Author: Business Bureau

চুপাৰ.মানি-এ ফ্লাইটছ মুকলিৰে ভ্ৰমণ ক্ষেত্ৰখনলৈ আনিছে বৈচিত্ৰ্যতা, আটাইতকৈ পুৰস্কাৰজনক ইউপিআই প্লেটফৰ্ম হিচাপে শক্তিশালী কৰিছে নিজৰ অৱস্থান

ভাৰতৰ অন্যতম দ্ৰুতগতিত বৃদ্ধি পোৱা ইউপিআই-প্ৰথম প্লেটফৰ্ম চুপাৰ.মানি-এ আজি মুকলি কৰিলে ‘ফ্লাইটছ’ – যি মূলতঃ জেন জেড ভ্ৰমণকাৰীৰ বাবে ন ৰূপত কল্পনা কৰি সজাই তোলা পুৰস্কাৰ-প্ৰথম বিমান বুকিং সেৱা। ক্লিয়াৰট্ৰিপৰ…

মেডান্টাই ২০২৬ বিত্তীয় বৰ্ষৰ প্ৰথম ত্ৰৈমাসিকত সৰ্বোচ্চ ত্ৰিমাসিক মুঠ আয় আৰু ইবিআইটিডিএ লাভ কৰে

উত্তৰ আৰু পূব ভাৰতৰ অন্যতম বৃহৎ ব্যক্তিগত বহু বিশেষজ্ঞ তৃতীয় পৰ্যায়ৰ যত্ন প্ৰদানকাৰী গ্লবেল হেল্থ লিমিটেড(মেদাণ্ট)-এ বিত্তীয় বৰ্ষৰ প্ৰথম ত্ৰৈমাসিকৰ বাবে এইপৰ্যন্ত সৰ্বাধিক ত্ৰিমাসিক প্ৰদৰ্শনৰ কথা সদৰি কৰিছে, মুঠ আয়…

কামেং কিংছে আনুষ্ঠানিকভাৱে মুকলি কৰিলে জাৰ্চি আৰু ল’গ’, উদীয়মান তাৰকা টিএনআৰ মোহিতৰ আত্মপ্ৰকাশ

পহিলা ছেপ্টেম্বৰৰ পৰা ১৬ ছেপ্টেম্বৰলৈ মঙলদৈ ক্ৰিকেট খেলপথাৰত অনুষ্ঠিত হ’বলগীয়া টেচি টাগাৰ অৰুণাচল টি-২০ চেম্পিয়নশ্বিপত অভিষেক ঘটোৱাৰ পূৰ্বে এক বৰ্ণিল অনুষ্ঠানত কামেং কিংছে আনুষ্ঠানিকভাৱে নিজৰ জাৰ্চি আৰু ল’গ’ উন্মোচন কৰে।…

ৰেডএক্স ফেমিলী প্লেনৰ সৈতে প্ৰিমিয়াম পোষ্টপেডত বৃহৎ চমক ভি-ৰ; টায়াৰ-২ বজাৰ দখলৰ লক্ষ্য়

ভোডাফোন আইডিয়া(ভি)-ই ৰেডএক্স ফেমিলী প্লেন মুকলি কৰি নিজৰ ধ্বাজাবাহী ৰেডএক্স পোষ্টপেইড পৰ্টফলিঅ’ সম্প্ৰসাৰণ কৰিছে-ভাৰতৰ প্ৰথমটো পৰিয়ালৰ পোষ্টপেইড প্লেনে প্ৰাথমিক আৰু গৌণ উভয় ব্যৱহাৰকাৰীৰ বাবে প্ৰকৃতাৰ্থত সীমাহীন ৪জি/৫জি ডাটা, আন্তঃৰাষ্ট্ৰীয় ৰোমিং…

নিছানে ৮.৩০ লাখ টকাৰ প্ৰাৰম্ভিক মূল্যত মুকলি কৰিছে অল ব্লেক মেগনাইট কুৰো স্পেচিয়েল এডিচন

নিছান মটৰ ইণ্ডিয়া প্ৰাইভেট লিমিটেড(এনএমআইপিএল)-এ আজি বহু প্ৰত্যাশিত নতুন নিছান মেগনাইট কুৰো স্পেচিয়েল এডিচন মুকলি কৰাৰ কথা ঘোষণা কৰিছে, যি জনপ্ৰিয় সংপৃক্ত এছইউভিৰ আকৰ্ষণীয় আৰু প্ৰিমিয়াম, ক’লা থিমযুক্ত অনন্য সংস্কৰণ।…

