Author: Business Bureau

টেলি ছল্যুচনে শেহতীয়া চফ্টৱেৰ সংস্কৰণ টেলিপ্ৰাইম ৫.০ উন্মোচন কৰিছে

ভাৰতৰ দ্ৰুতগতিত বৃদ্ধি পোৱা এমএছএমই খণ্ডক সহায় কৰাৰ বাবে কৰা অবিৰত প্ৰচেষ্টাৰ অংশ হিচাপে টেলি ছল্যুচনে শেহতীয়া চফ্টৱেৰ সংস্কৰণ টেলিপ্ৰাইম ৫.০ উন্মোচন কৰিছে। এপিআই-চালিত কৰ পৰিশোধ আৰু সংযুক্ত জিএছটি ক্ষমতাৰে…

শ্ৰী জয়ন্ত চৌধুৰীয়ে এলডিএলচি কেন্দ্ৰত লিয়’নত অনুষ্ঠিত বিশাল উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰে

দক্ষতা বিকাশ আৰু উদ্যমিতা বিভাগৰ স্বতন্ত্ৰ ৰাজ্যিক মন্ত্ৰী জয়ন্ত চৌধুৰীয়ে ফ্ৰান্সৰ লিয়’নত অনুষ্ঠিত ৱৰ্ল্ডস্কিলছ ২০২৪ৰ বিশাল-বৰ্ণিল উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰে, য’ত ভাৰতৰ ৬০গৰাকী যুৱ প্ৰতিযোগীয়ে ৫২টা দক্ষতা শিতানত দেশক প্ৰতিনিধিত্ব…

কৰ্ণাটক চৰকাৰৰ সৈতে অংশীদাৰীত্বত টিচিএছে টিচিএছ গ্ৰাম্য আইটি কুইজৰ ২৫তম সংস্কৰণ ঘোষণা কৰে

টাটা কনচালটেন্সি চাৰ্ভিচেছ(টিচিএছ)-এ কৰ্ণাটক চৰকাৰৰ ইলেক্ট্ৰনিক্স, তথ্যপ্ৰযুক্তি, বিটি আৰু বিজ্ঞান তথা প্ৰযুক্তি বিভাগৰ সহযোগত টিচিএছ গ্ৰাম্য তথ্যপ্ৰযুক্তি কুইজ প্ৰতিযোগিতাৰ ২৫ সংখ্যক সংস্কৰণৰ বাবে পঞ্জীয়ন মুকলি কৰাৰ কথা সদৰি কৰিছে। গৌৰৱোজ্বল…

ভিয়ে ভাৰতত পিচিআই ডিএছএছ ৪.০ প্ৰমাণপত্ৰৰ নেতৃত্বত টেলিকম সুৰক্ষা প্ৰাপ্ত কৰে

পেমেণ্ট কাৰ্ড উদ্যোগ-ডাটা সুৰক্ষা মানক সংস্কৰণ ৪.০ (পিচিআই ডিএছএছ ৪.০)ৰ তৰফৰ পৰা প্ৰমাণপত্ৰ লাভ কৰা দেশৰ প্ৰথম টেলিকম অপাৰেটৰ ৰূপে ভি-এ টেলিকম উদ্যোগত এক নতুন মানদণ্ড স্থাপন কৰিলে। এই গুৰুত্বপূৰ্ণ…

লীড গ্ৰুপে টেকবুক মুকলি কৰাৰ কথা ঘোষণা কৰিছে

ভাৰতৰ সৰ্ববৃহৎ স্কুল এডটেক প্ৰতিষ্ঠান লীড গ্ৰুপে আজি যুগান্তকাৰী শিক্ষামূলক আহিলা টেকবুক মুকলি কৰাৰ কথা ঘোষণা কৰিছে, এই টেকবুকে দেশৰ পৰম্পৰাগত শিক্ষণ পদ্ধতিৰ ৰূপান্তৰ ঘটাবলৈ সাজু হৈছে। এই অভিনৱ টেকবুকৰ…

