Month: July 2024

ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাত স্থান লাভ চৰাইদেউ মৈদামৰ

ঐতিহাসিক চৰাইদেউ মৈদামে লাভ কৰিলে এক বিৰল স্বীকৃতি। চৰাইদেউ মৈদামে আজি ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাত স্থান লাভ কৰিলে। এই স্বীকৃতি লাভৰ পিছত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে আজি…

নিছানে উন্নত ইঞ্জিন প্ৰযুক্তিৰ সৈতে চতুৰ্থ প্ৰজন্মৰ এক্স-ট্ৰেইল মুকলি কৰিছে

নিছান মটৰ ইণ্ডিয়াই ভাৰতত সম্পূৰ্ণ নতুন নিছান এক্স-ট্ৰেইলৰ জৰিয়তে চিবিইউ ব্যৱসায় নতুনকৈ মুকলি কৰাৰ কথা ঘোষণা কৰিছে, এই শুভাৰম্ভণিৰ জৰিয়তে দেশৰ প্ৰিমিয়াম আৰ্বান এছইউভিত এক নতুন বেঞ্চমাৰ্ক স্থাপন কৰিলে নিছানে।…

নীতি আয়োগৰ বৈঠকত অংশ নলয় ৫ খন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে

২৭ জুলাইত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত হ’বলগীয়া নীতি আয়োগৰ বৈঠকত পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানে উপস্থিত নাথাকে। তেওঁ এই বৈঠক বৰ্জন কৰাৰ ঘোষণা কৰিছে। বিৰোধীয়ে বাজেটত কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে বিৰোধী…

২০২৪ৰ হজ যাত্ৰাত ২০১ ভাৰতীয় তীৰ্থযাত্ৰীৰ মৃত্যু

২০২৪ চনত হজৰ সময়ত ২০০ তকৈও অধিক ভাৰতীয় তীৰ্থযাত্ৰীৰ মৃত্যু হৈছে, যাৰ বেছিভাগেই হৃদৰোগ আৰু শ্বাস-প্ৰশ্বাসৰ সমস্যাৰ বাবে মৃত্যু হয় বুলি চৰকাৰে বুধবাৰে লোকসভাত জনায়।লোকসভাত এক প্ৰশ্নৰ লিখিত উত্তৰত কেন্দ্ৰীয়…

বৰপেটা ‘বি’ ডিভিজন ফুটবল

বৰপেটা চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত চলি থকা বৰপেটা আন্ত: সংগঠন ‘বি’ ডিভিজন ফুটবল লীগ তথা নক আউট টূৰ্ণামেন্টৰ সুন্দৰ বিজয় সাব্যস্ত কৰিছে বৰপেটা ফখৰুদ্দিন আলি আহমেদ মেডিকেল কলেজ হাস্পতাল…

শ্ৰীশ্ৰী ৰাজহুৱা সত্ৰৰ গ্ৰীষ্মকালীন কৰ্মশালা

মহানগৰীৰ কুমাৰপাৰাস্থিত শ্ৰীশ্ৰী ৰাজহুৱা সত্ৰ (নামঘৰ)ত ৭ দিনীয়াকৈ অনুষ্ঠিত হোৱা এই কৰ্মশালাত সত্ৰীয়া নৃত্য, বৰগীত, ঘোষানাম, দিহানাম, থিয়নাম হোলীগীতৰ প্ৰশিক্ষণ প্ৰদান কৰা হ’ব। এই কৰ্মশালা ৩০ জুলাই, ২০২৪লৈকে অনুষ্ঠিত হ’ব।…

নেপালত ভয়ংকৰ বিমান দুৰ্ঘটনা

নেপালৰ কাঠমাণ্ডুৰ বিমান দুৰ্ঘটনাত মৃতকৰ সংখ্যা ১৮জনলৈ বৃদ্ধি। জীৱন্তে উদ্ধাৰ বিমানখনৰ পাইলট মনীষ শ্বাকিয়াক। সংকটজনক অৱস্থাত উদ্ধাৰ মনীষ শ্বাকিয়াক। বিমানখনত আছিল ১৯ গৰাকী যাত্ৰী। আটাইকেইগৰাকী যাত্ৰী আছিল সৌৰ্য এয়াৰলাইনছৰ কাৰিকৰী…

ৰাজ্যত ভয়ংকৰ ৰূপ ধাৰণ জাপানীজ এনকেফেলাইটিচৰ

ৰাজ্যত ভয়াৱহ ৰূপ লৈছে জাপানীজ এনকেফেলাইটিছে। GMCHত JEত আক্ৰান্ত হৈ ১৩ গৰাকী লোকৰ মৃত্যু। ৬ গৰাকীৰ পৰা ১৩ গৰাকীলৈ বৃদ্ধি মৃত লোকৰ সংখ্যা। ২২ৰ পৰা ৪৮ গৰাকীলৈ বৃদ্ধি GMCHত JEত…

সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰালয়ৰ বাবে ৩১৮৩.২৪ কোটি টকা আৱণ্টন বিত্ত মন্ত্ৰীৰ

কেন্দ্ৰীয় বাজেটত এইবাৰ সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰালয়ৰ বাবে মুঠ ৩১৮৩.২৪কোটি টকা আৱণ্টন কৰা হৈছে, যি হৈছে আগৰ বিত্তীয় বৰ্ষৰ সংশোধিত বাজেটতকৈ ৫৭৪.৩১কোটি টকা অধিক।বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে মঙলবাৰে ২০২৪-২৫ বিত্তীয় বৰ্ষৰ…

বৈঠাপুতা সত্ৰ পৰিদৰ্শন জাপানৰ বিশেষজ্ঞৰ

মহাপুৰুষ মাধৱদেৱৰ স্মৃতি বিজৰিত বৰপেটা জিলাৰ অন্তৰ্গত বাঘবৰৰ বৈঠাপুতা সত্ৰখনক ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ পৰা ৰক্ষা কৰাৰ উপায় উলিওৱাৰ বাবে এক সুদূৰ প্ৰসাৰী পদক্ষেপ গ্ৰহণ কৰাৰ লক্ষ্য আগত ৰাখি অসম চৰকাৰৰ অনুৰোধ…