Month: July 2025

শাওন মাহত কিয় বৰ্জন কৰিবলৈ কোৱা হয় গাখীৰ আৰু শাক-পাচলি ?

শাওন মাহ হৈছে সংযমৰ মাহ, এই সময়ছোৱাত বহু ভক্তই পূজা-পাৰ্বন কৰে আৰু কিছুমান খাদ্য পৰিহাৰ কৰে এনে কৰাৰ কাৰণ কি ?স্বাস্থ্য নে ধৰ্ম ? শাওন মাহত কিয় বৰ্জন কৰিবলৈ কোৱা…

ভাৰতৰ চাহৰ চাহিদা বৃদ্ধি পাইছে বিদেশত

ভাৰতৰ চাহৰ চাহিদা বৃদ্ধি পাইছে বিদেশত। শেহতীয়া চৰকাৰী তথ্য অনুসৰি ২০২৪-২৫ বিত্তীয় বৰ্ষত ভাৰতৰ পৰা চাহ ৰপ্তানি ২.৮৫% বৃদ্ধি পাইছে। দেশৰ পৰা চাহ ৰপ্তানি ২৫০.৭৩ মিলিয়ন ।শেহতীয়া চাহ ব’ৰ্ডৰ তথ্য…

জিচিএইচডব্লিউ আৰু আৰোগ্য ৱৰ্ল্ডৰ সহযোগত ২০–২১ নৱেম্বৰত মুম্বাইৰ গড্ৰেজ ৱানত আয়োজন কৰা হৈছে

গড্ৰেজ ইণ্ডাষ্ট্ৰীজ গ্ৰুপে দ্য গ্লবেল চেণ্টাৰ ফৰ হেল্থী ৱৰ্কপ্লেচ(জিচিএইচডব্লিউ) আৰু আৰোগ্য ৱৰ্ল্ডৰ সহযোগত ২০–২১ নৱেম্বৰত মুম্বাইৰ গড্ৰেজ ৱানত আয়োজন কৰা হৈছে সন্মানীয় গ্লবেল হেল্থী ৱৰ্কপ্লেচ ছামিট এণ্ড এৱাৰ্ডছৰ। এই বিশ্বজনীন…

অসমৰ বাংলাভাষী লোকসকলক ভাবুকি দিয়াৰ অভিযোগ মমতা বেনাৰ্জীৰ

পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে অসমৰ বিজেপি চৰকাৰে ৰাজ্যখনত বসবাস কৰা বাংলাভাষী লোকসকলক ভাবুকি দিয়াৰ অভিযোগ উত্থাপন কৰিছে। শনিবাৰে তেওঁ কয় যে অসমৰ যিসকল লোকে সকলো ভাষা-ধৰ্মৰ সৈতে শান্তিৰে জীয়াই থাকিব…

ডব্লিউ টি চি ফাইনেলৰ পৰৱৰ্তী তিনিটা সংস্কৰণৰ আয়োজন কৰিব ইংলেণ্ডে

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে শনিবাৰে ইংলেণ্ডক বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ পৰৱৰ্তী তিনিটা সংস্কৰণৰ আয়োজকৰ অধিকাৰ প্ৰদান কৰে।দেওবাৰে ইয়াত অনুষ্ঠিত হোৱা বাৰ্ষিক সন্মিলনত এই সিদ্ধান্ত গ্ৰহণ কৰে বিশ্বব্যাপী সংস্থাটোৱে। দুবছৰীয়া চক্ৰ সম্পূৰ্ণ…

নিছান মটৰ ইণ্ডিয়াই বানপীড়িত বাহনৰ গৰাকীৰ বাবে আগবঢ়াইছে এক বিস্তৃত সমৰ্থন পদক্ষেপ

নিছান মটৰ ইণ্ডিয়াই সমগ্ৰ ভাৰতৰ কেইবাটাও অঞ্চলৰ শেহতীয়াকৈ বানপানীৰ ফলত ক্ষতিগ্ৰস্ত গ্ৰাহকক সহায় কৰিবলৈ এক ব্যাপক সহায়ক পদক্ষেপ গ্ৰহণ কৰিছে। গ্ৰাহকৰ যত্নৰ প্ৰতি নিজৰ দায়বদ্ধতা প্ৰদৰ্শন কৰি প্ৰতিষ্ঠানটোৱে এই প্ৰত্যাহ্বানমূলক…

ইউনুছ চৰকাৰক উৎখাতৰ আহ্বান হাছিনাৰ

বিগত বৰ্ষত ক্ষমতাৰ পৰা উৎখাত হোৱাৰ পিছতে দেশ এৰি পলায়ন কৰিছিল শ্বেখ হাছিনাই। তাৰ পিছৰ পৰাই দেশৰ বাহিৰত আশ্ৰয় গ্ৰহণ কৰি থকা হাছিনাই এতিয়া গোপালগঞ্জৰ এই পৰিস্থিতিৰ মাজতে সমৰ্থকলৈ দিছে…

ৰাজ্যত জাপানীজ এনকেফেলাইটিজত ২১ গৰাকী ৰোগীৰ মৃত্যু

অসমত ভয়াবহ ৰূপত বৃদ্ধি পাইছে জাপানীজ এনকেফেলাইটিজৰ সংক্ৰমণ। বর্তমানলৈকে জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত ২১ গৰাকী ৰোগীৰ মৃত্যু হৈছে। চলিত বৰ্ষৰ এপ্ৰিল মাহৰ পৰা বৰ্তমান সময়লৈকে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত জাপানীজ এনকেফেলাইটিছত…

‘ভাৰতত দত্তক গ্রহণ’ক উদ্বুদ্ধ ছানফিষ্ট ম’মছ মেজিকৰ

বছৰ বছৰ ধৰি আইটিচিৰ প্ৰিয় কুকিজ ব্ৰেণ্ড – ছানফিষ্ট ম’মছ মেজিকে কেৱল সুস্বাদু কুকিজৰ বাবে নিজকে প্ৰতিষ্ঠিত আৰু সমৰ্পিত কৰি আহিছে—ম’মছ মেজিকে মাতৃত্বৰ সাৰমৰ্মক উদযাপন কৰি আহিছে, প্ৰতিটো শিশুৰ জীৱনৰ…

অসমবাসীৰ বাবে ভাল খবৰ

অসমবাসীৰ বাবে গৌৰৱৰ বিষয় ৷ বিগ বাজেটৰ ছবি ৰামায়ণত দেখিবলৈ পোৱা যাব অভিনেত্ৰী সুৰভী দাসক ৷অসমৰ এখন পৰিচিত তথা জনপ্ৰিয় মুখ, সুৰভী দাস ৷ বৰ্তমান মুম্বাইৰ বাসিন্দা সুৰভী ৷ অসমৰ…