নিৰ্মাণ আৰু স্বাস্থ্যসেৱাৰ দক্ষতাৰ ব্যৱধান পূৰণৰ বাবে ইজৰাইলে ভাৰতৰ সৈতে অংশীদাৰিত্ব কৰে

নিৰ্মাণ আৰু স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত দক্ষতাৰ অভাৱ দূৰ কৰিবলৈ ইজৰাইলে ভাৰতৰ ১০,০০০ নিৰ্মাণ খণ্ডৰ লোক আৰু ৫,০০০ সেৱা-যত্ন খণ্ডৰ লোকক নিয়োজনৰ বাবে বৃহৎ নিয়োগ অভিযান আৰম্ভ কৰিবলৈ সাজু হৈছে। এই বছৰৰ…

শচীন দেৱ বর্মন ৰ ৰাজ্য ত্ৰিপুৰাত উদযাপন কৰা হ’ল অসমৰ গৌৰৱ ড° ভূপেন হাজৰিকাৰ জন্মজয়ন্তী

দুখন ৰাজ্যৰ মাজত সম্প্ৰীতিৰ এনাজৰীয়ে যেন শিল্পীৰ বন্ধন। শচীন দেৱ বর্মন ৰ ৰাজ্য ত্ৰিপুৰাত উদযাপন কৰা হ’ল অসমৰ গৌৰৱ ড° ভূপেন হাজৰিকাৰ জন্মজয়ন্তী। আগন্তুকৰ অক্টোবৰ মাহত গুৱাহাটীত অনুষ্ঠিত হ’ব শচীন…

নিছান মটৰ ইণ্ডিয়াই বানপীড়িত গ্ৰাহকসকলক সহায় আগবঢ়াইছে

ভাৰতৰ বিভিন্ন অঞ্চলত দীৰ্ঘম্যাদী বানপানীৰ পৰিপ্ৰেক্ষিতত নিছান মটৰ ইণ্ডিয়া প্ৰাইভেট লিমিটেডে (এনএমআইপিএল) বানৰ ফলত ক্ষতিগ্ৰস্ত গ্ৰাহকসকলৰ বাবে ব্যাপক সমৰ্থন ব্যৱস্থাৰ সম্প্ৰসাৰণ কৰিছে। নিছান মটৰ ইণ্ডিয়া প্ৰাইভেট লিমিটেডে এই প্ৰত্যাহ্বানপূৰ্ণ সময়ছোৱাত…

ৱৰ্ল্ডস্কিলছ ২০২৪ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ ভাৰতৰ ৬০ জনীয়া দলটো ফ্ৰান্সৰ লিয়নত উপস্থিত হৈছেগৈ

প্ৰথিতযশা ৱৰ্ল্ডস্কিলছ ২০২৪ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ ভাৰতৰ ৬০ জনীয়া দলটো ফ্ৰান্সৰ লিয়নত উপস্থিত হৈছেগৈ। এইবাৰৰ প্ৰতিযোগিতাত ভাৰতৰ ইতিহাসত সৰ্বাধিক প্ৰতিযোগীয়ে এইবাৰ অংশগ্ৰহণ কৰিছে, এইসকল প্ৰতিযোগীয়ে ৭০খনতকৈও অধিক দেশৰ অংশগ্ৰহণকাৰীৰ বিৰুদ্ধে…

এমএচডিইয়ে ‘চুইগি স্কিলছ’ উদ্যোগ আৰম্ভ কৰিবলৈ চুইগিৰ সৈতে এক কৌশলগত অংশীদাৰীত্বত প্ৰৱেশ কৰিছে

দক্ষতা বিকাশ আৰু উদ্যমিতা মন্ত্ৰালয়(এমএছডিই)-এ খাদ্য বিতৰণ আৰু দ্ৰুত বাণিজ্য খণ্ডত শ্ৰমিকসকলৰ দক্ষতা আৰু নিয়োগযোগ্যতা উন্নত কৰাৰ লক্ষ্যৰে ‘চুইগী স্কিলছ’ পদক্ষেপৰ শুভাৰম্ভণি কৰিবলৈ চুইগীৰ সৈতে এক কৌশলগত অংশীদাৰিত্বত উপনীত হৈছে।…