Author: Business Bureau

ভি মুভিজ আৰু টিভি এপে ব্যৱহাৰকাৰীসকলক ক্ৰীড়া প্ৰতিযোগিতাবোৰ ষ্ট্ৰীম কৰিবলৈ এটা একক চাবস্ক্ৰিপশ্বন প্লেন প্ৰদান কৰে

ভাৰতত ৬৭৮ মিলিয়ন খেল ভাল পোৱা দৰ্শক আছে, ক্ৰিকেট আৰু ফুটবল ক্ৰমে ৬১২ মিলিয়ন আৰু ৩০৫ মিলিয়ন দৰ্শকে উপভোগ কৰে, শেহতীয়াকৈ অৰ্মেক্স মিডিয়াৰ এক প্ৰতিবেদনত উল্লেখ কৰিছে এই কথা। এইসকল…

২০২৪ বিত্তীয় বৰ্ষত মেক্স লাইফৰ এতিয়ালৈকে সৰ্বোচ্চ ৯৯.৬৫% ক্লেইম পেইড ৰেচিঅ’ অৰ্জন

মেক্স লাইফ ইঞ্চুৰেন্স কোম্পানী লিমিটেডে(“মেক্স লাইফ/ “কোম্পানী), ২০২৩-২৪ বিত্তীয় বৰ্ষত ১২৫৪.৩৯ কোটি টকাৰ ১৯,৫৬৯টা ব্যক্তিগত মৃত্যুৰ দাবী(ডেথ ক্লেইম) নিষ্পত্তি কৰাৰ কথা প্ৰকাশ কৰিছে। এই অভিলেখসংখ্যক ব্যক্তিগত ডেথ ক্লেইমৰ নিষ্পত্তিৰে ডেথ…

আধুনিক মহিলাক সন্মান জনাই পিজিআই ইণ্ডিয়া আৰু চেংকো গোল্ড এণ্ড ডাইমণ্ডছে সহযোগিতাৰে মুকলি কৰিলে প্লেটিনাম ইভাৰাৰ নোভা কালেকচন

প্লেটিনাম গিল্ড ইণ্টাৰনেচনেল (পিজিআই)- ইণ্ডিয়াই চেংকো গোল্ড এণ্ড ডাইমণ্ডৰ সহযোগত সগৌৰৱে মুকলি কৰিলে প্লেটিনাম ইভাৰা নোভা কালেকচন, যিয়ে আধুনিক মহিলাক আনন্দ, প্ৰচুৰতা আৰু সবলীকৰণেৰে মূৰ্ত কৰি তুলিছে। আঠ দশকৰো অধিক…

বাহামাছে ২০২৪ চনৰ বাবে বসন্ত-গ্ৰীষ্মকালীন সংগ্ৰহ উন্মোচন কৰে

আগশাৰীৰ জোতা-চেণ্ডেল নিৰ্মাতা প্ৰতিষ্ঠান ৰিলেক্সো ফুটৱেৰ্ছ লিমিটেডৰ অধীনত ফ্ৰী স্পিৰিটেড জোতা ব্ৰেণ্ড বাহামাছে বহু প্ৰত্যাশিত স্প্ৰীং-ছামাৰ ২০২৪ (এছ এছ ‘২৪) কালেকচন মুকলি কৰাৰ কথা ঘোষণা কৰিবলৈ পাই আনন্দিত হৈছে। আমোদ,…

প্ৰতিটো ছালৰ প্ৰকাৰৰ বাবে লা শ্বিল্ডৰ খনিজ চানস্ক্ৰীণ পৰিসৰ অন্বেষণ কৰক

লা শ্বিল্ডৰ ছানস্ক্ৰীন ৰেঞ্জে বিভিন্ন ধৰণৰ ছালৰ প্ৰকাৰ আৰু উদ্বেগসমূহ পূৰণৰ বাবে এক বিস্তৃত সমাধান আগবঢ়াইছে যাতে সকলোৰে বাবে অনুকূল ফলাফল নিশ্চিত হয়। ৰ’দত ঘামি বা ক’লা পৰা দিনৰ বাবে…

YiPPee! Toss : সোৱাদভৰা অভিযানত একেলগে দেখা গৈছে ৰাহুল দ্ৰাবিড়, যশপ্ৰীত বুমৰাহ আৰু সূৰ্য কুমাৰ যাদৱক

জনপ্ৰিয় ক্ৰিকেটাৰসকলে নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত ‘The Toss’ সন্দৰ্ভত কৰা ৰহস্যময় পোষ্টক লৈ কৌতুহলী হৈ পৰিছিল সকলো ক্ৰিকেট অনুৰাগী। আচলতে কি হয় এই বিষয়ে জানিবলৈ সকলোতে চৰ্চা চলিছিল, এই কথা-বতৰা লাখ…

ড. জয়শংকৰে এম ই এ -ত তেওঁৰ নেতৃত্ব বঢ়াই, দুটা নতুন ৰাজ্যিক মন্ত্ৰীক পদবীত নিযুক্তি দিয়ে

ৰাষ্ট্ৰপতি ভৱনত আনুষ্ঠানিকভাৱে শপত গ্ৰহণ কৰিলে নতুন কেন্দ্ৰীয় মন্ত্ৰী পৰিষদে। এই অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে ৭১জন সাংসদে শপতগ্ৰহণ কৰিলে। শপতগ্ৰহণৰ পিছৰ দিনা প্ৰতিজন মন্ত্ৰীক পৰ্টফলিঅ’ বিতৰণ কৰা হ’ল। ড০…

গুৱাহাটী টু হোষ্ট ছিদবি স্বাৱলম্বন মেলা ২০২৪

গুৱাহাটীৰ গণেশগুৰিস্থিত নেডফি কনভেনচন চেণ্টাৰত অহা ১৪ জুনৰ পৰা ১৮ জুনলৈ অনুষ্ঠিত হ’ব স্বাৱলম্বন মেলা ২০২৪। ভাৰতৰ ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ(এমএছএমই)ৰ প্ৰচাৰ, বিত্তীয় সাহায্য আৰু উন্নয়নৰ প্ৰধান বিত্তীয় প্ৰতিষ্ঠান…

টাটা মটৰ্ছে আগবঢ়াইছে এলট্ৰ’জ ৰেচাৰ

দেশৰ আগশাৰীৰ অটোমোটিভ নিৰ্মাতা প্ৰতিষ্ঠান টাটা মটৰ্ছে এলট্ৰ’জ ৰেচাৰ মুকলি কৰাৰ কথা ঘোষণা কৰিছে, যি হৈছে কোম্পানীটোৰ প্ৰিমিয়াম হেচবেকৰ স্প’ৰ্টী অৱতাৰ। ১.২ লিটাৰ টাৰ্বো পেট্ৰ’ল ইঞ্জিন মুকলিৰ লগে লগে আলট্ৰ’জৰ…

বালিকা নামৰ সংগঠনটোৰ শুভাৰম্ভণি, একত্ৰিত বাংলাদেশ আৰু ভাৰতৰ যকৃতৰ বিশেষজ্ঞ 

ভাৰত আৰু বাংলাদেশৰ যকৃত বিশেষজ্ঞৰ সৈতে বাংলা ভাষাত যকৃতৰ শেহতীয়া চিকিৎসা আৰু যকৃত সম্বন্ধীয় বিভিন্ন অনুশীলনৰ বিভিন্ন দিশৰ বিষয়ে বাঙালীভাষী যকৃত ৰোগীসকলক দুৱাৰমুখলৈ অনাৰ লক্ষ্যৰে বাংলা লিভাৰ ককাচ (বালিকা) নামৰ…