Month: October 2025

শীঘ্ৰে ছবিগৃহলৈ আহিব জুবিন গাৰ্গৰ অন্তিম ছবি ৰৈ ৰৈ বিনালে

শীঘ্ৰে ছবিগৃহলৈ আহিব জুবিন গাৰ্গৰ অন্তিম ছবি ৰৈ ৰৈ বিনালে। কিন্তু মু্ক্তিৰ পূৰ্বে বহুকেইটা অভিলেখ গঢ়িবলৈ সাজু হৈছে জুবিন গাৰ্গৰ অন্তিম ছবিখনে।ছবিখনৰ ট্ৰেইলাৰ মুকলি হোৱাৰে দিনাৰ পৰাই পুনৰ কান্দিছে অসমবাসীয়ে।…

আগন্তুক ৰাস মহোৎসৱৰ আগে আগে আপুনি লাভ কৰিব পাৰে প্ৰধানমন্ত্ৰীৰ উপহাৰ

আগন্তুক ৰাস মহোৎসৱৰ আগে আগে আপুনি লাভ কৰিব পাৰে প্ৰধানমন্ত্ৰীৰ উপহাৰ। ৰাসৰ প্ৰাকক্ষণত হয়তো আপোনাৰ একাউণ্টত সোমাব পাৰে উপহাৰৰ ধন।হয়তো ৰাসৰ আগে আগে মুকলি কৰি দিয়া হ’ব পাৰে প্ৰধানমন্ত্ৰী কিষাণ…

আফগানিস্তানে পাকিস্তানলৈ বৈ যোৱা পানী বন্ধ কৰাৰ প্ৰস্তুতি আৰম্ভ কৰিছে

পাকিস্তানৰ বাবে মূৰৰ বিষ হৈ পৰা আফগানিস্তানে পাকিস্তানলৈ বৈ যোৱা পানী বন্ধ কৰাৰ প্ৰস্তুতি আৰম্ভ কৰিছে। পাকিস্তানলৈ পানীৰ সোঁত নিয়ন্ত্ৰণ কৰিবলৈ কুনাৰ নদীত অতি সোনকালে মথাউৰি নিৰ্মাণৰ নিৰ্দেশ দিছে তালিবানৰ…

প্ৰথম এন ডি আৰ এফ বাহিনীৰ উদ্যোগত পলাশবাৰী – শুৱালকুচিৰ দলং নিৰ্মাণথলীত ব্ৰহ্মপুত্ৰ নদীত নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ কৰ্মীক চি পি আৰ প্ৰশিক্ষণ

গুৱাহাটী মহানগৰীৰ পৰা কিছু নিলগৰ দক্ষিণ কামৰূপৰ এসময়ৰ বাণিজ্যিক চহৰ পলাশবাৰীৰ সমীপৰ মাজিৰগাওঁ আৰু অসমৰ মানচেষ্টাৰ স্বৰূপ উত্তৰ কামৰূপৰ শুৱালকুচিৰ মাজত ব্ৰহ্মপুত্ৰৰ ওপৰত বিগত এটা বছৰ ধৰি চলি আছে চাৰিলেনযুক্ত…

জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত প্রদেশ কংগ্ৰেছৰ মমশিখা সমদল

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত শুকুৰবাৰে সন্ধিয়া গুৱাহাটীৰ ৰাজপথ উত্তাল কৰি তোলে প্রদেশ কংগ্ৰেছে। কংগ্ৰেছে মহানগৰীত জুবিন গাৰ্গৰ ন্যায় বিচাৰি মমশিখা সমদল কৰি প্রতিবাদ সাব্যস্ত কৰে। জুবিন গাৰ্গক ন্যায়…

ভাৰতে চিচিএছচিএইচৰ সফলতাৰে আয়োজন কৰে অষ্টম অধিবেশন, বৃহৎ আকাৰৰ ভেনিলা, ধনীয়া আৰু ইলাচিৰ বাবে চূড়ান্ত কৰে কোডেক্স মানদণ্ড

বিশ্বৰ মচলাৰ মানদণ্ড নিৰ্ধাৰণৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে চিহ্নিত কৰি গুৱাহাটীৰ মছলা আৰু ৰন্ধন উদ্ভিদ সম্পৰ্কীয় কোডেক্স কমিটীৰ (চিচিএছচিএইচ৮) অষ্টম অধিৱেশনৰ সফলতাৰে সমাপ্তি ঘটিছে। এই অধিৱেশনৰ এটা মুখ্য…

ভাৰতীয় জাহাজ নিৰ্মাণৰ ক্ষেত্ৰত এক মাইলৰ খুঁটি চিহ্নিত কৰি কোচিন শ্বিপয়াৰ্ডে মুকলি কৰিলে ৩খন অত্যাধুনিক জাহাজ

বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ৰ অধীনত ভাৰতৰ প্ৰধান জাহাজ নিৰ্মাতা কোচিন শ্বিপয়াৰ্ড লিমিটেডে (চিএছএল) একেলগে তিনিখন অত্যাধুনিক জাহাজ-এণ্টি-ছাবমেৰিন ৱাৰফেয়াৰ শ্বেল’ ৱাটাৰ ক্ৰাফ্ট (এএছডব্লিউ এছডব্লিউচি) হাইব্ৰিড ইলেকট্ৰিক মেথানল-ৰেডি কমিছনিং ছাৰ্ভিচ…

ভাৰতৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ হ’ব ন্যায়াধীশ সূৰ্যকান্ত

ভাৰতৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ হ’ব ন্যায়াধীশ সূৰ্যকান্ত। কেন্দ্ৰীয় চৰকাৰে নতুন মুখ্য ন্যায়াধীশ নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰিছে। বৰ্তমানৰ মুখ্য ন্যায়াধীশ বি.আৰ. গাভাইয়ে ২৩ নৱেম্বৰত অৱসৰ ল’ব। সূত্ৰ অনুসৰি শুকুৰবাৰৰ ভিতৰত চৰকাৰে…

পাণৰ উপকাৰী গুণৰ বিষয়ে জানেনে?

পাণ খোৱা বহুতৰে অভ্যাস। বিশেষকৈ খাদ্য গ্ৰহণৰ পাছত বহুতকে পাণ লাগে। কিন্তু শুনি আচৰিত হ’ব, ই এক ভাল অভ্যাস। কিয়নো পাণৰ আছে বহু আচৰিত গুণ। যি স্বাস্থ্যৰ বাবে ভাল।বহু ভাৰতীয়ই…