Author: Business Bureau

ছনী ইণ্ডিয়াই গ্ৰাহকৰ বাবে আগবঢ়াইছে নতুন ব্ৰেভিয়া ৮ II কিউডি-অ’এলইডি

চনী ইণ্ডিয়াই মুকলি কৰিলে নিজৰ শেহতীয়া ব্ৰেভিয়া ৮ II কিউডি-অ’এলইডি টিভি ছিৰিজ, যিয়ে অত্যাধুনিক প্ৰযুক্তি আৰু চিনেমাৰ নিখুঁততাৰ সৈতে ঘৰুৱা মনোৰঞ্জনৰ ক্ষেত্ৰত নতুন মানদণ্ড স্থাপন কৰিছে। ৬৫ ইঞ্চি আৰু ৫৫…

পাঁচটা নতুন সেৱাকেন্দ্ৰ মুকলিৰে ৰাজস্থানত ব্যৱসায়িক পদচিহ্নৰ সম্প্ৰসাৰণ নিছানৰ

নিছান মটৰ ইণ্ডিয়া প্ৰাইভেট লিমিটেডে মাত্ৰ এসপ্তাহত সমগ্ৰ ৰাজস্থানত পাঁচটা নতুন গ্ৰাহক টাচ্চপইণ্ট মুকলি কৰি আঞ্চলিক উপস্থিতি শক্তিশালী কৰাৰ ক্ষেত্ৰত এক বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে। এই সম্প্ৰসাৰণৰ লগে লগে প্ৰতিষ্ঠানটোৱে…

আদিত্য বিৰলা ছান লাইফ ইঞ্চুৰেন্স কোম্পানী লিমিটেড এবিএছএলআই ছুপাৰ টাৰ্ম প্লেন মুকলি কৰাৰ কথা ঘোষণা কৰিছে

ভাৰতৰ আগশাৰীৰ বৈচিত্ৰ্যপূৰ্ণ বিত্তীয় সেৱা আগবঢ়োৱা প্ৰতিষ্ঠান আদিত্য বিৰলা কেপিটেলৰ জীৱন বীমা সহযোগী প্ৰতিষ্ঠান আদিত্য বিৰলা ছান লাইফ ইঞ্চুৰেন্স কোম্পানী লিমিটেড(“এবিএছএলআই”)-এ এবিএছএলআই ছুপাৰ টাৰ্ম প্লেন মুকলি কৰাৰ কথা ঘোষণা কৰিছে।…

সত্য মাইক্ৰ’কেপিটেলৰ বন্ধকীমুক্ত ঋণে সলনি কৰিছে অসমৰ গ্ৰাম্য মহিলাৰ জীৱন

ভাৰতৰ আগশাৰীৰ ক্ষুদ্ৰ বিত্তীয় প্ৰতিষ্ঠান সত্য মাইক্ৰ’কেপিটেল লিমিটেডে বন্ধকী-মুক্ত ঋণ আৰ্হিৰ জৰিয়তে অসমৰ গ্ৰাম্য মহিলাসকলৰ বাবে বিত্তীয় অন্তৰ্ভুক্তিৰ দিশত আগবাঢ়িছে। সত্য মাইক্ৰ’কেপিটেলে সমগ্ৰ ভাৰতৰ গ্ৰাম্য আৰু অৰ্ধনগৰীয়া ১.৬ মিলিয়নতকৈ অধিক…

ইউৰোপৰ বাহিৰত স্কোডা অটোৰ ভাৰত হৈছে আটাইতকৈ গুৰুত্বপূৰ্ণ বিকাশশীল বজাৰ

স্কোডা অটো ইণ্ডিয়াই ভাৰতীয় অটোমোটিভ খণ্ডত নিজৰ উপস্থিতি শক্তিশালী কৰাৰ বাবে এক বিস্তৃত ৰোডমেপ উন্মোচন কৰিছে, ২০২৫ক প্ৰতিষ্ঠানটোৱে “বৃহৎ বছৰ” হিচাপে লক্ষ্য কৰি লৈছে। বিশ্বজুৰি ১৩০ বছৰ আৰু ভাৰতত ২৫…

