Month: July 2025

বিপদৰ সন্মুখীন ইলন মাস্ক

ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন হৈছে ইলন মাস্ক আৰু তেওঁৰ কোম্পানী X (Twitter) । বুধবাৰে (০৯ জুলাই, ২০২৫) পদত্যাগ কৰে কোম্পানীটোৰ CEO লিণ্ডা ইয়াকাৰিনোৱে। প্ৰায় ২ বছৰ ধৰি এই পদত অধিষ্ঠিত আছিল…

বাংলাদেশত সাধাৰণ নিৰ্বাচন কেতিয়া অনুষ্ঠিত হ’ব

চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশত সকলো ঠিকে থাকিলে চলিত বছৰৰ ডিচেম্বৰৰ ভিতৰত অনুষ্ঠিত হ’ব সাধাৰণ নিৰ্বাচন ৷ ইতিমধ্যে বাংলাদেশ চৰকাৰৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছে নিৰ্বাচনৰ বাবে সাজু হ’বলৈ সংশ্লিষ্ট সকলো চৰকাৰী পক্ষলৈ…

ফিট ফৰ লাইফ: ফিটনেছ, ফুড, আৰু ফেমিলি বণ্ডিঙৰ ওপৰত ইয়াছমিন আৰু সোহা

বলীউডৰ জনপ্ৰিয় ফিটনেছ প্ৰশিক্ষক য়াছমিন কৰাচিৱালা আৰু অভিনেত্ৰী সোহা আলী খানে ভিন্ন জগতক প্ৰতিনিধিত্ব কৰিব পাৰে কিন্তু ফিটনেছ আৰু চলচ্চিত্ৰৰ ব্যস্ততাৰ মাজতো সন্তানক ডাঙৰ-দীঘল কৰাৰ কথা অহাৰ লগে লগে দৃষ্টিভংগী…

২০০০-২০২৩ বৰ্ষৰ ভিতৰত অসমত ১২০৯টা হাতীৰ মৃ*ত্যু

২০০০ চনৰ পৰা ২০২৩ চনৰ ভিতৰত অসমত হাতী-মানুহৰ সংঘাতত ১,৪০০ৰো অধিক লোকৰ মৃত্যু হয়। এই সময়ছোৱাত ৰাজ্যত ১,২০৯টা হাতীৰো মৃত্যু হয়, ইয়াৰে সৰ্বাধিক ৬২৬টা হাতীৰ মৃত্যু মানুহৰ কাৰ্যকলাপৰ বাবে হয়।…

ফিফা ক্লাব বিশ্বকাপৰ ফাইনেলত পেৰিছ চেণ্ট জাৰ্মেইন

ফেবিয়ান ৰুইজৰ দুটা গ’ল আৰু আউছমেন ডেম্বেলৰ সুন্দৰ প্ৰদৰ্শনৰ বাবেই বুধবাৰে অনুষ্ঠিত হোৱা ছেমি ফাইনেল মেচখনত পেৰিছ চেণ্ট জাৰ্মেইনে (পি এছ জি) ৰিয়েল মাদ্রিদক ৪-০ গ’লত পৰাস্ত কৰি ফিফা ক্লাব…

২০২৫-২৬ বিত্তীয় বৰ্ষৰ প্ৰথম ত্ৰৈমাসিকত ফাষ্টটেগৰ জৰিয়তে ২০,৬৮১.৮৭ কোটি টকা সংগ্ৰহ

ৰাষ্ট্ৰীয় ইলেক্ট্ৰনিক টোল সংগ্ৰহৰ তথ্য অনুসৰি ২০২৫-২৬ বিত্তীয় বৰ্ষৰ প্ৰথম ত্ৰৈমাসিকত ফাষ্টটেগৰ জৰিয়তে ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় ঘাইপথত টোল সংগ্ৰহ ১৯.৬ শতাংশ বৃদ্ধিৰে ২০,৬৮১.৮৭ কোটি টকা হৈছে। এনইটচিৰ তথ্য অনুসৰি এপ্ৰিল-জুন…

আভিভা লাইফ ইঞ্চুৰেন্সে ৰিটায়াৰমেণ্ট ইনকাম আৰু ইউএলআইপি শাখাত জিনিলে প্ৰডাক্ট অৱ দ্য য়েৰ ২০২৫ৰ খিতাপ

আভিভা লাইফ ইঞ্চুৰেন্সে দুটা উল্লেখযোগ্য শাখা—জীৱন বীমা – ৰিটায়াৰমেণ্ট ইনকাম আৰু লাইফ ইঞ্চুৰেন্স – ইউএলআইপিত ২০২৫ বৰ্ষৰ সন্মানীয় প্ৰডাক্ট অৱ দ্য য়েৰ খিতাপ অৰ্জন কৰিছে। প্ৰডাক্ট অৱ দ্য য়েৰ ইণ্ডিয়াৰ…

এইচ পি এ পৰৱৰ্তী প্ৰজন্মৰ এ আই ক্ষমতাৰ সৈতে সুলভ মূল্যৰ অমনিবুক লেপটপ প্ৰৱৰ্তন কৰিছে

এইচপি-এ আজি ভাৰতৰ সবাতোকৈ সুলভ মূল্যৰ পৰৱৰ্তী প্ৰজন্মৰ এআই পিচি মুকলি কৰাৰ কথা ঘোষণা কৰিছে, আজি গ্ৰাহকৰ বাবে আনুষ্ঠানিকভাৱে এইচপি অমনিবুক ৫ আৰু অমনিবুক ৩ ছিৰিজ উন্মোচন কৰিছে। শিক্ষাৰ্থী, পেছাদাৰী…

খানামুখ খণ্ড বন কাৰ্যালয়ৰ উদ্যোগত গছপুলি বিতৰণ

পহিলা জুলাইৰ পৰা ৰাজ্যজুৰি চলি থকা বন মহোৎসৱ সপ্তাহৰ সামৰণি অনুষ্ঠানৰ লগত সংগতি ৰাখি গুৱাহাটীৰ আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ অধীনৰ খানামুখ খণ্ড বন বিষয়া কাৰ্যালয়ৰ উদ্যোগত জালুকবাৰীৰ অসম বন বিদ্যালয়ৰ…