Month: August 2025

মেদাণ্ট গুৰগাঁৱৰ উদ্যোগত আইঅ’চিএলৰ কৰ্মচাৰীৰ বাবে অসমত অনুষ্ঠিত হয় দুদিনীয়া মেডিকেল কেম্প

নিউজউইকে একেৰাহে ছবছৰ ধৰি ভাৰতৰ শ্ৰেষ্ঠ ব্যক্তিগত চিকিৎসালয় হিচাপে স্বীকৃতি প্ৰদান কৰা গুৰগাঁওস্থিত মেদাণ্ট–দ্য মেডিচিটীয়ে অসমত ইণ্ডিয়ান অইল কৰ্পৰেচন লিমিটেডৰ কৰ্মচাৰীসকলৰ বাবে সফলতাৰে আয়োজন কৰে দুদিনীয়া মেডিকেল কেম্পৰ। গুৱাহাটী আৰু…

আই পি এলৰ পৰাও অৱসৰ গ্ৰহণ ৰবিচন্দ্ৰন অশ্বিনৰ

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল)ৰ পৰা অৱসৰ গ্ৰহণ কৰিছে প্ৰবীণ স্পিনাৰ ৰবিচন্দ্ৰন অশ্বিনে। এই বিষয়ে তেওঁ ছ’চিয়েল মিডিয়াত অৱগত কৰে। অশ্বিনে লিখিছে- কোৱা হয় যে প্ৰতিটো শেষত নতুন আৰম্ভণি…

বৈষ্ণো দেৱীত ভূমিস্খলনত মৃতকৰ সংখ্যা ৩২ লৈ বৃদ্ধি

বৈষ্ণো দেৱীত ভূমিস্খলনত মৃতকৰ সংখ্যা ৩২ লৈ বৃদ্ধি পাইছে, কাৰণ উদ্ধাৰকাৰীয়ে ধ্বংসাৱশেষৰ পৰা আৰু অধিক মৃতদেহ উদ্ধাৰ কৰিছে। জম্মু-কাশ্মীৰৰ ৰিয়াছি জিলাৰ পাহাৰীয়া অঞ্চলত অৱস্থিত বৈষ্ণো দেৱী মন্দিৰলৈ যোৱা পথত এদিন…

ৰেনল্ট ইণ্ডিয়াই মুকলি কৰিলে জনপ্ৰিয় চাব-ফোৰ মিটাৰ এছইউভিৰ শেহতীয়া সংস্কৰণ নতুন কিগাৰ

ৰেনল্ট ইণ্ডিয়াই মুকলি কৰিলে নিজৰ জনপ্ৰিয় চাব-ফোৰ মিটাৰ এছইউভিৰ শেহতীয়া সংস্কৰণ নতুন কিগাৰ, য’ত ডিজাইন, প্ৰযুক্তি, প্ৰদৰ্শন আৰু সুৰক্ষাৰ ক্ষেত্ৰত ৩৫তকৈও অধিক উন্নতি সাধন কৰা হৈছে। এছইউভিখনত আছে শক্তিশালী ১০০…

আমেৰিকাই ভাৰতৰ ওপৰত অতিৰিক্তভাৱে আৰোপ কৰা ২৫% শুল্ক কাৰ্যকৰী হ’ব

আমেৰিকাই ভাৰতৰ ওপৰত অতিৰিক্তভাৱে আৰোপ কৰা ২৫% শুল্ক কাৰ্যকৰী হ’ব বুধবাৰৰ পৰা। আমেৰিকাৰ সময় অনুসৰি ২৭ আগষ্টৰ দুপৰীয়া ১২ বজাৰ পৰা ভাৰতত এই শুল্ক কাৰ্যকৰী কৰা হ’ব। ইয়াৰ পিছত ভাৰতৰ…

ৰাজ্যত অব্যাহত আছে প্ৰশাসনৰ উচ্ছেদ অভিযান

ৰাজ্যত অব্যাহত আছে প্ৰশাসনৰ উচ্ছেদ অভিযান। অবৈধ বেদখলকাৰীক খেদিবলৈ এফালৰ পৰা চলাই গৈছে বুলড’জাৰ।বনবিভাগ আৰু প্ৰশাসনে গোৱালপাৰা পাইকান সংৰক্ষিত বনাঞ্চলৰ ভুমি বেদখলমুক্ত কৰিছিল৷ উক্ত বেদখলমুক্ত অঞ্চলত বন বিভাগে আৰম্ভ কৰিছে…

শগুনৰ সংখ্যা উদ্বেগজনকভাৱে হ্ৰাস, আঁৰৰ কাৰণ কি

প্ৰকৃতিৰ চাফাই কৰ্মী হিচাপে পৰিচিত শগুনৰ পৰিৱেশক ৰোগমুক্ত কৰি ৰখাত গুৰুত্বপূৰ্ণ ভূমিকা আছে যদিও এতিয়া, ইহঁতে নিজৰ অস্তিত্ব ৰক্ষাৰ বাবে সংগ্ৰাম কৰিবলগীয়া হৈছে। পূৰ্বতে আমাৰ পথাৰবোৰত বহুতো শগুন দেখা গৈছিল…

এক মৰ্মান্তিক ঘটনা । পুৱাই পুত্ৰক বিদ্য়ালয়ত থবলৈ আহিছিল পিতৃ…

এক মৰ্মান্তিক ঘটনা । পুৱাই পুত্ৰক বিদ্য়ালয়ত থবলৈ আহিছিল পিতৃ । পিতা-পুত্ৰই ঘৰৰ পৰা হাঁহিমুখে ওলাই আহিছিল । খগেন বৰুৱা (৪৫) নামৰ লোকজনে নিজৰ বাহনখনেৰেই পুত্ৰক লৈ বিদ্য়ালয়লৈ যাত্ৰা কৰাৰ…

এছিয়ান শ্বুটিং চেম্পিয়নশ্বিপত ৩টা সোণসহ ৮ পদক ভাৰতৰ

কাজাখস্তানৰ শ্বিমকেণ্টত অনুষ্ঠিত হৈ থকা ১৬ সংখ্যক এছিয়ান শ্বুটিং চেম্পিয়নশ্বিপৰ অষ্টম দিনত ভাৰতে সুন্দৰ প্ৰদৰ্শন কৰি ৩টা সোণ, ৩টা ৰূপ আৰু ২টা ব্ৰঞ্জৰ পদক লাভ কৰে। মহিলাৰ ট্ৰেপ ইভেণ্টত ভাৰতে…

এনইডিএফআই-ৰ সহযোগত গুৱাহাটীত এমএছএমই আৰু শিল্পীসকলক ই-কমাৰ্চৰ জৰিয়তে গুৱাহাটীত এক কৰ্মশালাৰ আয়োজন কৰে

ভাৰতৰ স্বদেশী ই-কমাৰ্চ বজাৰ ফ্লিপকাৰ্টে নৰ্থ ইষ্টাৰ্ন ডেভেলপমেণ্ট ফাইনেঞ্চ কৰ্পৰেচন লিমিটেড (এন ই ডি এফ আই)ৰ সহযোগত গুৱাহাটীত এমএছএমই আৰু শিল্পীসকলক ই-কমাৰ্চৰ জৰিয়তে বজাৰত ব্যৱসায়িক সম্প্ৰসাৰণৰ দক্ষতা আৰু জ্ঞানেৰে সজ্জিত…