জন এছএফবি-এ সাৰ্বজনীন বেংকিং অনুজ্ঞাপত্ৰৰ বাবে ভাৰতীয় ৰিজাৰ্ভ বেংকত জনাইছে আবেদন

ভাৰতৰ অন্যতম বৃহৎ ক্ষুদ্ৰ বিত্তীয় বেংক জন স্মল ফাইনেন্স বেংকে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ওচৰত আনুষ্ঠানিকভাৱে ইউনিভাৰ্চেল বেংকিং অনুজ্ঞাপত্ৰৰ বাবে আবেদন জনাইছে, এই আবেদনৰ লগে লগে বেংকটোৰ সম্প্ৰসাৰণৰ ৰোডমেপত এক কৌশলগত…

প্ৰতীকবাদৰ উৰ্ধ্বত, শক্তিশালী কৰিছে এলজিবিটিকিউএ+ কণ্ঠ আৰু ব্যৱসায়ক: প্ৰাইড@গড্ৰেজ ২০২৫

গড্ৰেজ ইণ্ডাষ্ট্ৰীজ গ্ৰুপে গল্প পাঠ, উদ্যমিতা আৰু সাংস্কৃতিক প্ৰকাশৰ জৰিয়তে নিভাঁজ আৰু প্ৰকৃত এলজিবিটিকিউআইএ+ কণ্ঠক অনন্য ৰূপ দিবলৈ প্ৰতীকী ইংগিতৰ উৰ্ধ্বলৈ গৈ এক সজীৱ আৰু অন্তৰ্ভুক্ত প্ৰাইড@গড্ৰেজ ২০২৫ উদযাপন কৰিছে।…

বিশাখাপট্টনমত এডভান্সড কেন্সাৰ কেয়াৰ ব্লকৰ বাবে ৫৫০ কোটি টকা আগবঢ়াইছে আইচিআইচিআই বেংকে, টিএমচিৰ অংশীদাৰিত্ব ১৮০০ কোটি টকালৈ সম্প্ৰসাৰণ

আইচিআইচিআই বেংক আৰু টাটা মেম’ৰিয়েল চেণ্টাৰ(টিএমচি)-এ যৌথভাৱে বিশাখাপট্টনমৰ হোমি ভাবা কেন্সাৰ হাস্পতাল আৰু গৱেষণা কেন্দ্ৰ(এইচবিচিএইচআৰচি)ত অত্যাধুনিক কেন্সাৰ কেয়াৰ হাস্পতালৰ আধাৰশিলা স্থাপন কৰে। ৫৫০ কোটিতকৈ অধিক বিনিয়োগেৰে নিৰ্মাণ হ’ব লগা আইচিআইচিআই…

ডিএছপি মিউচুৱেল ফাণ্ডে আৰম্ভ কৰিছে তথ্যপ্ৰযুক্তি আৰু স্বাস্থ্যসেৱা খণ্ডৰ ওপৰত ইণ্ডেক্স ফাণ্ড

ডিএছপি মিউচুৱেল ফাণ্ডে দুটা নতুন ইনডেক্স ফাণ্ড ডিএছপি নিফ্টি আইটি ইণ্ডেক্স ফাণ্ড আৰু ডিএছপি নিফ্টি হেল্থকেয়াৰ ইণ্ডেক্স ফাণ্ড মুকলি কৰাৰ কথা ঘোষণা কৰিছে। এই পুঁজিসমূহৰ লক্ষ্য হৈছে বিস্তৃত ইকুইটি বজাৰৰ…

প্ৰভাৱশালী বহনক্ষমতাৰ পদক্ষেপেৰে বিশ্ব পৰিৱেশ দিৱস উদ্যাপন নিছানৰ

নিছান মটৰ ইণ্ডিয়াই পৰিৱেশ পৰিচালনাৰ প্ৰতি দীৰ্ঘম্যাদী দায়বদ্ধতাক শক্তিশালী কৰি কেইবাটাও কাৰ্যসূচীৰে প্ৰভাৱশালী বহনক্ষমতাৰ পদক্ষেপেৰে বিশ্ব পৰিৱেশ দিৱস ২০২৫ উদযাপন কৰে। প্ৰতিষ্ঠানটোৱে বৰোদা, মেহছানা, কেৰালা (তিনিটা স্থান), জলন্ধৰ, জয়পুৰকে ধৰি…