Month: July 2025

মমতা বেনাৰ্জীৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ মন্তব্য

বাংলাভাষী মুছলমান সন্দৰ্ভত মমতা বেনাৰ্জীক তীব্ৰ কটাক্ষ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। মমতা বেনাৰ্জীয়ে কেৱল বাংলাভাষী মুছলমানকহে ভালপায়। ডঃ শৰ্মাই সকীয়াই দিয়ে যে যদিহে বাংলাদেশী মুছলমানৰ বাবে তেওঁ অসমলৈ আহে, তেন্তে…

ভাৰতৰ কঠোৰ সিদ্ধান্ত

ইউক্ৰেইনৰ সৈতে হোৱা যুদ্ধৰ পৰিপ্ৰেক্ষিতত ৰাছিয়াৰ প্ৰতি আমেৰিকা আৰু নাটোৰ ক্ষোভৰ ফলত উদ্বেগ বৃদ্ধি পাইছে ভাৰতৰ। শান্তি চুক্তিৰ বাবে ৰাছিয়া সাজু নহ’লে ৰাছিয়াৰ তেল ক্ৰেতাসকলৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰাৰ হুংকাৰ…

ৰে’লৱে টিকট বুকিঙত নতুন নিয়ম

প্ৰৱঞ্চনা ৰোধৰ বাবে সালসলনি কৰা হৈছে তৎকাল টিকট বুকিংৰ নিয়ম। ১ জুলাইৰ পৰা আধাৰ নম্বৰেৰে টিকট বুকিং কৰাটো হৈছে বাধ্যতামূলক।সলনি হৈছে ৰে’লৱেৰ নিয়ম।ৰে’লৱেৰ টিকট বুকিঙৰ নিয়ম পৰিৱৰ্তন। এতিয়া এই কাম…

ছানফিষ্ট ৱাওজাৰ্ছৰ প্ৰতিটো কামোৰত ‘ৱাও’ লৈ আহিছে শ্বাহৰুখ খানে

আইটিচিৰ ছানফিষ্ট ৱাওজাৰ্ছে বলীউডৰ ছুপাৰষ্টাৰ শ্বাহৰুখ খানক ব্ৰেণ্ড এণ্ডাৰছাৰ হিচাপে অনন্য ৰূপত তুলি ধৰিছে, যাৰ লক্ষ্য হৈছে গ্ৰাহকৰ সংযোগ গভীৰ কৰি তোলাৰ এক সতেজ মনোমোহা ৰূপেৰে সকলোকে আপ্লুত কৰা। সুস্বাদু…

পঞ্জীয়নভুক্ত স্বীকৃতিপ্ৰাপ্ত ৰাজনৈতিক দলসমূহৰ আয় ২০২২-২৩ চনত ২২৩% বৃদ্ধি

দেশত নামমাত্ৰ ভোট লাভ কৰা পঞ্জীয়নভুক্ত স্বীকৃতিপ্ৰাপ্ত ৰাজনৈতিক দলসমূহৰ আয় ২০২২-২৩ চনত ২২৩% বৃদ্ধি পাইছে। এই তথ্য পোহৰলৈ আহিছে এছ’চিয়েশ্যন ফৰ ডেম’ক্ৰেটিক ৰিফৰ্মছৰ প্ৰতিবেদনত। প্ৰতিবেদন অনুসৰি দেশত ২৭৬৪ টা স্বীকৃতি…

বছৰি বিশ্বৰ ১৬ কোটি লোক জৰুৰী অস্ত্ৰোপচাৰৰ পৰা বঞ্চিত

এক নতুন বিশ্বব্যাপী অধ্যয়নত প্ৰকাশ পাইছে যে জৰুৰী অস্ত্ৰোপচাৰ এতিয়াও বিশ্বৰ এক বৃহৎ জনসংখ্যাৰ হাতৰ মুঠিৰ বাহিৰত। বিশেষকৈ দৰিদ্ৰ আৰু মধ্যম আয়ৰ দেশৰ লোকৰ বাবে এয়া এক কঠোৰ বাস্তৱ। প্ৰতিবেদনত…

মেঘালয়ৰ জনজাতীয় লোকক লৈ আপত্তিজনক দাবী উত্থাপন কৰি বিপদত ইউটিউবাৰ-জ্যোতিষী

মেঘালয়ৰ এগৰাকী সমাজ কৰ্মীয়ে ইউটিউবাৰ আৰু এজন জ্যোতিষীৰ বিৰুদ্ধে আৰক্ষীৰ এজাহাৰ দাখিল কৰিছে। দুয়োজনৰ বিৰুদ্ধে অভিযোগ আছে যে তেওঁলোকৰ এটা ভিডিঅ’ত দাবী কৰা হৈছে যে মেঘালয়ৰ জনজাতিসকলে এতিয়াও নৰবলি কৰে।…

জাপানীজ এনকেফেলাইটিছৰ লক্ষণসমূহ

যোৱা কেইটামান দিনৰ পৰা ৰাজ্যত বৃদ্ধি পাইছে জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত ৰোগীৰ সংখ্যা। গতিকে ইয়াৰ বিষয়ে সজাগ হৈ থকা প্ৰয়োজন। এই ৰোগ হ’লে কিছুমান লক্ষণে দেখা দিয়ে।ইয়াৰ লক্ষণ কি————————————–সাধাৰণ জ্বৰ বা…

ৰাছিয়াক মুকলি ভাবুকি ড’নাল্ড ট্ৰাম্পৰ

ৰাছিয়াক ডাঙৰ ভাবুকি প্ৰদান কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। তেওঁ কয়, “যদি ৫০ দিনৰ ভিতৰত ইউক্ৰেইনত যুদ্ধ শেষ কৰাৰ বাবে কোনো চুক্তি নহয়, তেন্তে তেওঁ ৰাছিয়াৰ ওপৰত শুল্ক আৰোপ কৰিব।…

পাকিস্তানক ঘাটে ঘাটে পানী খুৱাবলৈ সাজু ভাৰত

ভাৰত চৰকাৰে সদায় প্ৰতিৰক্ষা খণ্ডৰ ওপৰত গুৰুত্ব আৰোপ কৰি আহিছে। শেহতীয়াকৈ ভাৰত-পাকিস্তান সংঘাতৰ পিছত কেন্দ্ৰীয় চৰকাৰে প্ৰতিৰক্ষা ব্যৱস্থা আৰু অধিক শক্তিশালী কৰি তুলিছে। এইবাৰ সেনাৰ শক্তি বৃদ্ধি কৰিব এখন অত্যাধুনিক…