Month: July 2025

খালী ভৰিৰে খোজ কাঢ়িলে কি কি লাভ হয় জানেনে

এটা সময় আছিল, যেতিয়া মানুহৰ মাজত তেনেই কমকৈ চেণ্ডেলৰ ব্যৱহাৰ দেখা পোৱা গৈছিল । প্ৰায় খালী ভৰিৰেই চলা-ফুৰা কৰিছিল আগৰ সময়ৰ লোকসকলে । খুব কমেইহে ব্যৱহাৰ কৰিছিল চেণ্ডেল বা জোতা…

১৪ ছেপ্টেম্বৰত এছিয়া কাপত ভাৰত- পাকিস্তানৰ যুঁজ

১৪ ছেপ্টেম্বৰত এছিয়া কাপ ২০২৫ৰ গ্ৰুপ পৰ্যায়ৰ মেচত ভাৰত আৰু পাকিস্তানৰ মুখামুখি হ’ব। শনিবাৰে এছিয়ান ক্ৰিকেট কাউন্সিলে ঘোষণা কৰে প্ৰতিযোগিতাখনৰ সময়সূচী। ১০ আৰু ১৯ ছেপ্টেম্বৰত ভাৰতীয় দলটোৱে ইউ এ ই…

ভাৰতবৰ্ষৰ আগশাৰীৰ স্নায়ুৰোগ বিশেষজ্ঞৰ উপস্থিতিৰে জিএনআৰচিত নিউৰ’ ইমিউন’ল’জী বিষয়ত চিএমই সম্পন্ন

উত্তৰ-পূৰ্বাঞ্চলৰ স্নায়ুৰোগৰ চিকিৎসা আৰু গৱেষণাৰ ক্ষেত্ৰত অগ্রণী চিকিৎসা প্রতিষ্ঠান জিএনআৰচি হাস্পতালত শনিবাৰে এখন অবিৰত চিকিৎসা শিক্ষা অনুষ্ঠানৰ (চিএমই) আয়োজন কৰা হয়। হাস্পতালখনৰ দিছপুৰ চৌহদত ‘আপডেট অন নিউব’ ইমিউন ‘লজী’ বিষয়ত…

টিভিএছ মটৰ কোম্পানীয়ে গ্ৰাহকৰ বাবে মুকলি কৰিলে নতুন টিভিএছ এনটৰ্ক ১২৫ ছুপাৰ চ’লজাৰ এডিচন

টিভিএছ মটৰ কোম্পানীয়ে মাৰ্ভেল এভেঞ্জাৰ্ছ ছুপাৰ স্কোৱাড ছিৰিজৰ শেহতীয়া সংযোজন টিভিএছ এনটৰ্ক ১২৫ ছুপাৰ চ’লজাৰ এডিচন মুকলি কৰিছে। আইকনিক চৰিত্ৰ কেপ্তেইন আমেৰিকাৰ পৰা অনুপ্ৰাণিত হৈ নতুন সংস্কৰণটোত জেনজেড গ্ৰাহকৰ সৈতে…

এবছৰত ২.০৬ লাখে এৰিলে ভাৰতৰ নাগৰিকত্ব

২০২৪ চনত ২.০৬ লাখতকৈ অধিক লোকে ভাৰতীয় নাগৰিকত্ব ত্যাগ কৰে। কেন্দ্ৰীয় চৰকাৰে বৃহস্পতিবাৰে সংসদত এই কথা প্ৰকাশ কৰে। বিদেশ মন্ত্ৰী কীৰ্তি বৰ্ধন সিঙে ৰাজ্যসভাত কয় যে ২০২৩ চনত ২.১৬ লাখ…

চ’নীয়ে ভাৰতত মুকলি কৰিছে ৯৮ ইঞ্চিৰ ব্ৰেভিয়া ৫, লক্ষ্য কৰি লোৱা হৈছে উচ্চ মানদণ্ডৰ হোম চিনেমাৰ বজাৰক

চ’নী ইণ্ডিয়াই আইকনিক ব্ৰেভিয়া টেলিভিছন সূচীৰ আটাইতকৈ ডাঙৰ আৰু সবাতোকৈ নিমজ্জিত সংযোজন হিচাপে বহু প্ৰত্যাশিত ২৪৯ চে.মি.(৯৮) ব্ৰেভিয়া ৫ মুকলি কৰাৰ কথা ঘোষণা কৰিছে। ব্ৰেভিয়া ৫ কেৱল এটা টেলিভিছন নহয়—ই…

ইণ্ডিয়ান ছুপাৰক্ৰছ ৰেচিং লীগ ছিজন ২ৰ অকুণ্ঠ সমৰ্থন ছলমান খানৰ; সামগ্ৰিক বজাৰ দখল আৰু যুৱ প্ৰজন্মক সংযোগৰ লক্ষ্য আইএছআৰএলৰ

বলীউডৰ মেগাষ্টাৰ ছলমান খানে আজি ইণ্ডিয়ান ছুপাৰক্ৰছ ৰেচিং লীগ(আই এছ আৰ এল)ৰ ছিজন ২ আনুষ্ঠানিকভাৱে উন্মোচন কৰে, এই দ্বিতীয় সংস্কৰণৰ ব্ৰেণ্ড এম্বেছাদৰ হিচাপে আছে অভিনেতাজন। ছলমান খানৰ অজস্ৰ অনুৰাগী, সাৰ্বজনীন…

কেন্দ্ৰীয় বিদ্যালয়- নৱোদয় বিদ্যালয়ত ১২ হাজাৰ শিক্ষকৰ পদ খালী

শিক্ষা মন্ত্ৰালয়ৰ তথ্য অনুসৰি সমগ্ৰ দেশৰ কেন্দ্ৰীয় বিদ্যালয় আৰু নৱোদয় বিদ্যালয়ত ১২ হাজাৰৰো অধিক শিক্ষকৰ পদ খালী হৈ আছে। বুধবাৰে ৰাজ্যসভাত এক লিখিত উত্তৰত কেন্দ্ৰীয় শিক্ষা বিভাগৰ ৰাজ্যিক মন্ত্ৰী জয়ন্ত…

মণিপুৰত ৰাষ্ট্ৰপতিৰ শাসনকাল আৰু ৬ মাহলৈ বৃদ্ধি

মণিপুৰত ৰাষ্ট্ৰপতিৰ শাসনকাল আৰু ৬ মাহৰ বাবে বৃদ্ধি কৰাৰ সিদ্ধান্ত লোৱা হৈছে। এই আদেশ ২০২৫ চনৰ ১৩ আগষ্টৰ পৰা কাৰ্যকৰী হব। এই সন্দৰ্ভত ৰাজ্যসভাৰ তৰফৰ পৰা জাননী জাৰি কৰা হৈছে।…

এক গৌৰৱময় উত্তৰাধিকাৰ: উদ্ভাৱন আৰু স্থিৰতাৰ প্ৰতি দায়বদ্ধতাৰে বেংক অৱ বৰোদাৰ ১১৮ বছৰীয়া যাত্ৰা উদযাপন

ভাৰতৰ অন্যতম আগশাৰীৰ বেংক বেংক অৱ বৰোদা(BoB)ই আস্থা, উদ্ভাৱন আৰু স্থিৰতাৰ প্ৰতি নিজৰ দায়ৱদ্ধতাৰে ১১৮সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰে। বেংকৰ ১১৮ সংখ্যক বছৰৰ বিষয়বস্তু হৈছে‘ভৰসাৰ নতুন আধাৰ : নতুনত্ব’’, যিয়ে…