Business গুৱাহাটীত নতুন গাৰ্গ্য টয়োটা ডিলাৰশ্বিপৰ জৰিয়তে উত্তৰ-পূৱৰ নেটৱৰ্ক শক্তিশালী কৰিলে টয়োটাই July 16, 2025 Business Bureau দেশৰ উত্তৰ-পূৰ্বাঞ্চলত নিজৰ উপস্থিতি শক্তিশালী কৰাৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ হিচাপে টয়োটা কিৰ্লোস্কাৰ মটৰ(টিকেএম)-এ আজি উঃ-পূবৰ প্ৰাণকেন্দ্ৰ গুৱাহাটীত এটা নতুন ডিলাৰশ্বিপ – গাৰ্গ্য টয়োটা উদ্বোধন কৰে। নতুন সুবিধা কেন্দ্ৰটোৱে টয়োটাৰ…
Business বজাৰৰ অস্থিৰতাৰ মাজতে টাটা আৰ্বিট্ৰেজ ফাণ্ডত ১৫.৫ কোটি টকাৰ বিনিয়োগ গুৱাহাটীৰ বিনিয়োগকাৰীৰ July 16, 2025 Business Bureau ইকুইটি বজাৰৰ অস্থিৰতাৰ মাজতে আৰ্বিট্ৰেজ ফাণ্ডসমূহে বিনিয়োগৰ বিকল্প হিচাপে বিশেষ টান লাভ কৰিছে, বিশেষকৈ কম বিপদজনক বিনিয়োগৰ সুযোগ বিচৰাসকলৰ বাবে অনন্য সুযোগ প্ৰদান কৰিছে। নগদ ধন আৰু ভৱিষ্যকেন্দ্ৰিক বজাৰৰ মাজৰ…
Business বীমা সজাগতা সমিতিৰ ৰাষ্ট্ৰীয় অভিযানৰ পৰৱৰ্তী পৰ্যায় চবচে পেহলে জীৱন বীমাৰ আৰম্ভণি July 15, 2025 Business Bureau ভাৰতৰ জীৱন বীমা উদ্যোগে দেশজুৰি চবচে পেহলে লাইফ ইঞ্চুৰেন্স অভিযানৰ পৰৱৰ্তী পৰ্যায় আৰম্ভ কৰাৰ লগে লগে বীমা সজাগতা সমিতিয়ে সজাগতামূলক প্ৰচেষ্টা বৃদ্ধি কৰিছে। ২০২৩ চনৰ ডিচেম্বৰ মাহত এনআইএৰ এক অধ্যয়ন…
Business অসম ভিত্তিক শ্লাইচ এছএফবিয়ে বৃদ্ধি কৰিছে নিয়োজন, ২০.৭% জমা ধনৰ পৰিমাণ বৃদ্ধি আৰু গ্ৰাম্য বেংকিঙৰ সম্প্ৰসাৰণ July 15, 2025 Business Bureau অসমত মুখ্য কাৰ্যালয় থকা শ্লাইচ স্মল ফাইনেঞ্চ বেংক(শ্লাইচ এছএফবি)-এ যোৱা এবছৰত সমগ্ৰ ৰাজ্যতে ধনৰ জমা ভিত্তি ২০.৭% যথেষ্ট বৃদ্ধি পোৱাৰ লগতে ৪০০ৰো অধিক স্থানীয় কৰ্মসংস্থাপন সৃষ্টিৰ তথ্য প্ৰকাশ কৰিছে। এই…
Business ভাৰতত নথিং ফোন (৩) আৰু হেডফোন (১) উন্মোচন, বলিষ্ঠ ডিজাইন আৰু প্ৰযুক্তিৰে প্ৰিমিয়াম বজাৰত দৃষ্টি আৰোপ July 15, 2025 Business Bureau লণ্ডনস্থিত প্ৰযুক্তি ব্ৰেণ্ড নথিঙে ভাৰতত দুটা আকৰ্ষণীয় সামগ্ৰী মুকলি কৰিছে— ফ্লেগশ্বিপ নথিং ফোন (৩) আৰু প্ৰথমবাৰলৈ প্ৰস্তুত কৰা নথিং হেডফোন (১)—আজি দিনৰ ১২ বজাৰ পৰা দেশজুৰি বিক্ৰী আৰম্ভ হৈছে। এই…
