণ সংযোজনৰ আৰম্ভণি কৰিছে। এই উদ্ভাৱনে প্ৰায় ৯০০ কোটি টকা মূল্যৰ বজাৰত ব্যক্তিগত যতন ক্ষেত্ৰক অভিনৱ ৰূপত…

শংকৰাচাৰ্য স্বামী নিৰঞ্জন দেৱ তীৰ্থ দেৱৰ ২৮ তম পুণ্য তিথিৰ স্মৃতিত ৩ ছেপ্টেম্বৰত গুৱাহাটীৰ হোটেল ভিভান্তাত এক অনুষ্ঠানৰ আয়োজন কৰা হৈছে

অসমৰ অগ্ৰণী সামাজিক তথা সাংস্কৃতিক সংস্থা ব্যতিক্রম মাছডোৰ আৰু বৈভৱম ৰ যৌথউদ্যোগত শংকৰাচাৰ্য স্বামী নিৰঞ্জন দেৱ তীৰ্থ দেৱৰ ২৮ সংখ্যক পুণ্য তিথি স্মৃতিত অহা ৩ ছেপ্টেম্বৰ তাৰিখে গুৱাহাটীৰ হোটেল ভিভান্তাত…