ট্ৰুকেলাৰে-খয়ালৰ সহযোগিতাই জ্যেষ্ঠ নাগৰিকৰ চাইবাৰ সুৰক্ষাৰ ক্ষেত্ৰত নিৰ্ধাৰণ কৰিলে নতুন মাপকাঠি

জ্যেষ্ঠ নাগৰিকসকলে ডিজিটেল যুগক আঁকোৱালি লোৱাৰ সমান্তৰালভাৱে পূৰ্বতকৈ অধিক বিপদ বা ভাবুকিৰো সন্মুখীন হৈছে। অচিনাকি প্ৰযুক্তি আৰু দ্ৰুতগতিত বিকশিত হোৱা জালিয়াতি কৌশলৰ দ্বাৰা চাইবাৰ অপৰাধৰ বলি হোৱা লোকৰ বয়স ৫০…

শ্লাইচ স্মল ফাইনেন্স বেংকে উত্তৰ-পূৰ্বাঞ্চলত আঞ্চলিক নিযুক্তি বৃদ্ধিৰে নিজৰ সামৰ্থ্যৰ সম্প্ৰসাৰণ

শ্লাইচ স্মল ফাইনেন্স বেংক(শ্লাইচ এছএফবি)-এ সমগ্ৰ অসম তথা উত্তৰ-পূবত বৃহৎ পৰিসৰৰ নিযুক্তিৰ কথা ঘোষণা কৰিছে, যাৰ লক্ষ্য হৈছে নিজৰ কৰ্মশক্তি সম্প্ৰসাৰণ কৰি কম সেৱা লাভ কৰা বা প্ৰান্তীয় অঞ্চলসমূহত ক্ৰমবৰ্ধমান…

জটিল কেন্সাৰ ৰোগৰ বাবে উন্নত ৰেডিয়েচন চিকিৎসা: মেদাণ্ট হাস্পতালৰ বিশেষজ্ঞতা

নিউজউইকে একেৰাহে ৬ বছৰ ধৰি ভাৰতৰ শ্ৰেষ্ঠ ব্যক্তিগত চিকিৎসালয় হিচাপে স্থান প্ৰদান কৰা গুৰগাঁওস্থিত মেদাণ্ট–দ্য মেডিচিটিয়ে জটিল কৰ্কট ৰোগ আৰু বিনাইন টিউমাৰৰ চিকিৎসাৰ বাবে চাইবাৰনাইফ ৰেডিঅ’চাৰ্জাৰীৰ বিষয়ে সজাগতা সৃষ্টিৰ বাবে…

ৰক্ষা বন্ধনক দিয়ক স্বাস্থ্যসন্মত ৰূপ: দিনটো পুষ্টিকৰ আৰম্ভণিৰ বাবে কেলিফৰ্ণিয়া আলমণ্ড

উৎসৱৰ এই সময়ছোৱাত ৰক্ষা বন্ধন আৰম্ভ হোৱাৰ লগে লগে এই বৰ্ষৰ উদযাপনত স্বাস্থ্যই কেন্দ্ৰবিন্দু হৈ পৰিছে। পৰম্পৰা আৰু সুস্থতাৰ মিশ্ৰণক প্ৰসাৰিত কৰি বিশেষজ্ঞ আৰু চেলিব্ৰিটীসকলে দীৰ্ঘম্যাদী স্বাস্থ্য আৰু সমৃদ্ধিৰ সমৰ্থনত…

বিশ্বত ব্যৱসায়িক বৃদ্ধিৰ বাবে ভাৰতত উপস্থিতি শক্তিশালী কৰিছে ৰেনল্ট গ্ৰুপে

ৰেনল্ট গ্ৰুপে নিছানৰ ৫১% অংশীদাৰিত্ব ক্ৰয় কৰি চেন্নাইস্থিত ৰেনল্ট নিছান অটোমোটিভ ইণ্ডিয়া প্ৰাইভেট লিমিটেড(আৰএনএআইপিএল) প্লাণ্টৰ সম্পূৰ্ণ মালিকীস্বত্ব লাভ কৰিছে, যি আন্তঃৰাষ্ট্ৰীয় সম্প্ৰসাৰণ কৌশলৰ এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে চিহ্নিত হৈছে। ভাৰত…