Business পূব ভাৰতৰ ৭৩% লোকে অবৈধ মহৰ ধূপকাঠিক লৈ সতৰ্ক হৈছে, গুড নাইটৰ অধ্যয়নত প্ৰকাশ July 15, 2025 Business Bureau গড্ৰেজ কনজিউমাৰ প্ৰডাক্টছ লিমিটেড(জিচিপিএল)ৰ অধীনত ভাৰতৰ আগশাৰীৰ মহ বিকৃতকাৰী ব্ৰেণ্ড গুড নাইটৰ শেহতীয়া এক অধ্যয়ন প্ৰকাশ পাইছে য’ত পূব ভাৰতৰ ৭৩% লোকেই অবৈধ মহ প্ৰতিৰোধী ধূপৰ লাঠি ব্যৱহাৰ কৰি অস্বস্তি…
Business আইটিচি-এ অসমত মুকলি কৰিলে ‘বগা আটা’, প্ৰতিটো কামোৰতে ৰুচি আৰু পৰিচ্ছন্নতাৰ প্ৰতিশ্ৰুতি July 14, 2025 Business Bureau ভাৰতৰ ১ নং আটা ব্ৰেণ্ড আইটিচি আশীৰ্বাদে অসমৰ বিচক্ষণ গ্ৰাহকসকলৰ বাবে আগবঢ়াইছে এক অনন্য ৰূপত প্ৰস্তুত আশীৰ্বাদ বগা আটা। বিশেষকৈ অসমৰ ৰান্ধনীসকলৰ প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ প্ৰস্তুত কৰা এটা প্ৰিমিয়াম উত্কৃষ্ট…
Business ভাৰতৰ সৃষ্টিশীল প্ৰতিভাৰ বজাৰত যুগান্তকাৰী হিচাপে আত্মপ্ৰকাশ কৰিছে স্ক্ৰীন একাডেমীয়ে July 14, 2025 Business Bureau ইণ্ডিয়ান এক্সপ্ৰেছ গ্ৰুপে ভাৰতৰ চলচ্চিত্ৰ প্ৰতিভাৰ পৰৱৰ্তী ঢৌ অন্বেষণ আৰু প্ৰতিপালনৰ লক্ষ্যৰে এক অ-লাভজনক পদক্ষেপ স্ক্ৰীন একাডেমী আৰম্ভ কৰিছে। লোধা ফাউণ্ডেচনৰ সহযোগত প্ৰতিষ্ঠা কৰা এই একাডেমীয়ে বছৰি দৰিদ্ৰ পৰিয়ালৰ বা…
Business চনী ইণ্ডিয়াই ৱায়াৰলেছ শব্দৰহিত আৰু বহুমুখী ডিজাইনৰ সৈতে ডব্লিউএফ-চি৭১০এন ইয়াৰবাড মুকলি কৰিছে July 14, 2025 Business Bureau চনী ইণ্ডিয়াই ডব্লিউএফ-চি৭১০এন মুকলি কৰাৰ কথা ঘোষণা কৰিছে, য’ত সম্পূৰ্ণৰূপে ৱায়াৰলেছ শব্দৰহিত ইয়েৰবডছ, চনীৰ শব্দ বাতিলকৰণ প্ৰযুক্তি, দীৰ্ঘস্থায়ী বেটাৰীকাল আৰু এআইৰ সৈতে উচ্চ মানৰ কলৰ সুবিধা আগবঢ়োৱা হৈছে। ডব্লিউএফ-চি৭১০এন ইয়েৰবাডসমূহ…
Business এইচ পি-এ ভাৰতত মুকলি কৰিলে লেজাৰ এম৩০০ প্ৰিণ্টাৰ শৃংখলা July 14, 2025 Business Bureau এইচপি-এ ভাৰতত এইচপি লেজাৰ এম৩০০ শৃংখলা মুকলি কৰাৰ কথা ঘোষণা কৰিছে, যি ভাৰতৰ দ্ৰুতগতিত বৰ্ধিত এছএমবি, স্থানীয় ব্যৱসায় আৰু প্ৰিণ্টিং সেৱাৰ বিপণীসমূহৰ প্ৰয়োজনীয়তা অনুসৰি তৈয়াৰ কৰা লেজাৰ প্ৰিণ্টাৰৰ এক পৰিসৰ।…